
চিলিৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
April 01st, 12:31 pm
ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।
ইউৰোপীয় আয়োগৰ সভাপতিৰ সৈতে হোৱা পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি ভাষণৰ লিখিত ৰূপ (২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 01:50 pm
আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ইউৰোপীয় ইউনিয়নৰ কলেজ অৱ কমিচনাৰৰ ইমান বহল পৰিসৰত একক দেশৰ সৈতে জড়িত হোৱাটো অভূতপূৰ্ব। মোৰ ইমানবোৰ মন্ত্ৰীয়ে কোনো দ্বিপাক্ষিক আলোচনাৰ বাবে একত্ৰিত হোৱাটো প্ৰথম পৰিঘটনা। মোৰ মনত আছে যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা আলোচনাত আপুনি কেনেকৈ কৈছিল যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক স্বাভাৱিক অংশীদাৰ।আৰু ভাৰতৰ সৈতে সম্পৰ্ক সৱল আৰু শক্তিশালী কৰাটো, অনাগত দশকত ইউৰোপীয় ইউনিয়নৰ বাবে অগ্ৰাধিকাৰ হ’ব। আৰু এতিয়া, আপুনি আপোনাৰ নতুন কাৰ্যকালৰ একেবাৰে আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছে। এয়া ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ বাবে এক মাইলৰ খুঁটিৰ মুহূৰ্ত।
The World This Week On India
February 18th, 04:28 pm
This week, India reinforced its position as a formidable force on the world stage, making headway in artificial intelligence, energy security, space exploration, and defence. From shaping global AI ethics to securing strategic partnerships, every move reflects India's growing influence in global affairs.‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 29th, 11:00 am
আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।PM Narendra Modi addresses Rozgar Mela
October 29th, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.‘জাৰ্মান ব্যৱসায়ৰ অষ্টাদশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’(এপিকে ২০২৪) ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণৰ ইংৰাজী অনুবাদৰ তৰ্জমা
October 25th, 11:20 am
তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।Today's 21st century India is moving ahead on the path of development, proud of its old values and heritage : PM Modi in Poland
August 21st, 11:45 pm
Prime Minister Narendra Modi addressed the Indian Diaspora in Warsaw, Poland. The PM expressed that India's current global strategy emphasizes building strong international relationships and fostering peace. India’s approach has shifted to actively engaging with each nation. The focus is on enhancing global cooperation and leveraging India’s historical values of unity and compassion.পোলেণ্ডত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
August 21st, 11:30 pm
প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীক পৰম উচ্ছ্বাসেৰে উষ্ণ আদৰণি জনায়। এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ পোলেণ্ড ভ্ৰমণ সুদীৰ্ঘ ৪৫ বছৰৰ পিছত হৈছে আৰু তেওঁ ভাৰত-পোলেণ্ড সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডা আৰু প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ কয় যে ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে ভাৰত আৰু পোলেণ্ডৰ সৈতে ইয়াৰ অংশীদাৰী মূল্যবোধে দুয়োখন দেশক ঘনিষ্ঠ কৰি আহিছে।List of Outcomes: State Visit of Prime Minister of Malaysia, H.E Mr. Anwar Ibrahim to India
August 20th, 04:49 pm
India and Malaysia inked key agreements during the meeting of PM Modi and PM Ibrahim in New Delhi. The MoUs signed include enhancing cooperation in various avenues like traditional medicine, digital technologies, arts, tourism, sports and financial services.মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
August 20th, 12:00 pm
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আনৱাৰ ইব্ৰাহিমজীৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। মই আনন্দিত যে মোৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ সুযোগ পাইছো।বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিবৃতি
June 22nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাজী আৰু তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। যোৱা এবছৰত আমি দহবাৰ লগ হৈছো। কিন্তু আজিৰ এই ভ্ৰমণ বিশেষ। কাৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজী আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত আমাৰ প্ৰথম ৰাজ্যিক অতিথি।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-মালদ্বীপে প্ৰকাশ কৰা যুটীয়া বিবৃতি
August 02nd, 10:18 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মেদ সলিহে এক আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয়হি।১০ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে “ক’ভিড-১৯ ৰ ব্যৱস্থাপনাঃ অভিজ্ঞতা, উত্তম পন্থা আৰু সন্মুখৰ পথ” শীৰ্ষক কৰ্মশালাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
February 18th, 03:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০খন চুবুৰীয়া দেশৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে ‘কোভিড-১৯ ব্যৱস্থাপনাঃ অভিজ্ঞতা, সুঅভ্যাস আৰু ভৱিষ্যৎ কাৰ্যপন্থা’ শীৰ্ষক এক কৰ্মশালাত ভাষণ দিয়ে। যিসমূহ দেশৰ প্ৰতিনিধিয়ে ভাৰতীয় বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে কৰ্মশালাত অংশগ্ৰহণ কৰে সেইসমূহ হৈছে-আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, মৰিছাছ, নেপাল, পাকিস্তান,ছেচেলেছ আৰু শ্ৰীলংকা।প্ৰধানমন্ত্ৰীয়ে ১০ খন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ‘কোভিড-১৯ ব্যৱস্থাপনাঃ অভিজ্ঞতা, সুঅভ্যাস আৰু ভৱিষ্যৎ কাৰ্যপন্থা’ শীৰ্ষক এক কৰ্মশালা সম্বোধন কৰে
February 18th, 03:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০খন চুবুৰীয়া দেশৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে ‘কোভিড-১৯ ব্যৱস্থাপনাঃ অভিজ্ঞতা, সুঅভ্যাস আৰু ভৱিষ্যৎ কাৰ্যপন্থা’ শীৰ্ষক এক কৰ্মশালাত ভাষণ দিয়ে। যিসমূহ দেশৰ প্ৰতিনিধিয়ে ভাৰতীয় বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে কৰ্মশালাত অংশগ্ৰহণ কৰে সেইসমূহ হৈছে-আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, মৰিছাছ, নেপাল, পাকিস্তান,ছেচেলেছ আৰু শ্ৰীলংকা।Last five years have shown that it is indeed possible to successfully run an honest, transparent government: PM Modi
April 22nd, 04:16 pm
Speaking at a rally in Rajasthan’s Udaipur, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”PM Modi addresses public meetings in Rajasthan
April 22nd, 04:15 pm
Prime Minister Narendra Modi addressed two huge rallies in Udaipur and Jodhpur in the second half of his election campaigning today. Speaking about one of the major achievements of his government, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”জৰ্দান সম্ৰাটৰ ভাৰত ভ্ৰমণকালত (০১ মাৰ্চ, ২০১৮) স্বাক্ষৰিত বুজাবুজি চুক্তি / চুক্তিৰ তালিকা
March 01st, 05:07 pm
এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণ, প্ৰতিৰক্ষা উদ্যোগ, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, সামৰিক অধ্যয়ন, ছাইবাৰ সুৰক্ষা, সামৰিক চিকিৎসা সেৱা, শান্তি ৰক্ষা ইত্যাদিৰ দৰে ক্ষেত্ৰত সহযোগিতা কাৰ্যকৰীকৰণৰ বাবে সহযোগিতাৰ সুযোগ আৰু ব্যৱস্থাৰ সৃষ্টিৰে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আৰু জৰ্দানৰ মাজত সহযোগিতা প্ৰসাৰ কৰা৷৷ইৰাণৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিৰ তালিকা (১৭ ফেব্ৰুৱাৰী, ২০১৮)
February 17th, 02:56 pm
ইৰাণৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিৰ তালিকা (১৭ ফেব্ৰুৱাৰী, ২০১৮)