বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।‘জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৫ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব
November 13th, 06:59 pm
ই ‘ভগৱান’ বিৰচা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি চিহ্নিত কৰিবYou trusted BJD for 25 years, but it broke your trust at every step: PM Modi in Mayurbhanj, Odisha
May 29th, 01:30 pm
Prime Minister Narendra Modi addressed an enthusiastic public meeting in Mayurbhanj, Odisha with a vision of unprecedented development and transformation for the state and the country. PM Modi emphasized the achievements of the last decade under his leadership and laid out ambitious plans for the next five years, promising continued progress and prosperity for all Indians.PM Modi addresses public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha
May 29th, 01:00 pm
Prime Minister Narendra Modi addressed enthusiastic public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha with a vision of unprecedented development and transformation for the state and the country. PM Modi emphasized the achievements of the last decade under his leadership and laid out ambitious plans for the next five years, promising continued progress and prosperity for all Indians.Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal
May 20th, 10:00 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha
May 20th, 09:58 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”BJD failed farmers for 25 years, BJP aims for their true empowerment: PM Modi in Nabarangpur
May 06th, 09:15 pm
Prime Minister Narendra Modi an addressed a mega public meeting in Odisha’s Nabarangpur. Addressing a huge gathering, the PM said, “Today, our Ram Lalla is enshrined in the magnificent Ram Temple. This is the wonder of your one vote... which has ended a 500-year wait. I congratulate all the people of Odisha. Prime Minister Modi declared, “4th June is the expiry date of BJD government. I have come here to invite you to attend the swearing-in ceremony of a new BJP Chief Minister on 10th June in Bhubaneswar. I am sure that some people declined the invitation to attend the Pran Pratishtha of Ram Temple in Ayodhya, but you all will not decline my invitation...PM Modi addresses public meetings in Odisha’s Berhampur and Nabarangpur
May 06th, 10:15 am
Prime Minister Narendra Modi today addressed two mega public meetings in Odisha’s Berhampur and Nabarangpur. Addressing a huge gathering, the PM said, “Today, our Ram Lalla is enshrined in the magnificent Ram Temple. This is the wonder of your one vote... which has ended a 500-year wait. I congratulate all the people of Odisha.অন্ধ্ৰপ্ৰদেশৰ ভীমাভাৰামত আল্লুৰী সীতাৰাম ৰাজুৰ ১২৫ তম জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ
July 04th, 11:01 am
আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দনজী, কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী মুখ্যমন্ত্ৰী শ্ৰী জগন মোহন ৰেড্ডীজী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু অন্ধ্ৰ প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল,PM launches year-long 125th birth anniversary celebration of legendary freedom fighter Alluri Sitarama Raju in Bhimavaram, Andhra Pradesh
July 04th, 11:00 am
PM Modi launched year-long 125th birth anniversary celebration of legendary freedom fighter Alluri Sitarama Raju in Bhimavaram, Andhra Pradesh. Terming Alluri Sitarama Raju a symbol of India’s culture, tribal identity, valour, ideals and values, the PM remarked that from the birth of Sitaram Raju Garu to his sacrifice, his life journey is an inspiration to all of us.Double engine government is working with service spirit for welfare of tribal communities: PM
April 20th, 09:49 pm
