প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি

February 13th, 04:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিনামূলীয়া বিদ্যুতৰ বাবে ছাঁদৰ ওপৰত সৌৰ আঁচনি - PM Surya Ghar Muft Bijli Yojana (প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি) আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

চেন্নাইত বিভিন্ন প্ৰকল্পৰ উদঘাটন/হস্তান্তৰকৰণ/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 14th, 11:31 am

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

তামিলনাডুত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু শিলান্য়াস কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 14th, 11:30 am

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

১৫ ছেপ্টেম্বৰত বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়

September 14th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এইসমূহৰ ভিতৰত, চাৰিটা প্ৰকল্প পানী যোগানেৰে সম্পৰ্কীয়, দুটা মলজল শোধন আৰু এটা ৰিভাৰফ্ৰন্ট উন্নয়নেৰে জড়িত। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৫৪১ কোটি টকা। এই প্ৰকল্পসমূহ ৰূপায়ণৰ দায়িত্বত আছে বিহাৰৰ নগৰীয়া উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ অধীনস্থ বিহাৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন নিগম (BUIDCO)। এই কাৰ্যসূচীত বিহাৰৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব।

Important Cabinet decisions

June 01st, 05:42 pm

During cabinet meeting, historic decisions were taken that will have a transformative impact on the lives of India’s hardworking farmers, MSME sector and those working as street vendors.