১৬তম প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 09th, 10:31 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 09th, 10:30 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷India has a rich legacy in science, technology and innovation: PM Modi
December 22nd, 04:31 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM delivers inaugural address at IISF 2020
December 22nd, 04:27 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.Pan IIT movement can help realise dream of Aatmanirbhar Bharat: PM Modi
December 04th, 10:35 pm
PM Narendra Modi delivered the keynote address at the Pan IIT-2020 Global Summit. PM Modi lauded the contributions of the IIT alumni in every sphere around the world and asked them to train the future minds in a way that they could give back to the country and create an Atmanirbhar Bharat.PM delivers keynote address at IIT-2020 Global Summit
December 04th, 09:51 pm
PM Narendra Modi delivered the keynote address at the Pan IIT-2020 Global Summit. PM Modi lauded the contributions of the IIT alumni in every sphere around the world and asked them to train the future minds in a way that they could give back to the country and create an Atmanirbhar Bharat.ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিদৃশ্য সৱলীকৰণৰ বাবে কিবা প্ৰস্তাৱ আছে নেকি? এতিয়াই বিনিময় কৰক!
November 08th, 07:28 pm
২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২০ তাৰিখলৈ উদযাপিত বৈভৱ সন্মিলনত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক প্ৰতিষ্ঠান তথা গৱেষণা আৰু বিকাশ সংস্থাসমূহৰ ভাৰতীয় বংশোদ্ভৱ বিশিষ্ট ব্যক্তিসকলক একেখন মঞ্চতে উপৱিষ্ট কৰি বিশ্বৰ উন্নয়নৰ বাবে ভাৰতত শৈক্ষিক আৰু বিজ্ঞান তথা প্ৰযুক্তিভিত্তিক প্ৰণালীসমূহক শক্তিশালী কৰাৰ বাবে মুকলি তৰ্কত অৱতীৰ্ণ হোৱাৰ সুযোগৰ সৃষ্টি হৈছিল৷বৈভৱ ২০২০ সন্মিলনত মুকলি ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়
October 02nd, 06:21 pm
‘‘দেশৰ অধিকতকৈ অধিক সংখ্যক যুৱ প্ৰজন্মই বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ এয়াই সঠিক সময়’’, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী আৰু ভাৰতীয় গৱেষক তথা শিক্ষাবিদসকলৰ বাবে ‘বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক (বৈভৱ)’’ শীৰ্ষক এক বিশ্বজনীন ভাৰ্চুৱেল সন্মিলনৰ মুকলি ভাষণত এইদৰে মন্তব্য কৰে৷PM to inaugurate VAIBHAV Summit on 2nd October
October 01st, 09:30 pm
Prime Minister Shri Narendra Modi will inaugurate Vaishvik Bhartiya Vaigyanik (VAIBHAV) Summit on 2nd October at 6:30 PM, via video conferencing.