ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 24th, 03:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ মাজতে ২০২৪ চনৰ ২৩ ছেপ্টেম্বৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি এইচ. ই. শ্ৰী ভলোডিমিৰ জেলেনস্কিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইন ভ্ৰমণ সন্দৰ্ভত ভাৰত-ইউক্ৰেইনৰ যুটীয়া বিবৃতি
August 23rd, 07:00 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিমভ্লাদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণমৰ্মে ২৩ আগষ্ট, ২০২৪ত ইউক্ৰেইন ভ্ৰমণ আৰম্ভ কৰে। ১৯৯২ত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পিছত ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ এয়াই প্ৰথম ইউক্ৰেইন ভ্ৰমণ।List of documents signed during the visit of Prime Minister to Ukraine (August 23, 2024)
August 23rd, 06:45 pm
During the Prime Minister's visit to Ukraine on August 23, 2024, several key agreements were signed. These include cooperation in agriculture and food industry, medical products regulation, humanitarian assistance for community development projects, and a cultural cooperation program for 2024-2028. These agreements aim to strengthen bilateral ties, promote joint research, and support cultural exchanges between India and Ukraine.PM Modi’s meeting with the President of Ukraine
August 23rd, 06:33 pm
Prime Minister Narendra Modi met with the President of Ukraine. The discussions focused on deepening bilateral relations, addressing global and regional challenges, and reinforcing India-Ukraine cooperation in various sectors.PM Modi presents BHISHM Cubes to Ukraine
August 23rd, 06:33 pm
Prime Minister Narendra Modi presented BHISHM Cubes to Ukraine. Each BHISHM Cube consists of medicines and equipment for the first line of care for all kinds of injuries and medical situations.প্ৰধানমন্ত্ৰীয়ে শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত প্ৰদৰ্শনী দৰ্শন কৰে
August 23rd, 03:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়েভস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত মাল্টিমিডিয়া প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াত তেখেতক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ জেলেনস্কিয়ে সংগ প্ৰদান কৰে।পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
August 21st, 09:07 am
মই আজিৰেপৰা পোলেণ্ড আৰু ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছোঁ।‘জি-৭ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ জুনত ইটালীত অনুষ্ঠিত ‘জি-৭ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তৃতীয়টো কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে জনোৱা উষ্ম শুভকামনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওক ধন্যবাদ জনায়।ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ-নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়
June 06th, 08:56 pm
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভলোদিমিৰ জেলেনস্কিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক শেহতীয়াকৈ অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত সফলতা লাভৰ বাবে ফোন কৰি অভিনন্দন জনায়।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 20th, 07:57 pm
প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ২০ মে'ত হিৰোছিমাত জি-৭ সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভল’ডিমাইৰ জেলেনস্কিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে
December 26th, 08:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।