বিকশিত ভাৰত বিকশিত গুজৰাট কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 10th, 01:40 pm
গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল, কেনে আছে….আশা কৰো সকলোৰে ভাল। আজি বিকশিত ভাৰত-বিকশিত গুজৰাটৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। আৰু মই জানিব পাৰিছো যে আজি একেসময়তে গুজৰাটৰ ১৮২ খন বিধানসভা সমষ্টিৰ পৰা, গুজৰাটৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোক প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। আপোনালোক সকলোৱে ইমান উৎসাহেৰে বিকশিত গুজৰাটৰ যাত্ৰাত যোগদান কৰিছে... মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে
February 10th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত, তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত, ৰাতিপুৱা প্ৰায় ৮ বজাত, তেওঁ কেৱড়িয়া ভ্ৰমণ কৰিব য'ত তেওঁ ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি আগবঢ়াব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ'ব। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত, ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁ আৰম্ভ ৫.০ত ৯৮তম কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব।প্ৰধানমন্ত্ৰীয়ে ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব
September 25th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। ২৭ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছোটাউদেপুৰৰ বোড়েলীত উপস্থিত হৈ ৫২০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।We have to build a government that will lay a solid foundation for 25 years: PM Modi in Bavla, Gujarat
November 24th, 11:14 am
In his last public meeting for the day, PM Modi spoke on the soul of India, that is its villages. Hitting out at the opposition, PM Modi slammed the Congress for ignoring the soul of India and said, “When it came to resources and facilities, the villages were not even considered in the Congress governments. As a result, the gap between villages and cities kept on increasing”. PM Modi further added that the condition of villages in Gujarat 20 years ago was dire, but today has been completely revamped under the BJP government.The daughters of Gujarat are going to write the new saga of developed Gujarat: PM Modi in Dahegam
November 24th, 11:13 am
PM Modi spoke on the development Gujarat has seen in basic facilities in the last 20-25 years and said that Gujarat is a leader in the country in many parameters of development. PM Modi also spoke on how the economy of the country is placed as the 5th largest in the world whereas, in 2014, it was in 10th place. PM Modi added, “Gujarat's economy has grown 14 times in the last 20 years”.Congress leaders only care about the power and the throne and play divisive politics in the country: PM Modi in Modasa
November 24th, 11:04 am
Slamming the opposition, PM Modi drew a stark contrast between the state of Gujarat and Rajasthan. PM Modi said, “As much faith is there in the government here, there is as much distrust in the Congress government there”, PM Modi explained that the Congress leaders only care about the power and the throne and play pisive politics in the country. PM Modi further said, “The BJP has only one goal, ‘Ek Bharat, Shreshtha Bharat’ ”.Gujarat has full potential to become the hydrogen hub of the future: PM Modi in Palanpur
November 24th, 10:41 am
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed a public meeting in Palanpur, Gujarat. PM Modi spoke extensively on five key areas in his address, which were tourism, environment, water, livestock and nutrition.PM Modi addresses public meetings in Palanpur, Modasa, Dahegam & Bavla, Gujarat
November 24th, 10:32 am
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed public meetings in Palanpur, Modasa, Dahegam & Bavla, Gujarat. PM Modi spoke extensively on tourism, environment, water, livestock and nutrition in his address at Palanpur. At Modasa, PM Modi spoke on North Gujarat’s resolute to give the BJP, 100% of the electoral seats. In his address at Dahegam & Bavla, PM Modi spoke on the development for the next 25 years of Gujarat.Bharuch has a critical role to play in the development of Gujarat and India: PM Modi
October 10th, 11:28 am
