BJP’s Sankalp Patra is a resolution letter for the development of the country: PM Modi in Alathur

April 15th, 11:30 am

Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at a public rally in Alathur town of Thrissur, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.

PM Modi addresses enthusiastic crowds at public meetings in Alathur and Attingal, Kerala

April 15th, 11:00 am

Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at public rallies in Alathur & Attingal, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.

তিৰুৱনন্তপুৰমত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু লোকাৰ্পণ অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

April 25th, 11:50 am

কেৰালাৰ ৰাজ্যপাল শ্ৰীমান আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰীমান পিনাৰাই বিজয়ন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, কেৰালা চৰকাৰৰ মন্ত্ৰীগণ, স্থানীয় সাংসদ ভাই শশী থাৰুৰ জী, ইয়াত উপস্থিত অন্য মহানুভৱ, আৰু কেৰালাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। কেইদিনমানৰ আগতেহে মালয়ালী নৱবৰ্ষ আৰম্ভ হৈছে। আপোনালোকে বহুত উৎসাহ আৰু উদ্যমেৰে বিষু উৎসৱ পালন কৰিছে। মই এবাৰ আকৌ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো। মোৰ বহুত আনন্দ লাগিছে যে উল্লাসৰ এই পৰিৱেশত মোৰ কেৰালাৰ বিকাশৰ উৎসৱৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ হৈছে। আজি কেৰালাই নিজৰ প্ৰথম বন্দে ভাৰত ট্ৰেইন পাইছে। আজি কোচিয়ে পাৱাৰ মেট্ৰোৰ নতুন উপহাৰ পাইছে, ৰে'লৱেৰ সৈতে জড়িত একাধিক প্ৰজেক্ট পাইছে। কানেক্টিভিটীৰ লগতে আজি কেৰালাৰ বিকাশৰ সৈতে জড়িত আৰু প্ৰজেক্টৰ লোকাৰ্পণ আৰু শিলান্যাস হৈছে। বিকাশৰ এই সকলো প্ৰজেক্টৰ বাবে কেৰালাৰ জনসাধাৰণক বহুত বহুত অভিনন্দন।

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিৰুৱন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত ৩২০০ কোটি টকাৰ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

April 25th, 11:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত ৩২০০ কোটি টকাৰ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দেশলৈ কোচি ৱাটাৰ মেট্ৰ' উৎসৰ্গা কৰা, বিভিন্ন ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা আৰু তিৰুৱন্তপুৰমৰ ডিজিটেল বিজ্ঞান উদ্যান। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে তিৰুৱন্তপুৰম আৰু কাছাৰগোডৰ মাজত কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।

বিষু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 15th, 09:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিষু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

বিষু উপলক্ষে সুস্বাস্থ্য আৰু সুখ কামনা প্ৰধানমন্ত্ৰীৰ

April 15th, 09:26 am

বিষু উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বখনতে থকা মালয়ালী লোকসকলকে প্ৰমুখ্য কৰি আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।

পৱিত্ৰ বিষু উপলক্ষে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 14th, 09:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজুৰি কেৰালা আৰু মালায়ালী লোকসকলক পৱিত্ৰ উৎসৱ বিষুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

April 14th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

PM greets the people on various festivals being celebrated across India

April 12th, 07:21 pm