PM Modi inaugurated and laid the foundation stone of various development projects worth around Rs 22,000 crore in Dahod, Gujarat. PM Modi recalled his long association with the local tribal community and credited their blessings for inspiring him to undertake service of the nation.প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ দাহোদ আৰু পঞ্চমহলত ২২ হাজাৰ কোটি টকা মূল্যৰ প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
April 20th, 04:24 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি দাহোদত আদিজাতি মহাসন্মিলনত যোগ দিছিল। অনুষ্ঠানৰ পৰা তেওঁ প্রায় ২২ হাজাৰ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আজি প্রধানমন্ত্রীয়ে ১৪০০ কোটি টকাৰো বেছি মূল্যৰ প্রকল্পৰ উদ্বোধন কৰে। তেওঁ আজি প্রায় ৮৪০ কোটি টকা মূল্যৰ নর্মদা নদীৰ অববাহিকাত নির্মিত দাহোদ দক্ষিণাঞ্চল আঞ্চলিক জল সৰবৰাহ প্রকল্পৰ উদ্বোধন কৰে। ই দাহোদ জিলা আৰু দেবগড় বাড়িয়া চহৰৰ প্রায় ২৮০খন গাঁৱৰ জল সৰবৰাহৰ চাহিদা পূৰাব। সমান্তৰালকৈ প্রধানমন্ত্রীয়ে আজি প্রায় ৩৩৫ কোটি টকা মূল্যৰ দাহোদ স্মার্ট চিটীৰ ৫টা প্রকল্পৰ উদ্বোধন কৰে। এই প্রকল্পসমূহৰ মাজত আছে ইন্টিগ্রেটেড কমান্ড এণ্ড কনট্রোল চেণ্টাৰ বিল্ডিং, ষ্ট্ৰম ৱাটাৰ ড্রেনেজ ছিষ্টেম, ছুৱাৰেজ ৱৰ্কছ, কঠিন বর্জ্য পৰিচালন ব্যৱস্থাপনা আৰু বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থাপনা। প্রধানমন্ত্রী আৱাস যোজনাৰ আওতাত পঞ্চমহল আৰু দাহোদ জিলাৰ ১০ হাজাৰজন উপজাতিক ১২০ কোটি টকা মূল্যৰ সুবিধা পৌঁছাই দিয়া হৈছে। প্রধানমন্ত্রীয়ে ৬৬ কিলো ভোল্ট ঘোড়িয়া ছাব ষ্টেচন, পঞ্চায়ত ভৱন আৰু অঙ্গনৱাড়ী কেন্দ্রৰো উদ্বোধন কৰে।ঝাৰখণ্ডৰ বাবে শক্তিশালী আৰু স্থিৰ বিজেপি চৰকাৰ গঠন হোৱাটো গুৰুত্বপূৰ্ণ কথাঃ প্ৰধানমন্ত্ৰী মোদী
November 25th, 12:03 pm
বিজেপিৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ দালতনগঞ্জ আৰু গুমলাত আজি দুখন বৃহৎ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ উপস্থিত লোকসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বিজেপি নেতৃত্বৰ অধীনত ঝাৰখণ্ডত এক শক্তিশালী আৰু স্থিৰ চৰকাৰ গঠন হোৱাটো গুৰুত্বপূৰ্ণ কথা৷’’ঝাৰখণ্ডৰ দলটোনগঞ্জ আৰু গুমলাত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰ
November 25th, 12:02 pm
বিজেপিৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ দালতনগঞ্জ আৰু গুমলাত আজি দুখন বৃহৎ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ উপস্থিত লোকসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বিজেপি নেতৃত্বৰ অধীনত ঝাৰখণ্ডত এক শক্তিশালী আৰু স্থিৰ চৰকাৰ গঠন হোৱাটো গুৰুত্বপূৰ্ণ কথা৷’’The first 100 days of our government at the Centre have been marked by Promise, Performance and Delivery: PM Modi
September 19th, 04:29 pm
Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.PM Modi addresses public meeting in Nashik, Maharashtra
September 19th, 04:15 pm
Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.Since assuming power in 2014, BJP government has been inspired by the values of patriotism, efficient governance and ‘Antyodaya’: PM
May 17th, 11:31 am
Prime Minister Narendra Modi addressed the last rally of supporters this election season in the Khargone constituency of Madhya Pradesh. The rally saw PM Modi talk at length about the milestones achieved for the nation’s progress since 2014 as well as his vision for the next five years.PM Modi addresses rally in Khargone, Madhya Pradesh
May 17th, 11:30 am
Prime Minister Narendra Modi addressed the last rally of supporters this election season in the Khargone constituency of Madhya Pradesh. The rally saw PM Modi talk at length about the milestones achieved for the nation’s progress since 2014 as well as his vision for the next five years.Despite ruling the nation for decades, the Congress party treated the tribal communities as a mere vote-bank: PM at Deoghar
May 15th, 12:46 pm
Addressing his second major rally for the day in Deoghar in Jharkhand, Prime Minister Narendra Modi applauded the state BJP government for its transparent and efficient governance that has enhanced the living standards for the people while also empowering the state’s tribal communities through financial inclusion, employment and access to social security services.