ক’ভিড-১৯ৰ পৰিস্থিতি আৰু টীকাকৰণ অভিযান প্ৰণয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণৰ অসমীয়া ৰূপান্তৰ
January 11th, 04:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জানুৱাৰীত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ প্ৰশাসকসকলৰ সৈতে ক’ভিড – ১৯ টীকাকৰণৰ প্ৰস্তুতি সংক্ৰান্তীয় পৰ্যালোচনা বৈঠকত পৌৰহিত্য কৰে।ক’ভিড – ১৯ ৰ টীকাকৰণৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰীৰ
January 11th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জানুৱাৰীত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ প্ৰশাসকসকলৰ সৈতে ক’ভিড – ১৯ টীকাকৰণৰ প্ৰস্তুতি সংক্ৰান্তীয় পৰ্যালোচনা বৈঠকত পৌৰহিত্য কৰে।প্ৰধানমন্ত্ৰীয়ে কোভিড-১৯ৰ স্থিতি আৰু কোভিড-১৯ টীকাকৰণৰ বাবে প্ৰস্তুতিৰ সমীক্ষা কৰে
January 09th, 05:42 pm
প্ৰধানমন্ত্ৰীয়ে কোভিড টীকাকৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰস্তুতিৰ সৈতে দেশত কোভিড-১৯ৰ স্থিতিৰ সমীক্ষা কৰিবৰ বাবে আজি এখন উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত, কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু অন্য সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াই ভাগ লয়।