প্ৰধানমন্ত্ৰীয়ে জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰে, বেদান্ত আৰু গীতাৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে তেওঁক প্ৰশংসা কৰে
November 20th, 07:54 am
বেদান্ত আৰু গীতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে জোনাছ মাছেট্টিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিয়ে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতত ৰামায়ণৰ প্ৰদৰ্শন দেখি জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰিছিল।‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
January 31st, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ পৰম্পৰাৰ মাহিলী পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী উদযাপন সম্বোধন কৰে।‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী অনুষ্ঠান সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে পত্ৰিকাখন স্বামী বিবেকানন্দৰ দ্বাৰা আৰম্ভ কৰা হৈছিল
January 31st, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ পৰম্পৰাৰ মাহিলী পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী উদযাপন সম্বোধন কৰে।PM's interaction with global oil and gas CEOs and experts
October 09th, 02:26 pm
PM held interaction with oil and gas CEOs from across the world. Flagging the potential of biomass energy, he stressed on the need to develop energy infrastructure and access to energy in Eastern India. He said that as India moved towards a cleaner and more fuel-efficient economy, its benefits must also expand horizontally to all sections of the society, and in particular to the poorest.