প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰাৰ ওপৰত গ্ৰন্থ উন্মোচনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 30th, 12:05 pm
অনুষ্ঠানত উপস্থিত আৰু আজিৰ অনুষ্ঠানৰ কেন্দ্ৰবিন্দু আমাৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰীযুত ভেংকায়া নাইডু গাৰু, তেওঁৰ পৰিয়ালৰ সদস্য, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, দেৱী আৰু সজ্জনসকল।প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰাৰ সন্দৰ্ভত তিনিখন গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ
June 30th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ৭৫সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত তেওঁৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰে।প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
June 25th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুক সাক্ষাৎ কৰে।তেলেংগানাৰ কৰিমনগৰৰ শিক্ষিত কৃষকে মিশ্ৰিত-কৃষিৰ দৃষ্টিভংগী গ্ৰহণেৰে তেওঁৰ উপাৰ্জন দুগুণ কৰিছে
January 18th, 03:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ মাধ্যেমেৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। সমগ্ৰ দেশৰ পৰা ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিছিল। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক তেওঁলোকৰ জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 17th, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী
March 20th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত থাকে৷PM calls on President, Vice President, Shri Ram Nath Kovind and Shri Venkaiah Naidu on Diwali
October 24th, 09:17 pm
The Prime Minister , Shri Narendra Modi met with President Smt Droupadi Murmu, Vice President Shri Jagdeep Dhankhar, Shri Ram Nath Kovind and Shri Venkaiah Naidu to greet them on Diwali.Venkaiah ji’s quality of always staying active will keep him connected to public life for a long time to come: PM
August 08th, 07:07 pm
PM Modi attended a farewell function for the Vice President Shri M. Venkaiah Naidu at GMC Balayogi Auditorium. Speaking on the occasion, the Prime Minister pointed out the quality of Shri Venkaiah Naidu of always staying active and engaged, a quality that will always keep him connected with the activities of public life.PM attends farewell function of Vice President Shri M. Venkaiah Naidu at Balayogi Auditorium
August 08th, 07:06 pm
PM Modi attended a farewell function for the Vice President Shri M. Venkaiah Naidu at GMC Balayogi Auditorium. Speaking on the occasion, the Prime Minister pointed out the quality of Shri Venkaiah Naidu of always staying active and engaged, a quality that will always keep him connected with the activities of public life.Your each word is heard, preferred, and revered & never countered: PM Modi during farewell of VP Naidu
August 08th, 01:26 pm
PM Modi participated in the farewell to Vice President M. Venkaiah Naidu in Rajya Sabha today. The PM remembered many moments that were marked by the wisdom and wit of Shri Naidu. He recalled the Vice President’s continuous encouragement to the youth of the country in all the roles he undertook in public life.PM bids farewell to Vice President Shri M. Venkaiah Naidu in Rajya Sabha
August 08th, 01:08 pm
PM Modi participated in the farewell to Vice President M. Venkaiah Naidu in Rajya Sabha today. The PM remembered many moments that were marked by the wisdom and wit of Shri Naidu. He recalled the Vice President’s continuous encouragement to the youth of the country in all the roles he undertook in public life.PM attends farewell programme hosted for President Shri Ram Nath Kovind in Parliament
July 23rd, 10:16 pm
The Prime Minister, Shri Narendra Modi today attended the farewell programme hosted for President, Shri Ram Nath Kovind in Parliament.প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰে
July 22nd, 11:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰে।India is the mother of democracy: PM Modi
September 15th, 06:32 pm
Vice President and Rajya Sabha Chairman, Shri M. Venkaiah Naidu, Prime Minister Shri Narendra Modi and Lok Sabha Speaker Shri Om Birla jointly launched Sansad TV. The Prime Minister termed the launch of Sansad TV a new chapter in the story of Indian democracy.উপ- ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভা অধ্যক্ষই যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে
September 15th, 06:24 pm
উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিড়লাই আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে।উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষই ১৫ ছেপ্তেম্বৰত যুটীয়াভাৱে মুকলি কৰিব সংবাদ টিভি
September 14th, 03:18 pm
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই ১৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৬বজাত সংসদ ভৱনত যুটীয়াভাৱে মুকলি কৰিব সংবাদ টিভি। আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি সংবাদ টিভি মুকলিৰ দিন ধাৰ্য কৰা হৈছে।উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডুৰ কার্যকালৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে গ্রন্থ উন্মোচনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
September 02nd, 06:55 pm
বহুতে ভেংকায়া ডাঙৰীয়াক যি কাৰণত শুভেচ্ছা জনাইছে, মই শুভেচ্ছা জনাইছো তেওঁৰ দীর্ঘদিনীয়া স্বভাৱৰ বিপৰীতে গৈ নতুন কামত লাভ কৰা সাফল্যৰ বাবে।উপ-ৰাষ্ট্ৰপতি হিচাপে ভেংকায়া নাইডুৰ কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 02nd, 12:10 pm
উপ-ৰাষ্ট্ৰপতি হিচাপে ভেংকায়া নাইডুৰ কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে “মোভিং অন, মোভিং ফৰৱাৰ্ড-এ ইয়েৰ ইন অফিছ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে উপ-ৰাষ্ট্ৰপতিক গ্ৰন্থখনিৰ প্ৰথমটো কপি উপহাৰ দিয়ে।Social Media Corner 11 August 2017
August 11th, 07:46 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM’s remarks during the welcome of Vice President M. Venkaiah Naidu, in the Rajya Sabha
August 11th, 11:02 am
Recalling his long association with Shri Venkaiah Naidu, PM Modi said, Shri Naidu is always sensitive to the requirements of the rural areas, the poor and the farmers, and his inputs on these issues have been of immense value.