১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
September 15th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ(আইআইচিচি) 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব।ব্ৰহ্মা কুমাৰীসকলৰ দ্বাৰা 'জল-জন অভিযান' মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
February 16th, 01:00 pm
ব্ব্ৰহ্মকুমাৰী ইনষ্টিটিউটৰ প্ৰমুখ ৰাজোগিনী দাদি ৰতন মোহিনী, মোৰ কেবিনেট সহকৰ্মী গজেন্দ্ৰ সিং শ্বেখাৱত জী, ব্ৰহ্মকুমাৰী সন্থাৰ সকলো সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা, মই সুখী যে মই ইয়াত উপস্থিত হৈছো 'জল-জন অভিযান'ৰ শুভাৰম্ভণি অনুষ্ঠানত ব্ৰহ্মকুমাৰীসকল।আপোনালোক সকলোৰে সৈতে সংযোগ স্থাপন কৰিছো। আপোনালোক সকলোৰে মাজলৈ অহাটো, আপোনালোকৰ পৰা শিকিবলৈ মোৰ বাবে সদায় বিশেষ হৈ আহিছে। প্ৰয়াত ৰাজযোগিনী দাদী জাংকি জীৰ পৰা পোৱা আশীৰ্বাদ মোৰ আটাইতকৈ ডাঙৰ সম্পদ। মনত আছে, ২০০৭ চনত দাদী প্ৰকাশ মণি জীৰ ব্ৰহ্মলোকলৈ যোৱাৰ সময়ত মই আবু ৰোডলৈ আহি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছিলোঁ। বিগত বছৰবোৰত ব্ৰহ্মকুমাৰী ভগ্নীসকলৰ পৰা বিভিন্ন অনুষ্ঠানৰ বাবে বহু উষ্ম নিমন্ত্ৰণ লাভ কৰি আহিছো। মইও এই আধ্যাত্মিক পৰিয়ালটোৰ এজন সদস্য হিচাপে আপোনালোকৰ মাজলৈ আহিবলৈ আৰু যাবলৈ সদায় চেষ্টা কৰোঁ। ২০১১ চনত আহমেদাবাদত ‘শক্তিৰ ভৱিষ্যত’ৰ কাৰ্যসূচী হওক, প্ৰতিষ্ঠানটোৰ ৭৫ বছৰীয়া প্ৰতিষ্ঠা সম্পৰ্কীয় কাৰ্যসূচী হওক, ২০১৩ চনত সংগম তীৰ্থধমৰ কাৰ্যসূচী হওক, ২০১৭ চনত ব্ৰহ্মকুমাৰী সংস্থাৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস হওক , বা স্বাধীনতাৰ শেষ বছৰ।অমৃত মহোৎসৱৰ লগত জড়িত গোল্ডেন ইণ্ডিয়াৰ এটা অনুষ্ঠান হ'ব লাগে, যেতিয়াই মই আপোনালোকৰ মাজলৈ আহোঁ, আপোনালোকৰ এই প্ৰেম আৰু আত্মীয়তাই মোক আৱৰি ধৰে। ব্ৰহ্মকুমাৰীৰ সৈতে মোৰ এই সম্পৰ্কটোও বিশেষ কাৰণ আত্মৰ ওপৰত উঠি সমাজৰ বাবে সকলো উৎসৰ্গা কৰাটো আপোনালোক সকলোৰে বাবে এক প্ৰকাৰৰ আধ্যাত্মিক অনুশীলন হৈ আহিছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ মাধ্যমত 'জল-জন অভিযান'ৰ শুভাৰম্ভক সম্বোধন কৰে
February 16th, 12:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত ব্ৰহ্মকুমাৰীৰ 'জল-জন অভিযান'ক সম্বোধন কৰে।পানীৰ সন্দৰ্ভত সৰ্বভাৰতীয় ৰাজ্যিক মন্ত্ৰীসকলৰ বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
January 05th, 09:55 am
দেশৰ সকলো ৰাজ্যৰ জলমন্ত্ৰীৰে সৈতে প্ৰথম সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰাটো অতি উল্লেখযোগ্য কথা। আজি ভাৰতে অভূতপূৰ্ব কাম কৰি আছে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। আমাৰ সাংবিধানিক ব্যৱস্থাত পানীৰ বিষয়টো ৰাজ্যৰ নিয়ন্ত্ৰণত আছে। দেশৰ ৰাজ্যসমূহে পানী সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টা সামগ্ৰিকভাৱে দেশৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত অতি সহায়ক হ’ব। এই সন্দৰ্ভত ‘২০৪৭ চনৰ ভিতৰত জল দৃষ্টিভংগী’য়ে অহা বছৰ অমৃত যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাত্ৰা সংযোজন কৰিব৷ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণৰ বিষয়বস্তুৰ ওপৰত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথম সৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
January 05th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণ সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথমসৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে 'ৱাটাৰ ভিজন@২০৪৭' আৰু মঞ্চৰ লক্ষ্য হৈছে বহনক্ষম উন্নয়ন আৰু মানৱ উন্নয়নৰ বাবে জলসম্পদ ব্যৱহাৰৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্য নীতি নিৰ্ধাৰণকাৰীসকলক একত্ৰিত কৰা।নতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
September 08th, 10:41 pm
আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।PM inaugurates 'Kartavya Path' and unveils the statue of Netaji Subhas Chandra Bose at India Gate
September 08th, 07:00 pm
