আই টি ইউ এৰিয়া অফিচ এণ্ড ইনোভেচন চেণ্টাৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

আই টি ইউ এৰিয়া অফিচ এণ্ড ইনোভেচন চেণ্টাৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

March 22nd, 03:34 pm

মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, আই টি ইউৰ মহাসচিব দেবুসিং চৌহান ডাঙৰীয়া, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল!

আইটিইউৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আইটিইউৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 22nd, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত ভাৰতত নতুন আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন কৰাৰ লগতে ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেড মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ ‘Call before u Dig’ এপ মুকলি কৰে। আইটিইউ হৈছে ৰাষ্ট্ৰসংঘৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ বিশেষ সংস্থা। ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে আয়োজক দেশৰ চুক্তি স্বাক্ষৰ কৰে। এই কাৰ্যালয়টোৱে ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণৰ বাবে সেৱা আগবঢ়াব, দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতাৰ পোষকতা কৰিব।

PM Modi's Mann Ki Baat: Tourism, farmers, under 17 FIFA world cup and more

PM Modi's Mann Ki Baat: Tourism, farmers, under 17 FIFA world cup and more

March 27th, 11:30 am