Centre's projects is benefitting Telangana's industry, tourism, youth: PM Modi

July 08th, 12:52 pm

Addressing a rally in Warangal, PM Modi emphasized the significant role of the state in the growth of the BJP. PM Modi emphasized the remarkable progress India has made in the past nine years, and said “Telangana, too, has reaped the benefits of this development. The state has witnessed a surge in investments, surpassing previous levels, which has resulted in numerous employment opportunities for the youth of Telangana.”

PM Modi addresses a public meeting in Telangana’s Warangal

July 08th, 12:05 pm

Addressing a rally in Warangal, PM Modi emphasized the significant role of the state in the growth of the BJP. PM Modi emphasized the remarkable progress India has made in the past nine years, and said “Telangana, too, has reaped the benefits of this development. The state has witnessed a surge in investments, surpassing previous levels, which has resulted in numerous employment opportunities for the youth of Telangana.”

তেলেংগানাৰ ৱাৰংগালত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ

July 08th, 12:00 pm

নতুন লক্ষ্য থাকিলে নতুন পথো সৃষ্টি কৰিব লাগিব। পুৰণি আন্তঃগাঁথনিৰ ভিত্তিত ভাৰতৰ দ্রুত উন্নয়ন সম্ভৱ নহ’ল৷ যদি অহা-যোৱাত অধিক সময় নষ্ট হয়, যদি লজিষ্টিক ব্যয়বহুল হয়, তেন্তে ব্যৱসায়ৰ লগতে জনসাধাৰণ দুয়োটাৰে ক্ষতি হয়। সেইবাবেই আমাৰ চৰকাৰে পূৰ্বতকৈ অধিক গতি আৰু পৰিসৰেৰে কাম কৰি আছে। আজি প্ৰতিটো ধৰণৰ আন্তঃগাঁথনিৰ বাবে পূৰ্বতকৈ কেইবাগুণ বেছি দ্ৰুতগতিত কাম কৰা হৈছে। আজি সমগ্ৰ দেশতে ঘাইপথ, এক্সপ্ৰেছৱে, অৰ্থনৈতিক কৰিডৰ, উদ্যোগিক কৰিডৰৰ নেটৱৰ্ক স্থাপন কৰা হৈছে। দুটা লেনযুক্ত ঘাইপথ চাৰি লেনলৈ আৰু চাৰি লেনযুক্ত ঘাইপথ ছয় লেনলৈ ৰূপান্তৰ কৰা হৈছে। ৯ বছৰ আগতে তেলেংগানাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক মাত্ৰ ২৫০০ কিলোমিটাৰ আছিল, আনহাতে আজি ই ৫০০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। আজি, তেলেংগানাৰ ২৫০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে। ভাৰতমালা প্ৰকল্পৰ অধীনত দেশত নিৰ্মাণ হৈ থকা কেইবা ডজন কৰিডৰৰ বহু তেলেংগানাৰ মাজেৰে পাৰ হৈ যায়। আমাৰ সন্মুখত কেইবাটাও উদাহৰণ আছে যেনে হায়দৰাবাদ-ইন্দোৰ অৰ্থনৈতিক কৰিডৰ, চুৰাট-চেন্নাই অৰ্থনৈতিক কৰিডৰ, হায়দৰাবাদ-পানাজী অৰ্থনৈতিক কৰিডৰ, হায়দৰাবাদ-বিশাখাপট্টনম ইণ্টাৰ কৰিডৰ। এক প্ৰকাৰে তেলেংগানা চুবুৰীয়া অৰ্থনৈতিক কেন্দ্ৰসমূহক সংযোগ কৰি অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

PM lays foundation stone for several infrastructure development projects worth around Rs 6,100 crores in Warangal, Telangana

July 08th, 11:15 am

PM Modi laid the foundation stone for several crucial infrastructure development projects in Telangana worth around Rs 6,100 crores in Warangal. PM Modi remarked that even though Telangana is a relatively new state and has completed only 9 years of its existence, the contributions of Telangana and its people have been very significant in the history of India. He said The Telugu people have always enhanced the capabilities of India.

