ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।কেৰেলাৰ জনসাধাৰণে এতিয়া বিজেপিক এক নতুন আশা হিচাপে দেখিছে: পি এম মোদী
September 01st, 04:31 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ :প্ৰধানমন্ত্ৰী
December 06th, 11:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ।জয়পুৰ ‘চিপেট : পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 30th, 11:01 am
কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।জয়পুৰত চিপেটঃ ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জিৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
September 30th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।When India grows, the world grows, when India reforms, the world transforms: PM Modi
September 25th, 06:31 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.PM Modi's address to the United Nations General Assembly
September 25th, 06:30 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ উত্তৰপ্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 05th, 01:01 pm
আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই মোৰ যথেষ্ট আনন্দ লাগিছে৷ এইবাবেই আনন্দ হৈছে যে দিল্লীৰ পৰা পঠোৱা প্ৰতিটো খাদ্য একো একোজন হিতাধিকাৰীৰ থালি পাইছেগৈ৷ আনন্দ এই বাবেই হৈছে যে পূর্বৰ চৰকাৰৰ সময়ত উত্তৰপ্রদেশত দুখীয়া লোকসকলৰ বাবে আৱণ্টিত শস্য আধাতে লুণ্ঠন হৈছিল আৰু আজি সেই লুণ্ঠনৰ সকলো পথ বন্ধ। উত্তৰপ্রদেশত যিদৰে প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাক বাস্তবায়িত কৰা হৈছে সেইটোৱে নতুন উত্তৰপ্রদেশৰ পৰিচয়ক আৰু অধিক মজবুত কৰিছে। আজি আপোনালোকৰ সৈতে কথা পাতি মোৰ যথেষ্ট ভাল লাগিছে। যি সাহসৰে, যি বিশ্বাস লৈ আপোনালোকে কৈছে, যি সততা আপোনালোকৰ প্ৰতিটো শব্দত প্রস্ফুটিত হৈছে, তাৰ পৰা মই যথেষ্ট আনন্দিত হৈছো৷ আপোনালোকৰ বাবে কাম কৰাৰ উৎসাহ মোৰ মনত আৰু অধিক বৃদ্ধি পাইছে। আপোনালোকৰ সৈতে যিমানেই কথা নাপাতো লাগিলে, সেয়া যেন কম হ’ব। আহক, এতিয়া আজিৰ কাৰ্যসূচীক লৈ কথা পাতো!উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 05th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে।ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগ অনুকূল আন্তঃগাঁথনিৰ বাবে একত্ৰীকৰণ (চিডিআৰআই)ৰ বাৰ্ষিক সন্মিলনৰ তৃতীয় সংস্কৰণত দিয়া ভাষণৰ পাঠ
March 17th, 02:36 pm
PM Modi addressed the opening ceremony of International Conference on Disaster Resilient Infrastructure. PM Modi called for fostering a global ecosystem that supports innovation in all parts of the world, and its transfer to places that are most in need.দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আধাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষ
March 17th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি সন্দৰ্ভত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠান ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰে। এই অনুষ্ঠানত ফিজি, ইটালী আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীসকলো উপস্থিত থাকে। এই সন্মিলনত চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ষ্টেকহোল্ডাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠন, শিক্ষা প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ বহু বিশেষজ্ঞই অংশগ্ৰহণ কৰে।