ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।PM Modi attends News18 Rising Bharat Summit
March 20th, 08:00 pm
Prime Minister Narendra Modi attended and addressed News 18 Rising Bharat Summit. At this time, the heat of the election is at its peak. The dates have been announced. Many people have expressed their opinions in this summit of yours. The atmosphere is set for debate. And this is the beauty of democracy. Election campaigning is in full swing in the country. The government is keeping a report card for its 10-year performance. We are charting the roadmap for the next 25 years. And planning the first 100 days of our third term, said PM Modi.কুমহাৰ' সম্প্ৰদায়ৰ মহিলা উদ্যোগীয়ে বিশ্বকৰ্মা যোজনা আৰু বাজৰাৰ বিষয়ে সজাগতা বিয়পাইছে
December 27th, 02:37 pm
সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।The egoistic Congress-led Alliance intends to destroy the composite culture of Santana Dharma in both Rajasthan & India: PM Modi
September 25th, 04:03 pm
PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.PM Modi addresses the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan
September 25th, 04:02 pm
PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.We in India are very proud of our eternal and diverse culture. We also attach great value to our intangible cultural heritage: PM Modi
August 26th, 10:15 am
PM Modi addressed the G20 Culture Ministers’ Meeting held in Varanasi, Uttar Pradesh via video link. He said Kashi is known to be a treasure chest of knowledge, duty and truth and it is indeed the cultural and spiritual capital of India. Highlighting the inherent potential of culture to unite and enable us to understand perse s and perspectives, PM Modi said that the work of the G20 Culture Ministers Group holds immense significance for entire humanity.PM addresses G20 Culture Ministers’ Meeting
August 26th, 09:47 am
PM Modi addressed the G20 Culture Ministers’ Meeting held in Varanasi, Uttar Pradesh via video link. He said Kashi is known to be a treasure chest of knowledge, duty and truth and it is indeed the cultural and spiritual capital of India. Highlighting the inherent potential of culture to unite and enable us to understand perse s and perspectives, PM Modi said that the work of the G20 Culture Ministers Group holds immense significance for entire humanity.মধ্যপ্ৰদেশৰ ৰোজগাৰ মেলাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 21st, 12:15 pm
আজি আপোনালোক সকলোৱে এই ঐতিহাসিক সময়ত শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বৰ সৈতে নিজকে জড়িত কৰিছে৷ এই বছৰ, মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা সবিশেষ কৈছো যে কিদৰে ৰাষ্ট্ৰীয় চৰিত্ৰই দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নতুন গঢ় দিয়াৰ, তেওঁলোকক আধুনিকতাৰে সজাই তোলাৰ আৰু তেওঁলোকক নতুন দিশ দিয়াৰ দায়িত্ব৷ মই ৫,৫০০তকৈ অধিক শিক্ষকক শুভেচ্ছা জনাইছো, যিসকলে মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ত নিযু্ক্তি লাভ কৰিছে৷ মোক জনোৱা মতে বিগত তিনি বছৰত মধ্যপ্ৰদেশত ৫০,০০০তকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে৷ মই ইয়াৰ বাবে ৰাজ্য চৰকাৰকো অভিনন্দন জনাইছো৷মধ্যপ্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 21st, 11:50 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকৰ জৰিয়তে মধ্যপ্ৰদেশত আয়োজন কৰা বৃহৎ ৰোজগাৰ মেলা সম্বোধন কৰে।পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তিসকলক লাভান্বিত কৰিবলৈ ‘বিশ্বকৰ্মা যোজনা’ ঘোষণা প্ৰধানমন্ত্ৰীৰ
August 15th, 02:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ প্ৰদান কৰি অনাগত দিনত ‘বিশ্বকৰ্মা যোজনা’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিখন পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তিসকলক লাভান্বিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।