বিকশিত Bharat@2047 : যুৱকণ্ঠৰ শুভাৰম্ভণি অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 11th, 10:35 am
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী ধৰ্মেন্দ্ৰ প্ৰধানজী, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাক সহযোগ কৰা ৰাজ্যপাল, শিক্ষা জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন প্ৰধানমন্ত্ৰীৰ
December 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপৰ আৰম্ভণি উপলক্ষে সমগ্ৰ দেশৰ ৰাজভৱনত আয়োজন কৰা কৰ্মশালাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰতিষ্ঠানৰ মুৰব্বী আৰু অধ্যাপক সদস্যসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷১১ ডিচেম্বৰত 'বিকশিত ভাৰত @২০৪৭: ভইচ অৱ য়ুথ' মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
December 10th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১১ ডিচেম্বৰ, ২০২৩ তাৰিখে পুৱা ১০:৩০ বজাত 'বিকশিত ভাৰত @২০৪৭ : ভইচ অৱ য়ুথ' মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ৰাজ ভৱনসমূহত আয়োজিত কৰ্মশালাত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, প্ৰতিষ্ঠানসমূহৰ মুৰব্বী আৰু ফেকাল্টী সদস্যসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব, যি এই উদ্যোগৰ আৰম্ভণিৰ প্ৰতীক হ'ব।