সতৰ্ক হৈ থকা আৰু নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
February 25th, 11:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বহল ব্যাখ্যা আগবঢ়ায়। এই বোৰৰ ভিতৰত প্ৰযুক্তিৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা, ‘স্বচ্ছ ভাৰত’ৰ পৰা ‘গোৱৰধন যোজনা’ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰতি উৎসাহ জন্মোৱাৰ লগতে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কেনেদৰে ‘নতুন ভাৰত’ৰ ভেঁটি সুদৃঢ় কৰিব পাৰে সেই বিষয়ে কয়।Chairman of Wadhwani Foundation calls on PM Modi
February 16th, 09:03 pm