তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 19th, 06:33 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।

PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu

January 19th, 06:06 pm

Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.

মন কী বাত, ডিচেম্বৰ ২০২৩

December 31st, 11:30 am

বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।

মথুৰাত সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 23rd, 07:00 pm

প্ৰথমতে, ৰাজস্থানত নিৰ্বাচনী সভাত ব্যস্ত হৈ থকাৰ বাবে ইয়ালৈ অহাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষমা বিচাৰিছো। তাৰ পৰাই পোনে-পোনে আহিছোঁ এই ভক্তিময় পৰিবেশলৈ। মোৰ ব্ৰজধামলৈ অহাৰ সৌভাগ্য হৈছে, আজি ব্ৰজধামবাসীক লগ পাইছো, এইখনেই সেই ভূমি য’ত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আশীৰ্বাদ থাকিলেহে ভ্ৰমণ কৰিব পাৰি। এয়া কোনো সাধাৰণ ভূমি নহয়। ব্ৰজধাম হৈছে সেই ঠাই, যাৰ সত্তাক বিশ্বজুৰি পূজা কৰা হয়। ব্ৰজৰ প্ৰতিটো উপাদানতে ৰাধা ৰাণীয়ে বাস কৰে আৰু ইয়াত প্ৰতিটো উপাদান কৃষ্ণময়। কেৱল মথুৰা আৰু ব্ৰজধাম ভ্ৰমণৰ সুফল বিশ্বৰ সকলো তীৰ্থযাত্ৰাৰ লাভতকৈ বেছি। আজি পুনৰবাৰ ব্ৰজ ৰাস মহোৎসৱ আৰু সন্ত মীৰা বাঈ জীৰ ৫২৫ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ব্ৰজত আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। ব্ৰজৰ ঐশ্বৰিক ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক সম্পূৰ্ণ সমৰ্পণেৰে প্ৰণাম জনাইছো। লগতে মীৰা বাঈ জীৰ চৰণত আৰু ব্ৰজৰ সকলো সাধুক শ্ৰদ্ধাৰে সোঁৱৰিছো। সাংসদ হেমা মালিনী জীকো শুভেচ্ছা জনাইছো।

উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাই জন্মোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

November 23rd, 06:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাইৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ত মীৰাবাইৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন কৰে। তেওঁ এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰাৰ লগতে আৰু সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে। ইয়াৰ জৰিয়তে সন্ত মীৰাবাইৰ স্মৃতিত বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়।

বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপৰ বিজয়ী বিশ্বনাথন আনন্দক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 29th, 06:10 pm

বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপৰ বিজয়ী বিশ্বনাথন আনন্দক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় ‘অভিনন্দন বিশ্বনাথন আনন্দ৷ আপুনি পুনৰ এবাৰ আপোনাৰ যোগ্যতা প্ৰমাণ কৰিলে৷ আপোনাৰ দৃঢ়তাই আমাক অনুপ্ৰাণিত কৰে৷ বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত আপোনাৰ অদম্য সাফল্যই ভাৰতবাসীক গৌৰবান্বিত কৰিছে৷’

Set your targets and pursue them with a tension free mind: PM Modi to students during Mann Ki Baat

February 28th, 11:40 am



The Prime Minister, Shri Narendra Modi, has wished Shri Viswanathan Anand ahead of the World Chess Championship in Sochi.

November 06th, 11:24 am

The Prime Minister, Shri Narendra Modi, has wished Shri Viswanathan Anand ahead of the World Chess Championship in Sochi.

A true Grandmaster & pride of India! Congratulations to Viswanathan Anand

May 30th, 05:30 pm

A true Grandmaster & pride of India! Congratulations to Viswanathan Anand