ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

December 23rd, 02:29 pm

আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইৰ লগতে উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী অৰুণ সাও আৰু শ্ৰী বিজয় শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 13th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন জনাইছে৷ শ্ৰী মোদীয়ে লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী অৰুণ ছাও আৰু শ্ৰী বিজয় শৰ্মাকো অভিনন্দন জনাইছে৷