বিজয় দিৱস উপলক্ষে সাহসী বীৰসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

December 16th, 09:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিজয় দিৱস’ উপলক্ষে ১৯৭১ চনৰ যুদ্ধত কৰ্তব্যনিষ্ঠাৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা সাহসী বীৰসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

১৯৭১ চনৰ যুদ্ধ জয়ৰ উপলক্ষে বিজয় দিৱসত সেনা বাহিনীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

December 16th, 11:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধত এক ব্যতিক্ৰমী জয় নিশ্চিত কৰা ভাৰতৰ সকলো সাহসী সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে।

বিজয় দিৱসৰ প্ৰাকমুহূৰ্তত আৰ্মী হাউছৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

December 15th, 08:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয় দিৱসৰ প্ৰাকক্ষণত আৰ্মি হাউচত ‘এট হোম’ শীৰ্ষক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।

৫০সংখ্যক ‘বিজয় দিৱস’ত মুক্তিযোদ্ধা, বীৰাংগণা তথা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শৌৰ্য আৰু ত্যাগৰ গাঁথা স্মৰণ প্ৰধানমন্ত্ৰীৰ

December 16th, 12:07 pm

৫০সংখ্যক ‘বিজয় দিৱস’ত মুক্তিযোদ্ধা, বীৰাংগণা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শৌৰ্য তথা ত্যাগৰ গাঁথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে ৰাষ্ট্ৰপতি জী ঢাকাত উপস্থিত থকা কথাই প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই বিশেষ তাত্পৰ্য বহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

Prime Minister Shri Narendra Modi to light up ‘Swarnim Vijay Mashaal’and begin 50th anniversary celebrations of Indo-Pak War

December 15th, 04:38 pm

In December 1971, the Indian Armed Forces secured a decisive and historic Victory over Pakistan Army, which led to creation of a Nation - Bangladesh and also resulted in the largest Military Surrender after the World War – II. From 16 December, the Nation will be celebrating 50 Years of Indo-Pak War, also called ‘Swarnim Vijay Varsh’. Various commemorative events are planned across the Nation.

PM remembers brave soldiers who fought in 1971, on the occasion of Vijay Diwas

December 16th, 12:00 pm

The Prime Minister, Shri Narendra Modi has remembered brave soldiers who fought in 1971, on the occasion of Vijay Diwas.

উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

December 16th, 11:50 am

ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, উত্তপ প্ৰদেশৰ যশস্বী তথা লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰত মোৰ সহযোগী ৰে’ল মন্ত্ৰী শ্ৰীমান পীযুষ গোৱেল মহোদয়, প্ৰদেশ ভাজপাৰ অধ্যক্ষ তথা সাংসদ আৰু মোৰ সহযোগী শ্ৰীমান মহেন্দ্ৰ পাণ্ডে মহোদয়, উত্তৰ প্ৰদেশৰ মন্ত্ৰী পৰিষদৰ মাননীয় মন্ত্ৰীগণ, ইয়াত উপস্থিত বিধায়কসকল, স্পীকাৰ মহোদয় আৰু বৃহৎ সংখ্যাত উপস্থিত ৰায়বাৰেলীৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

প্ৰধানমন্ত্ৰীয়ে ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে

December 16th, 11:47 am

উত্তৰ প্ৰদেশলৈ এদিনীয়া ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰায় বাৰেলীত এক আধুনিক দবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰে৷ এখন ৰাজহুৱা সভাত তেওঁ ৯০০তম দবা আৰু এটা হামছফৰ ৰেকৰ ফ্লেগ অফ্ কৰে৷ তাৰোপৰি তেওঁ ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও সেইসমূহ ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷

বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধৰ সাহসী সৈন্যক প্ৰধানমন্ত্ৰীৰ স্মৰণ

December 16th, 10:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধত অংশগ্ৰহণ কৰা সাহসী সৈন্যক স্মৰণ কৰে৷

Social Media Corner 16 December 2017

December 16th, 08:23 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM pays tribute to those who fought courageously in the 1971 war on Vijay Diwas

December 16th, 11:59 am

The Prime Minister, Shri Narendra Modi has paid tributes to the Indian Armed Forces on Vijay Diwas. “Vijay Diwas is a fitting reminder of the valour and sacrifice of all those who fought courageously in the 1971 war. Tributes to them”, the Prime Minister said.

PM salutes the courage and indomitable spirit of Indian Armed Forces, on Vijay Diwas

December 16th, 12:34 pm