প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত, তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত, ৰাতিপুৱা প্ৰায় ৮ বজাত, তেওঁ কেৱড়িয়া ভ্ৰমণ কৰিব য'ত তেওঁ ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি আগবঢ়াব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ'ব। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত, ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁ আৰম্ভ ৫.০ত ৯৮তম কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব।গুজৰাটত কেইবাটাও প্ৰকল্পৰ উদ্ঘাটন আৰু ৰাষ্ট্ৰক সমৰ্পণ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 16th, 04:05 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী আৰু গান্ধীনগৰৰ সাংসদ শ্ৰীমান অমিত শ্বাহ জী ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী জী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই, কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰদোশ জী, গুজৰাট চৰকাৰৰ অন্য মন্ত্ৰীগণ, সংসদৰ মোৰ সহযোগী আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, অন্য সাংসদগণ, বিধায়কগণ, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল, আপোনালোক সকলোকে নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটত একাধিক প্ৰকল্প উদ্বোধন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে
July 16th, 04:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটত ৰে’লৱেৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। একে সময়তে তেওঁ গুজৰাট বিজ্ঞান চহৰৰ একুৱেটিকছ এণ্ড ৰব’টিক্স গেলেৰী আৰু নেচাৰ পাৰ্ক উদ্বোধন কৰে। তেওঁ গান্ধীনগৰ ৰাজধানী আৰু ভৰেথাৰ মাজত দুখন নতুন ৰে’ল গান্ধীনগৰ ৰাজধানী-বাৰাণসী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু মেমু ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে।প্রধানমন্ত্রীয়ে ১৬ জুলাইত গুজৰাটত এলানি প্রকল্প উদ্বোধন আৰু জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব
July 14th, 06:45 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৬ জুলাইত ভিডিও কনফাৰেন্সৰ মাধ্যমত গুজৰাটত এলানি ৰে'ল প্রকল্প উদ্বোধন আৰু জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। এই অনুষ্ঠানত তেওঁ গুজৰাট ছায়েন্স ছিটিত একোৱাটিক্স আৰু ৰোবটিক্স গেলাৰী তথা নেচাৰ পার্কৰো উদ্বোধন কৰিব।