উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 10th, 11:01 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী ড. আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী আৰু ব্ৰজেশ পাঠক জী, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী তথা লক্ষ্ণৌৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, বিভিন্ন দেশৰ সন্মানীয় ব্যক্তিসকল, উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী আৰু উদ্যোগটোৰ সন্মানীয় সদস্যসকল, গ্ল'বেল ইনভেষ্টাৰ ফ্ৰেটাৰ্নিটি, নীতি নিৰ্ধাৰক, কৰ্প’ৰেট নেতাসকল, লগতে গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটত অংশগ্ৰহণ কৰা সকলো সুধীবৃন্দ!

প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ উদ্বোধন কৰে

February 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰছ ছামিট ২০২৩ উদ্বোধন কৰে। তেওঁ গ্লোবেল ট্ৰেড শ্ব'ৰ উদ্বোধন কৰে আৰু কাৰ্যসূচীটোৰ সময়ত ইনভেষ্ট ইউপি ২.০ মুকলি কৰে। উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য বিনিয়োগ সন্মিলন যিয়ে সমগ্ৰ বিশ্বৰ নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, শিক্ষাবিদ, থিংক টেংক আৰু নেতাসকলক একত্ৰিত কৰি সামূহিকভাৱে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু অংশীদাৰীত্ব গঢ়ি তুলিব। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰে।

আলীগড়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:01 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেলজী, উত্তৰ প্ৰদেশৰ সফল আৰু ক্ষীপ্ৰতৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, অন্যান্য সাংসদ, বিধায়ক আৰু আলিগড়ৰ মোৰ মৰমৰ ভাই-ভনীসকল,

PM lays the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh

September 14th, 11:45 am

Prime Minister Narendra Modi laid the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh. Paying rich tribute to Raja Mahendra Pratap Singh ji said, the life of Raja Mahendra Pratap Singh ji, teaches us the indomitable will and a willingness to go to any extent to fulfill our dreams.

কাইলৈ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়ে

September 13th, 11:20 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ফেব্ৰুৱাৰী 2018

February 21st, 08:38 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

এখন নতুন ভাৰত নিৰ্মাণত এখন নতুন উত্তৰপ্ৰদেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

February 21st, 01:04 pm

লক্ষ্ণৌত আজি উত্তৰপ্ৰদেশ বিনিয়োগ সন্মিলনত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সক্ষমতা+নীতি+পৰিকল্পনা+প্ৰদৰ্শন এই চাৰিটা উপাদানে প্ৰদৰ্শনত গতি প্ৰদান কৰে বুলি মন্তব্য কৰা লগতে এয়া উত্তৰপ্ৰদেশৰ বাবে ছুপাৰহিট প্ৰদৰ্শনৰ সময় বুলি অভিহিত কৰে। তেওঁ কয় যে উত্তৰপ্ৰদেশে এতিয়া ৰঙা ফিটাৰ মেৰপাক আঁতৰাই বিনিয়োগকাৰীক ৰঙা দলিচা পাৰি দিব লাগিব।

PM addresses Uttar Pradesh Investors’ Summit

February 21st, 01:01 pm

Addressing the Uttar Pradesh Investors’ Summit in Lucknow today, PM Narendra Modi remarked that Potential + Policy + Planning+ Performance leads to Performance and it was now Uttar Pradesh’s time to give a Super-Hit Performance. He said that Uttar Pradesh would now eliminate red tape and roll out red carpet for investors.