
Eastern India is a growth engine in the development of the country, Odisha plays a key role in this: PM
January 28th, 11:30 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.
PM Modi inaugurates the 'Utkarsh Odisha' - Make in Odisha Conclave 2025 in Bhubaneswar
January 28th, 11:00 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.
সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 22nd, 10:30 am
আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ৷ এই পবিত্ৰ দিনটোত এক গুৰুত্বপূৰ্ণ অধিৱেশন আৰম্ভ হৈছে আৰু শাওনৰ এই প্ৰথম সোমবাৰ উপলক্ষে দেশবাসীক বহুত বহুত শুভকামনা জনাইছোঁ৷সংসদৰ অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 22nd, 10:15 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে কয় যে ৬০ বছৰৰ ব্যৱধানত একেৰাহে তৃতীয় বাৰৰ বাবে এখন চৰকাৰ ক্ষমতালৈ আহিছে। তৃতীয় কাৰ্যকালৰ চৰকাৰে বাজেট স্থাপন কৰাটো দেশৰ এক গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটখন অমৃত কালৰ এক মাইলৰ খুঁটি বাজেট আৰু চৰকাৰে এসময়ত দিয়া গেৰাণ্টিসমূহ বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয়, ‘এই বাজেটে বৰ্তমান চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 26th, 11:28 pm
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-PM inaugurates International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi
July 26th, 06:30 pm
PM Modi dedicated to the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi. He said, “Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and willpower.”When you do natural farming, you serve Mother Earth: PM Modi to farmers
July 10th, 03:14 pm
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”PM addresses Natural Farming Conclave
July 10th, 11:30 am
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”অগ্ৰদূত গ্ৰুপ অফ নিউজপেপাৰ্ছৰ সোণালী জয়ন্তী সমাৰোহৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 06th, 04:31 pm
অসমৰ শক্তিমান মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মন্ত্ৰী শ্ৰী অতুল বৰা জী, কেশব মহন্ত জী, পীযুষ হাজৰিকা জী, গোল্ডেন জুবিলি চেলিব্ৰেচন কমিটিৰ অধ্যক্ষ ডাঃ দয়ানন্দ পাঠক জী, অগ্ৰদূতৰ চীফ এডিটৰ তথা কলমেৰে ইমান দীঘলীয়া সময় ধৰি যিজনে তপস্যা কৰিছে, সাধনা কৰিছে, সেইজন কনকসেন ডেকা জী, অন্য মহানুভৱ, দেৱী আৰু সজ্জন,PM inaugurates Golden Jubilee celebrations of Agradoot group of newspapers
July 06th, 04:30 pm
PM Modi inaugurated the Golden Jubilee celebrations of the Agradoot group of newspapers. Assam has played a key role in the development of language journalism in India as the state has been a very vibrant place from the point of view of journalism. Journalism started 150 years ago in the Assamese language and kept on getting stronger with time, he said.আমাৰ ৰাষ্ট্ৰ নিৰ্মাতা মহান ব্যক্তিসকলক ভাৰতে স্মৰণৰ পন্থা সম্পৰ্কে এটি লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 02nd, 01:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, নমো এপৰ বিকাশ যাত্ৰা শিতানৰ আমাৰ ৰাষ্ট্ৰ নিৰ্মাতা মহান ব্যক্তিসকলক ভাৰতে স্মৰণ কৰাৰ পন্থা সম্পৰ্কে আভাস প্ৰদানকাৰী এটি লেখা শ্বেয়াৰ কৰিছে।PM shares 8 Saal: Seva, Sushasan and Gareeb Kalyan- ‘8 Years of Seva -India’s Vikas Yatra, across multiple domains’
May 30th, 06:09 pm
The Prime Minister, Shri Narendra Modi has shared the key highlights of 8 years of Seva, Sushasan and Gareeb Kalyan on narendramodi.in and Namo App.