PM Modi inaugurated Kartavya Path and unveiled the statue of Netaji Subhas Chandra Bose. Kingsway i.e. Rajpath, the symbol of colonialism, has become a matter of history from today and has been erased forever. Today a new history has been created in the form of Kartavya Path, he said.This is Uttarakhand's decade: PM Modi in Haldwani
December 30th, 01:55 pm
Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.PM inaugurates and lays the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand
December 30th, 01:53 pm
Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.List of MoUs Agreements exchanged during the visit of Prime Minister of Kingdom of Denmark
October 09th, 03:54 pm
PM Modi's remarks at joint press meet with Danish PM
October 09th, 01:38 pm
Addressing the joint press meet with Danish PM, Prime Minister Modi said, During the Covid-19 pandemic, India and Denmark have continued their cooperation. PM Modi also said both the countries have decided to establish a Green Strategic Partnership between our two countries.In the journey of Swachh Bharat & AMRUT Mission, there is dignity, ambition, unmatched love for the motherland: PM
October 01st, 11:01 am
PM Modi launched Swachh Bharat Mission-Urban 2.0 and Atal Mission for Rejuvenation and Urban Transformation 2.0. The PM said that in 2014, the countrymen took a pledge to make India open defecation free - ODF and they fulfilled this pledge with the construction of more than 10 crore toilets. Now the goal of 'Swachh Bharat Mission-Urban 2.0' is to make the cities Garbage-Free, completely free of garbage.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অম্ৰুত ২.০’
October 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰমেশ্যন ২.০’, চমুকৈ ‘অম্ৰুত অভিযান’-ৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী কুশল কিশোৰ, শ্ৰী শ্ৰী বিশ্বেশ্ব টুডু, বহুকেইগৰাকী ৰাজ্যিক মন্ত্ৰী, চহৰাঞ্চলৰ নিকায়-নিগমৰ মেয়ৰ আৰু সভাপতিসকল উপস্থিত থাকে।Come May 2, West Bengal will have a double engine government that will give double and direct benefit to the people: PM
April 03rd, 03:01 pm
Continuing his poll campaign before the third phase of assembly election in West Bengal, PM Modi has addressed a mega rally in Tarakeshwar. He said, “We have seen a glimpse of what results are going to come on 2 May in Nandigram two days ago. I know for sure, with every step of the election, Didi’s panic will increase, her shower of abuse on me will also grow.”PM Modi addresses public meetings at Tarakeshwar and Sonarpur, West Bengal
April 03rd, 03:00 pm
Continuing his poll campaign before the third phase of assembly election in West Bengal, PM Modi has addressed two mega rallies in Tarakeshwar and Sonarpur. He said, “We have seen a glimpse of what results are going to come on 2 May in Nandigram two days ago. I know for sure, with every step of the election, Didi’s panic will increase, her shower of abuse on me will also grow.”কেৰালাত শক্তি আৰু নগৰ খণ্ডত একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 19th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।প্রধানমন্ত্রীয়ে কেৰালাত শক্তি আৰু নগৰীয়া খণ্ডৰ প্ৰধান প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে
February 19th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।Cabinet approves Continuation and Revamping of the Scheme for Financial Support to Public Private Partnerships in Infrastructure Viability Gap Funding VGF Scheme
November 11th, 04:07 pm
The Cabinet Committee on Economic Affairs chaired by Prime Minister Shri Narendra Modi has approvedContinuation and Revamping of the Scheme for Financial Support to Public Private Partnerships (PPPs) in Infrastructure Viability Gap Funding (VGF) Schemetill 2024-25 with a total outlay of Rs. 8,100 cr.