ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।ভাৰতক সুস্থ কৰি ৰাখিবলৈ গ্ৰহণ কৰা প্ৰয়াসৰ বাবে স্বাস্থ্যসেৱা কৰ্মীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 16th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক সুস্থ কৰি ৰাখিবলৈ গ্ৰহণ কৰা প্ৰয়াসৰ বাবে সকলো স্বাস্থ্যসেৱা কৰ্মীক প্ৰশংসা কৰিছে। ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসত প্ৰধানমন্ত্ৰীয়ে লগতে এখনি সুস্থ ভাৰত গঢ়ি তোলাৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখেৰে টীকাদানৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথাও স্মৰণ কৰে।Our government dedicates the project for which we lay the foundation stone: PM Modi in Himachal Pradesh
October 05th, 01:23 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.PM Modi launches development initiatives at Bilaspur, Himachal Pradesh
October 05th, 01:22 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.কেৰেলাৰ জনসাধাৰণে এতিয়া বিজেপিক এক নতুন আশা হিচাপে দেখিছে: পি এম মোদী
September 01st, 04:31 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।Guided by mantra of 'Sabka Saath-Sabka Vikas' we have worked for welfare of poor in last 8 years: PM
June 10th, 10:16 am
PM Modi participated in a programme 'Gujarat Gaurav Abhiyan’, where he launched multiple development initiatives. The pride of Gujarat is the rapid and inclusive development in the last two decades and a new aspiration born out of this development. The double engine government is sincerely carrying forward this glorious tradition, he said.PM Launches Multiple Development Projects During 'Gujarat Gaurav Abhiyan' in Navsari
June 10th, 10:15 am
PM Modi participated in a programme 'Gujarat Gaurav Abhiyan’, where he launched multiple development initiatives. The pride of Gujarat is the rapid and inclusive development in the last two decades and a new aspiration born out of this development. The double engine government is sincerely carrying forward this glorious tradition, he said.প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ নাগৰিকক টিকাকৰণৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন
March 16th, 10:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ দেশৰ নাগৰিকক টিকাকৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন। তেওঁ ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকলক টিকা গ্ৰহণৰ আহ্বান জনায়।BJP Govt in UP means control over Dangaraaj, Mafiaraaj, Gundaraaj: PM Modi in Sitapur
February 16th, 03:46 pm
Amidst the ongoing election campaigning in Uttar Pradesh, PM Modi’s rally spree continued as he addressed a public meeting in Sitapur today. PM Modi paid tribute to Sant Ravidas Ji on the occasion of his birth anniversary, he said, “For decades, the devotees of Sant Ravidas ji demanded development of his birthplace, but previous governments came here during elections, took photographs and left. It is a matter of happiness for me that I am the MP of Kashi where Sant Ravidas ji was born. We are redeveloping Sant Ravidas Ji’s birthplace.”PM Modi addresses public meeting in Sitapur, Uttar Pradesh
February 16th, 03:45 pm
Amidst the ongoing election campaigning in Uttar Pradesh, PM Modi’s rally spree continued as he addressed a public meeting in Sitapur today. PM Modi paid tribute to Sant Ravidas Ji on the occasion of his birth anniversary, he said, “For decades, the devotees of Sant Ravidas ji demanded development of his birthplace, but previous governments came here during elections, took photographs and left. It is a matter of happiness for me that I am the MP of Kashi where Sant Ravidas ji was born. We are redeveloping Sant Ravidas Ji’s birthplace.”Congress is not even ready to consider India a nation: PM Modi
February 12th, 01:31 pm
Continuing his election campaigning spree, PM Modi addressed an election rally in Uttarakhand’s Rudrapur. Praising the people of the state, PM Modi reiterated, “Uttarakhand has achieved 100% single dose vaccination in record time. I congratulate the people here for this awareness and loyalty. I congratulate your young Chief Minister Dhami ji. Your CM’s work has shut the mouth of such people who used to say that vaccine cannot reach in hilly areas.”PM Modi addresses a Vijay Sankalp Rally in Uttarakhand’s Rudrapur
February 12th, 01:30 pm
Continuing his election campaigning spree, PM Modi addressed an election rally in Uttarakhand’s Rudrapur. Praising the people of the state, PM Modi reiterated, “Uttarakhand has achieved 100% single dose vaccination in record time. I congratulate the people here for this awareness and loyalty. I congratulate your young Chief Minister Dhami ji. Your CM’s work has shut the mouth of such people who used to say that vaccine cannot reach in hilly areas.”For us, Goa is about - Governance, Opportunities & Aspirations: PM Modi
February 10th, 06:18 pm
Prime Minister Narendra Modi today addressed a public meeting in Mapusa, Goa. PM Modi started his address by saying “Indeed, coming to Goa amidst all of you fills me with a new energy.” PM Modi iterated that Goa is the birthplace of his role as the head of the publicity committee of BJP which later declared him as a candidate for the Prime Minister’s position for the 2014 general elections.PM Modi addresses public meeting in Mapusa, Goa
February 10th, 06:17 pm
Prime Minister Narendra Modi today addressed a public meeting in Mapusa, Goa. PM Modi started his address by saying “Indeed, coming to Goa amidst all of you fills me with a new energy.” PM Modi iterated that Goa is the birthplace of his role as the head of the publicity committee of BJP which later declared him as a candidate for the Prime Minister’s position for the 2014 general elections.৭৫% প্ৰাপ্তবয়স্ক লোকে সম্পূৰ্ণ টিকাকৰণ কৰা উপলক্ষে আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 30th, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫% প্ৰাপ্তবয়স্ক লোক সম্পূৰ্ণ টিকাকৰণ কৰা উপলক্ষে আনন্দ প্ৰকাশ কৰে৷বিভিন্ন জিলাৰ দণ্ডাধীশসকলৰ সৈতে হোৱা কথোপকথনৰ পিচত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সমৰণি মন্তব্যৰ পাঠ
January 22nd, 12:01 pm
জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।