ভিভা টেকৰ ৫ম সংস্কৰণ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

June 16th, 04:00 pm

এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷

PM delivers Keynote address at the 5th edition of VivaTech

June 16th, 03:46 pm

PM Modi delivered the keynote address at the 5th edition of VivaTech. The PM said that India is home to one of the world's largest start-up eco systems. He invited the world to invest in India based on the five pillars of: Talent, Market, Capital, Eco-system and, Culture of openness.

পঞ্চম ভিভা টেক সন্মিলনত প্রধানমন্ত্রীয়ে ১৬ জুনত মূল ভাষণ দিব

June 15th, 02:16 pm

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জুনত বিয়লি ৪ বজাত পঞ্চম ভিভা টেক সন্মিলনত মূল ভাষণ দিব। ২০২১ৰ ভিভা টেক সন্মিলনত সন্মানিত অতিথি হিচাপে প্রধানমন্ত্রীক আমন্ত্রণ জনোৱা হৈছে।