Congress' deep partnership & collaboration with Pakistan has been exposed: PM Modi in Anand
May 02nd, 11:10 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed a powerful rally in Anand, Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.PM Modi addresses powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat
May 02nd, 11:00 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.গুজৰাটৰ দ্বাৰকাত ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 25th, 01:01 pm
মঞ্চত উপস্থিত আছে গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সতীৰ্থ তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী চিআৰ পাটিল, আন-আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু গুজৰাটৰ মোৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
February 25th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে'ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।বিকশিত ভাৰত বিকশিত গুজৰাট কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 10th, 01:40 pm
গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল, কেনে আছে….আশা কৰো সকলোৰে ভাল। আজি বিকশিত ভাৰত-বিকশিত গুজৰাটৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। আৰু মই জানিব পাৰিছো যে আজি একেসময়তে গুজৰাটৰ ১৮২ খন বিধানসভা সমষ্টিৰ পৰা, গুজৰাটৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোক প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। আপোনালোক সকলোৱে ইমান উৎসাহেৰে বিকশিত গুজৰাটৰ যাত্ৰাত যোগদান কৰিছে... মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে
February 10th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।