কেপ্তেইন বিজয়কান্তৰ সমাজসেৱাক স্মৰণ প্ৰধানমন্ত্ৰীৰ

কেপ্তেইন বিজয়কান্তৰ সমাজসেৱাক স্মৰণ প্ৰধানমন্ত্ৰীৰ

April 14th, 11:04 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্তেইন বিজয়কান্তৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা স্মৰণ কৰাৰ লগতে কেপ্তেইন বিজয়কান্তে সমাজলৈ আগবঢ়াই যোৱা অৱদানৰ কথাও সোঁৱৰণ কৰে।

তামিলনাডুৰ তিৰুচিৰাপল্লীত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

তামিলনাডুৰ তিৰুচিৰাপল্লীত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 02nd, 12:30 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, মুখ্যমন্ত্ৰী এম. ষ্টেলিন জী, মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু এই ভূমিৰ পুত্ৰ এল. মুৰুগান জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল তথা মোৰ তামিলনাডুৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

January 02nd, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰে তথা ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।

ডি এম ডি কেৰ প্ৰতিষ্ঠাপক বিজয়কান্তৰ মৃত্যুত প্ৰধান মন্ত্ৰীৰ শোক প্ৰকাশ

December 28th, 11:06 am

ডি এম ডি কেৰ প্ৰতিষ্ঠাপক আৰু প্ৰবীণ অভিনেতা শ্ৰী বিজয়কান্তৰ মৃত্যুত প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীযে আজি শোক প্ৰকাশ কৰিছে।