ভিডিঅ’ কনফাৰেন্সিংযোগে ৰোজগাৰ মেলাৰ অধীনত নৱনিযুক্ত ৭০,০০০ প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 13th, 11:00 am

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই চাকৰি মেলাসমূহ এনডিএ আৰু বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। আজি পুনৰবাৰ ৭০,০০০ৰো অধিক যুৱকে নিযুক্তি পত্ৰ লাভ কৰিছে। মই সুখী যে বিজেপিৰ শাসিত ৰাজ্য চৰকাৰসমূহেও সকলো ৰাজ্যতে অবিৰতভাৱে এনে চাকৰি মেলাৰ আয়োজন কৰি আছে। এই সময়ত চৰকাৰী চাকৰিত মকলৰ হোৱাসকলৰ বাবে এই সময়চোৱা অতি গুৰুত্বপূৰ্ণ।

ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ

June 13th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি পোৱা প্ৰায় ৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপ্তসকলে বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজহ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, ৰেলৱে মন্ত্ৰালয়, হিচাপ নিৰীক্ষণ বিভাগ, পাৰমাণৱিক শক্তি বিভাগ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আদিত যোগদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৪৩ টা স্থানত চলি থকা মেলাসমূহক এই অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল।

Prime Minister Narendra Modi to launch Rozgar Mela

October 20th, 02:34 pm

PM Modi will launch Rozgar Mela – the recruitment drive for 10 lakh personnel – on 22nd October at 11 AM via video conferencing. During the ceremony, appointment letters will be handed over to 75,000 newly inducted appointees. This will be a significant step forward towards fulfilling the continuous commitment of the Prime Minister to providing job opportunities for the youth and ensuring welfare of citizens.

অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

May 30th, 04:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জ্ঞাপন কৰিছে।

অডালজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা চৌহদ উদ্ঘাটনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

April 12th, 11:04 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেন্দ্ৰ ভাই পেটেল আৰু সংসদত মোৰ সতীৰ্থ তথা গুজৰাট ভাজপাৰ অধ্যক্ষ শ্ৰী চি আৰ পাটিল, অন্নপূৰ্ণা ধাম ট্ৰাষ্টৰ অধ্যক্ষ, সংসদত মোৰ সতীৰ্থ নৰহৰি অমীন, অন্য বিষয়াসকল, জনপ্ৰতিনিধিসকল, সমাজৰ জ্যেষ্ঠ সংগী, ভগ্নী আৰু ভাতৃসকল…

১২ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা চৌহদ উদ্বোধন কৰে; জনসহায়ক ট্ৰাষ্টৰ হীৰামণি আৰোগ্য ধামৰ ভূমি পূজনো কৰে প্ৰধানমন্ত্ৰীয়ে

April 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা চৌহদ উদ্বোধন কৰে। উক্ত অনুষ্ঠানটোৰ সময়তে জনসহায়ক ট্ৰাষ্টৰ হীৰামণি আৰোগ্যধামৰ ভূমিপূজনো কৰে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানটোত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

Congress, Samajwadi party have remained hostage to one family for the past several decades: PM Modi in Amethi, UP

February 24th, 12:35 pm

Prime Minister Narendra Modi today addressed public meetings in Uttar Pradesh’s Amethi and Prayagraj. PM Modi started his address by highlighting that after a long time, elections in UP are being held where a government is seeking votes based on development works done by it, based on works done in the interest of the poor and based on an improved situation of Law & Order.

PM Modi addresses public meetings in Amethi and Prayagraj, Uttar Pradesh

February 24th, 12:32 pm

Prime Minister Narendra Modi today addressed public meetings in Uttar Pradesh’s Amethi and Prayagraj. PM Modi started his address by highlighting that after a long time, elections in UP are being held where a government is seeking votes based on development works done by it, based on works done in the interest of the poor and based on an improved situation of Law & Order.

PM congratulates those who successfully cleared the UPSC Civil Services examination

September 25th, 04:56 am

The Prime Minister, Shri Narendra Modi has congratulated those who successfully cleared the UPSC Civil Services examination.

A person from a backward society like me could become PM because of Babasaheb: PM Modi

April 14th, 02:59 pm

On birth anniversary of Dr Babasaheb Ambedkar, Prime Minister Narendra Modi launched India's first wellness centre under Ayushmaan Bharat and laid foundation stones of various projects of central & state government in Bijapur, Chhattisgarh.

PM inaugurates Health and Wellness Centre to mark the launch of Ayushman Bharat, in Bijapur, Chhattisgarh

April 14th, 02:56 pm

On birth anniversary of Dr Babasaheb Ambedkar, Prime Minister Narendra Modi launched India's first wellness centre under Ayushmaan Bharat and laid foundation stones of various projects of central & state government in Bijapur, Chhattisgarh.

PM to young IAS Officers: Fill the system with energy of New India

July 03rd, 12:56 pm

PM Modi advised young IAS officers to avoid getting into a mindset that resists change, and fill India’s administrative system with the energy of ‘New India.’ Addressing IAS Officers of the 2015 batch, the PM said bold and said dynamic change was needed to transform the system.

PM meets successful candidates of UPSC examination who underwent training in SPIPA

August 25th, 05:00 pm