মহাৰাষ্ট্ৰত ৯ অক্টোবৰত ৭৬০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
October 08th, 07:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰত অহা ৯ অক্টোবৰৰ দিনৰ প্ৰায় ১ বজাত, ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৭৬০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰীয়ে ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব
September 25th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। ২৭ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছোটাউদেপুৰৰ বোড়েলীত উপস্থিত হৈ ৫২০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।India has immense potential to become a great knowledge economy in the world: PM Modi
October 19th, 12:36 pm
The Prime Minister, Shri Narendra Modi launched Mission Schools of Excellence at Trimandir, Adalaj, Gujarat today. The Mission has been conceived with a total outlay of 10,000 Crores. During the event at Trimandir, the Prime Minister also launched projects worth around Rs 4260 crores. The Mission will help strengthen education infrastructure in Gujarat by setting up new classrooms, smart classrooms, computer labs and overall upgradation of the infrastructure of schools in the State.PM launches Mission Schools of Excellence at Trimandir, Adalaj, Gujarat
October 19th, 12:33 pm
The Prime Minister, Shri Narendra Modi launched Mission Schools of Excellence at Trimandir, Adalaj, Gujarat today. The Mission has been conceived with a total outlay of 10,000 Crores. During the event at Trimandir, the Prime Minister also launched projects worth around Rs 4260 crores. The Mission will help strengthen education infrastructure in Gujarat by setting up new classrooms, smart classrooms, computer labs and overall upgradation of the infrastructure of schools in the State.গান্ধীনগৰত বিদ্যালয়সমূহৰ বিদ্যা সমীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 18th, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত বিদ্যা সমীক্ষা কেন্দ্ৰ শীৰ্ষক এক কামাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীক কেন্দ্ৰটোৰ নিৰীক্ষণমূলক কাম-কাজ, ভিডিঅ’ ৱাল আৰু বিভিন্ন দিশৰ পোনপটীয়া প্ৰদৰ্শনী দেখুওৱা হয়৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত লগতে চমুকৈ এক দৃশ্য-শ্ৰাব্য উপস্থাপনো আগবঢ়োৱা হয়৷ অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত থাকে৷