দিল্লীত বিজয়া দশমী কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 12th, 07:58 pm
আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।দিল্লীৰ দ্বাৰকাত বিজয়া দশমী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
October 24th, 06:32 pm
মই সমগ্ৰ দেশবাসীক শক্তি উপাসনাৰ উৎসৱ নবৰাত্ৰি আৰু বিজয় উৎসৱ বিজয়া দশমীৰ বহুত বহুত শুভকামনা জনাইছো৷ বিজয়া দশমীৰ এই উৎসৱ অন্যায়ৰ বিৰুদ্ধে ন্যায় বিজয়, অহংকাৰৰ বিপৰীতে বিনম্ৰতাৰ বিজয় আৰু ক্ৰোধৰ ওপৰত ধৈৰ্য্যৰ বিজয়ৰ উৎসৱ। এয়া অত্যাচাৰী ৰাৱণৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামৰ জয়ৰ উৎসৱ। এই অনুভৱেৰে আমি প্ৰতি বছৰে ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। কিন্তু কেৱল ইমানেই নহয়, এই উৎসৱ আমাৰ বাবে সংকল্পৰো উৎসৱ, আমাৰ সংকল্পৰ পুনৰাবৃত্তিৰো উৎসৱ।PM addresses at Vijaya Dashami celebrations in Dwarka, Delhi
October 24th, 06:31 pm
PM Modi attended Ram Leela at Dwarka in Delhi and saw Ravan Dahan. Addressing on the occasion, the Prime Minister said that Vijaydashimi is a festival of victory of justice over injustice, of humility over arrogance and patience over anger. He said this is also a day of renewing pledges.বিজয়া দশমী উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
October 24th, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমীৰ শুভক্ষণত সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই ধৰ্মীয় উৎসৱে নেতিবাচক শক্তিৰ অন্ত পেলায় আৰু জীৱনত ভালক আকোঁৱালি লোৱাৰ বাৰ্তা কঢ়িয়াই আনে।৩০.০৪.২০২৩ তাৰিখে ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 30th, 11:31 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।Our government dedicates the project for which we lay the foundation stone: PM Modi in Himachal Pradesh
October 05th, 01:23 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.PM Modi launches development initiatives at Bilaspur, Himachal Pradesh
October 05th, 01:22 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.‘বিজয়া দশমী’ উপলক্ষে দেশবাসীলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ
October 05th, 09:19 am
‘বিজয়া দশমী’ উপলক্ষে সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পবিত্ৰ উপলক্ষই প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সাহস, সংযম আৰু সাকাৰাত্মক উদ্দীপনা কঢ়িয়াই অনাৰো কামনা কৰে শ্ৰী মোদীয়ে।Amrit Kaal inspires us to remember those personalities who played a big role in awakening public consciousness: PM
October 15th, 11:07 am
Prime Minister Modi performed the Bhoomi Poojan ceremony of Hostel Phase-1 built by Saurashtra Patel Seva Samaj in Surat via video conferencing. Addressing the gathering, the Prime Minister praised the spirit of people of Gujarat and said that it is a matter of pride for him that in the tasks of social development, Gujarat has always taken a lead.PM Modi takes part in Bhoomi Poojan of Saurashtra Patel Seva Samaj Hostel Phase I
October 15th, 11:06 am
Prime Minister Modi performed the Bhoomi Poojan ceremony of Hostel Phase-1 built by Saurashtra Patel Seva Samaj in Surat via video conferencing. Addressing the gathering, the Prime Minister praised the spirit of people of Gujarat and said that it is a matter of pride for him that in the tasks of social development, Gujarat has always taken a lead.নতুনকৈ স্থাপিত প্ৰতিৰক্ষা বাহিনীৰ ৭টা প্ৰতিষ্ঠানক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি এক অনুষ্ঠানত ভিডিঅ যোগে ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
October 14th, 05:47 pm
প্ৰতিৰক্ষা বাহিনীৰ সাতটা নতুন প্ৰতিষ্ঠানক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি বিজয়াদশমীৰ পবিত্ৰ দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ যোগে ভাষণ প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনীয়ে আয়োজন কৰা অনুষ্ঠানটোত দিনৰ ১২.১০বজাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।বিজয়া দশমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 08th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷লালকিল্লা ময়দানৰ ১৫ আগষ্ট উদ্যানত দশেৰা উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে
October 19th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লালকিল্লা ময়দানৰ ১৫ আগষ্ট উদ্যানত দশেৰা উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।বিজয়াদশমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 19th, 09:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়াদশমীৰ শুভক্ষণ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।Highlights of PM's address on Vijaya Dashmi
September 30th, 05:45 pm
PM Narendra Modi today attended Dussehra celebrations in New Delhi. In a brief address, the PM spoke about relevance of Vijaya Dashmi. He urged people to imbibe the values of Vijaya Dashmi and work towards realising the vision of a New India by 2022.PM greets nation on the occasion of Vijaya Dashmi
September 30th, 08:44 am
The Prime Minister, Shri Narendra Modi has greeted the nation on the auspicious occasion of Vijaya Dashmi.Social Media Corner 12th October 2016
October 12th, 07:35 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Vijaya Dashami is the festival of victory of truth over falsehood: PM Modi
October 11th, 09:46 pm
PM Narendra Modi on Tuesday spoke at the Ramlila at Aishbagh in Lucknow on Dussehra. In his speech Modi said, “When we burn Ravana, we should remember that humanity can’t be saved lest we fight terrorism together.” Shri Modi also said, “Women need to be respected and treated right, no matter what religion or one comes from.”Terrorism is an enemy of humanity. Everyone has to speak in one voice against terrorism: PM at Aishbagh Ramleela Ground, Lucknow
October 11th, 09:45 pm
PM Narendra Modi attended Vijaya Dashami celebrations in Aishbagh, Lucknow. Addressing a gathering the PM said that this festival was about victory of good over evil. Shri Modi said that in today’s time the biggest threat to humanity was terrorism. He added that entire world and the believers in humanity have to stand in unison to defeat terrorism. The PM exhorted the countrymen not to discriminate girl child.Social Media Corner 11th October 2016
October 11th, 09:38 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!