বিশ্ব টি২০ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ পূৰ্ণপাঠ
July 05th, 04:00 pm
প্ৰধানমন্ত্ৰীঃবন্ধুসকল! আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আমাৰ বাবে আনন্দৰ বিষয় এয়ে যে আপোনালোকে দেশখনক উৎসাহ আৰু উদযাপনেৰে ভৰাই তুলিছে। আৰু, দেশবাসীৰ সকলো আশা-কামনাক আপোনাসৱেপূৰণ কৰিছে। মোৰফালৰপৰা আপোনালোকক অলেখ অভিনন্দন জনালোঁ। সাধাৰণতে মই কাৰ্য্যালয়ত গভীৰ নিশা কাম কৰোঁ। কিন্তু,সিদিনা টিভিটো অন কৰি ফাইল এটাওচাই আছিলোঁ যদিওফাইলটোত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। সেইদিনা আপোনালোকে দলীয় মনোভাৱক উজ্জ্বল কৰি তুলিছিল, আপোনালোকৰ প্ৰতিভা আৰু ধৈৰ্য্য দেখা পাইছিলোঁ। মই দেখিবলৈ পাইছিলোঁ,আপোনালোকে ধৈৰ্য্য ধৰিছিল, কোনো খৰখেদা নাই। আপোনালোক গভীৰ আত্মবিশ্বাসেৰে ভৰি আছিল, মোৰ ফালৰপৰা আপোনালোকক অভিনন্দন জনাইছোঁ।ভাৰতীয় ক্ৰিকেট দলক টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে ফোনযোগে অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
June 30th, 02:06 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোনিক বাৰ্তালাপত ভাৰতীয় পুৰুষ ক্ৰিকেট দলক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিযোগিতাখনত দলৰ সদস্যসকলে প্ৰদৰ্শন কৰা অনবদ্য দক্ষতা আৰু শক্তিশালী মনোভাৱৰ শলাগ লয়।এদিনীয়াত ৫০ তম শতক অৰ্জন কৰাৰ বাবে বিৰাট কোহলীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
November 15th, 08:08 pm
এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ৫০টা শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে অভিলেখ ৰচা বিৰাট কোহলীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।PM congratulates Indian cricket team for victory in ICC T20 match
October 23rd, 11:00 pm
The Prime Minister, Shri Narendra Modi congratulated Indian cricket team for their well fought victory over Pakistan inI CC T20 match.ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ফিট ইণ্ডিয়া ডায়লগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূ
September 24th, 12:01 pm
আজি সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা এনে সাতগৰাকী মহানুভৱৰ প্ৰতি বিশেষ কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো আপোনালোকে আপোনালোকৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াইছে আৰু আপোনালোকৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আপোনালোকে ফিটনেছৰ ভিন ভিন দিশৰ ওপৰত আপোনালোকৰ নিজৰ যিবোৰ অভিজ্ঞতা আেমাৰ সকলোৰে সমূখত বৰ্ণনা কৰিছে, সি নিশ্চিতভাৱে দেশৰ প্ৰতিটো প্ৰজন্মকে লাভৱান্বিত কৰিব, সেয়া মই অনুভৱ কৰিছো। আজিৰ এই আলোচনা যিকোনো বয়সৰ লোকৰ বাবে আৰু ভিন ভিন ৰুচি অভিৰুচিৰ লোকৰ বাবেই যথেষ্ট লাভদায়ক বিবেচিত হ’ব। ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে মই প্ৰতিগৰাকী দেশবাসীৰে সুস্বাস্থ্য কামনা কৰিছো।প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বয়সোপযোগী ফিটনেছ প্ৰট’ক
September 24th, 12:00 pm
এই উপলক্ষে শ্ৰী মোদীয়ে বিভিন্ন ক্ৰীড়াবিদ, ফিটনেছ বিশেষজ্ঞ আৰু অন্যান্য ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এই ভাৰ্চুৱেল অনুষ্ঠানত অনানুষ্ঠনিক পদ্ধতিৰে অংশগ্ৰহণকাৰীসকলে নিজৰ জীৱনৰ অভিজ্ঞতা তথা ফিটনেছ মন্ত্ৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷Waters of the Indian Ocean remind us of our linked histories: PM Modi
April 10th, 02:15 pm
PM Modi and PM Malcolm Turnbull of Australia reviewed bilateral relations between both the countries and expressed their commitment to further strengthen the ties in host of sectors. Both the leaders also jointly inaugurated TERI-DEAKIN Research Centre on Nano and Bio Technology. PM Modi expressed satisfaction in energy sector including renewable energy and thanked PM Turnbull on his decision to join International Solar Alliance.PM Modi appreciates Cricketer Virat Kohli's efforts towards Swachh Bharat initiative
October 07th, 08:07 pm
PM Narendra Modi appreciated cricketer Virat Kohli for his efforts towards Swachh Bharat initiative. The PM tweeted saying, Dear Virat Kohli, saw your #MyCleanIndia moment on ABP news. A small but powerful gesture that will surely inspire everyone.