Tremendous show of support for NDA in Andhra Pradesh’s Vijayawada
May 08th, 07:00 pm
Prime Minister Narendra Modi, joined by prominent leaders Shri Chandrababu Naidu and Shri Pawan Kalyan, spearheaded a significant roadshow through the streets of Vijayawada, Andhra Pradesh. The event garnered immense support from the public, underscoring the unified commitment and strength the NDA coalition to the state’s progress and development.তেলেংগানাৰ মাহবুবনগৰত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 01st, 02:43 pm
তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন জী, মোৰ সতীৰ্থ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী জি. কিষাণ ৰেড্ডী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী সঞ্জয় কুমাৰ বাণ্ডী জী, ইয়াত উপস্থিত আন-আন বিশিষ্ট ব্যক্তিসকল!তেলেংগানাৰ মেহবুবনগৰত ১৩,৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
October 01st, 02:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ মেহবুবনগৰত ১৩,৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত গড়কাপ্তানী, ৰে’ল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ড আৰু উচ্চ শিক্ষাৰ প্ৰকল্প অন্তৰ্ভুক্ত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে তেলেংগানা ভ্ৰমণ কৰিব
September 29th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰ, ২০২৩ তাৰিখে তেলেংগানা ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহাবুবনগৰ জিলাত উপস্থিত হ'ব, য'ত তেওঁ পথ, ৰে'ল, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু উচ্চ শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ১৩,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব । এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক ৰে'ল সেৱাৰো ফ্লেগ অফ কৰি উদ্বোধন কৰিব।PM expresses grief over the loss of lives due to fire at Covid Centre in Vijayawada
August 09th, 11:16 am
The Prime Minister Shri Narendra Modi expressed grief over the loss of lives due to fire at a Covid Centre in Vijayawada.