প্ৰধানমন্ত্ৰীয়ে ১০ম ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলন ২০২৪ৰ একাষৰীয়াকৈ চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

January 10th, 07:09 pm

চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্ৰ ফিয়ালাই ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট-২০২৪ত অংশগ্ৰহণ কৰিবলৈ ৯-১১ জানুৱাৰী, ২০২৪ত ভাৰত ভ্ৰমণ কৰে।

অৰ্থনৈতিক বিকাশ, সংস্কাৰ আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰা শক্তিশালী কৰাৰ ক্ষেত্ৰত মতাদৰ্শ শ্বেয়াৰ কৰাৰ এক বৃহৎ মঞ্চ হৈছে ভাইব্ৰেণ্ট গুজৰাটঃ প্ৰধানমন্ত্ৰী

January 10th, 06:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ কেতবোৰ দৃশ্য শ্বেয়াৰ কৰে৷

দশম ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ শলাগ ল’লে বিশ্ব ব্যৱসায়িক মুৰব্বীসকলে

January 10th, 12:28 pm

আজি গান্ধীনগৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলন ২০২৪ৰ দশম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ আৰু ইয়াত ৩৪খন অংশীদাৰ দেশ আৰু ১৬টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰ কৰি উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।

গুজৰাটৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 10th, 10:30 am

আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছা! শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়ে, এই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোন, নতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহে, ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।

ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ১০ম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

January 10th, 09:40 am

আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট, ২০২৪ৰ ১০ম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ (Gateway to the Future) আৰু ইয়াত ৩৪ খন অংশীদাৰ দেশ আৰু ১৬ টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।

PM Modi meets CEOs of global firms in Gandhinagar, Gujarat

January 09th, 04:30 pm

Prime Minister Narendra Modi met CEOs of various global organisations and institutes in Gandhinagar, Gujarat. These included Sultan Ahmed Bin Sulayem of DP World, Mr. Sanjay Mehrotra of Micron Technology, Professor Iain Martin of Deakin University, Mr. Keith Svendsen of A.P. Moller – Maersk and Mr. Toshihiro Suzuki of Suzuki Motor Corp.

প্ৰধানমন্ত্ৰীয়ে দশম ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলন ২০২৪ৰ সময়ত মোজাম্বিক গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে

January 09th, 02:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ জানুৱাৰীত গান্ধীনগৰত মোজাম্বিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি এইচ ই ফিলিপ জেচিণ্টো নিউছিক সাক্ষাৎ কৰে।

টিমৰ-লেষ্টৰ ৰাষ্টপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

January 09th, 11:16 am

গান্ধীনগৰত অনুষ্ঠিত হ’বলগীয়া দশম ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত অংশগ্ৰহণৰ বাবে ৮ৰ পৰা ১০ জানুৱাৰী, ২০২৪লৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে টিমৰ-লেষ্টেৰ ৰাষ্ট্ৰপতি ড০ যোশ ৰামোছ হৰ্তা৷

Prime Minister Narendra Modi to visit Gujarat

January 07th, 03:11 pm

Prime Minister Narendra Modi will visit Gujarat from 8-10 January 2024. On 9th January, the Prime Minister will arrive at Mahatma Mandir in Gandhinagar, where he will hold bilateral meetings with World Leaders, followed by a meeting with CEOs of top global corporations. Later during the day, he will inaugurate the Vibrant Gujarat Global Trade Show

ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় পৰ্যায়ৰ ইনফিনিটী ফ’ৰামৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ

December 09th, 11:09 am

ইনফিনিটী ফ'ৰামৰ দ্বিতীয় পৰ্যায়ৰ এই সমাৱেশলৈ আজি সকলোকে আদৰণি জনাইছো। ২০২১ চনৰ ডিচেম্বৰ মাহত উদ্বোধনী ইনফিনিটী ফ’ৰামত আমি লগ হৈছিলো। সেই সময়ত মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিবেশ বিৰাজ কৰিছিল। পৃথিৱীৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলোৱে চিন্তিত হৈ পৰিছিল। দুৰ্ভাগ্যজনকভাৱে সেই উদ্বিগ্নতা আজিও শেষ হোৱা নাই। ভূ-ৰাজনৈতিক উত্তেজনা, উচ্চ মুদ্ৰাস্ফীতিৰ হাৰ আৰু ঋণৰ বোজাৰ প্ৰত্যাহ্বান আৰু বিষয়সমূহৰ বিষয়ে আপোনালোকে নিশ্চয় জানে।

PM addresses Infinity Forum 2.0

December 09th, 10:40 am

PM Modi addressed the second edition of Infinity Forum, a global thought leadership platform on FinTech via video conferencing. PM Modi reiterated that India’s growth story is based on the government’s top priority to policy, good governance and the welfare of the citizens. Speaking about expanding the scope of IFSCA, PM Modi reiterated the government’s efforts to take GIFT IFSCA beyond traditional finance and ventures. “We want to make GIFT City the Global Nerve Center of New Age Global Financial and Technology Services”.

ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰীয়া উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

September 27th, 11:00 am

মঞ্চত বহি থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মহোদয়, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সহযোগী শ্ৰীযুত চি.আৰ.পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, উদ্যোগ জগতৰ সকলো জ্যেষ্ঠ সহকৰ্মী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ইয়াত উপস্থিত মোৰ পৰিয়ালৰ সকলো সদস্য।

ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 27th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ ছায়েন্স চিটিত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে। ২০ বছৰ পূৰ্বে ২০০৩ৰ ২৮ ছেপ্টেম্বৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছিল। সময়ৰ লগে-লগে এই সন্মিলন প্ৰকৃততে এক বৈশ্বিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল, ভাৰতৰ অন্যতম প্ৰধান ব্যৱসায়িক সন্মিলনৰ মৰ্য্যাদা লাভ কৰিছিল।