PM Modi laid the foundation stone and dedicated to the nation multiple projects worth over Rs 8000 crore in Amod, Gujarat. Remarking that he had come to Bharuch at the time of Azadi Ka Amrit Mahotsav, PM Modi said the soil of this place has given birth to many children of the nation that have taken the name of the country to new heights.PM lays the foundation stone and dedicates to nation multiple projects worth over Rs 8000 crore in Amod, Bharuch, Gujarat
October 10th, 11:26 am
PM Modi laid the foundation stone and dedicated to the nation multiple projects worth over Rs 8000 crore in Amod, Gujarat. Remarking that he had come to Bharuch at the time of Azadi Ka Amrit Mahotsav, PM Modi said the soil of this place has given birth to many children of the nation that have taken the name of the country to new heights.In the last eight years, relations between India and Japan have reached new heights: PM
August 28th, 08:06 pm
PM Modi addressed a programme marking the commemoration of 40 years of Suzuki in India. The Prime Minister said, The success of Maruti-Suzuki also signifies the strong India-Japan partnership. In the last eight years, these relations between our two countries have reached new heights.গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
August 28th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi
September 11th, 11:01 am
Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে
September 11th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।আহমেদাবাদৰ ‘এএমএ’-ত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 27th, 12:21 pm
‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ লোকাৰ্পণৰ এই সুযোগ ভাৰত-জাপানৰ মাজৰ সম্পৰ্কৰ সহজতা আৰু আধুনিকতাৰ প্ৰতীক হিচাপেই পৰিগণিত হৈছে। মোৰ বিশ্বাস যে জাপানৰ ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ এই প্ৰতিস্থাই, ভাৰত আৰ জাপানৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব, আমাৰ নাগৰিকসকলক আৰু কাষ চপাই আনিব। বিশেষ ভাবে, মই ‘হ্যোগো’ আৰু ‘প্ৰী-ফেক্সাৰ’ৰ নেতৃবৃন্দৰ, মোৰ অভিন্ন মিত্ৰ গৱৰ্ণৰ শ্ৰীমান ইদো তোশীজোক বিশেষ ভাবে এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছো। গৱৰ্ণৰ ইদো ২০১৭চনত নিজেই আহমেদাবাদলৈ আহিছিল। আহমেদাবাদত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ লগতে ‘হ্যোগো ইণ্টাৰনেশ্যনেল এছোচিয়েশ্যন’ৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছিল। মই ‘গুজৰাটৰ ভাৰত-জাপান মৈত্ৰী সংস্থা’ৰ সতীৰ্থসকলকো ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিব খুজিছো। তেওঁলোকে ভাৰত-জাপানৰ মাজৰ সম্বন্ধ মজবুট কৰাৰ বাবে নিৰন্তৰ ভাবে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। ‘জাপান ইনফৰ্মেশ্যন এণ্ড ষ্টাডী চেণ্টাৰ’-ও ইয়াৰ এক সুন্দৰ উদাহৰণ।PM Modi inaugurates Zen Garden and Kaizen Academy at AMA, Ahmedabad
June 27th, 12:20 pm
PM Narendra Modi inaugurated a Zen Garden and Kaizen Academy at AMA, Ahmedabad via video conference. Pointing to the similarities between ‘Zen’ and Indian ‘Dhyan’, the Prime Minister dwelled on the emphasis on inner peace along with outer progress and growth in the two cultures.PM Modi's interview to TASS, Russian News Agency
September 04th, 10:30 am
In an interview to TASS, Prime Minister Narendra Modi said his meeting with Russian President Vladimir Putin on the sidelines of the Eastern Economic Forum in Russia’s Far Eastern city of Vlapostok will give a new impetus to bilateral ties. I am confident that this visit will give a new vector, new energy and a new impetus to the relations between our countries, PM Modi said in the interview.Press Statement by Prime Minister during state visit of President of South Africa to India
January 25th, 01:00 pm
PM Narendra Modi and South African President Cyril Ramaphosa held wide-ranging talks on cooperation in defence and security, trade and investment, skill development, education and technical cooperation and multilateral forums. At the joint press meet, the PM also highlighted contributions of greats like Mahatma Gandhi and Nelson Mandela.PM concludes his visit to Gujarat
January 19th, 02:17 pm
PM Modi, during his Gujarat visit, took part in wide range of events. Day one of visit to Gujarat was marked by the inauguration of a Global Trade Show, dedication of Sardar Vallabhbhai Patel Institute of Medical Sciences and Research and inauguration of Ahmedabad Shopping Festival. On the second day, the PM addressed the Vibrant Gujarat Summit. Today the PM dedicated L&T Armoured Systems Complex in Hazira, after which he launched development projects in Silvassa.