২১ৰপৰা ২৩ ছেপ্টেম্বৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
September 19th, 03:07 pm
২০২৪ চনৰ ২১-২৩ ছেপ্টেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব।এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটত অংশগ্ৰহণ কৰিব। ২৩ ছেপ্টেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ‘ভৱিষ্যতৰ সন্মিলন’ত প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়াব।জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা সন্দৰ্ভত ‘বিশ্ব বেংক’-য়ে অয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ' বাৰ্তা’ৰ পাঠ
April 15th, 09:45 am
বিশ্ব বেংকৰ মহামান্য সভানেত্ৰী, মৰক্কোৰ শক্তি ৰূপান্তৰণ আৰু বহনক্ষম উন্নয়ন দপ্তৰৰ মন্ত্ৰীমহোদয়, মোৰ কেবিনেট সহযোগী নিৰ্মলা সীতাৰমণ জী, লৰ্ড নিকোলাছ ষ্টাৰ্ণ, অধ্যাপক ছানষ্টাইন আৰু অন্যান্য বিশিষ্ট অতিথিসকল,প্ৰধানমন্ত্ৰীয়ে বিশ্ব বেংকৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰে- ‘ইয়াক ব্যক্তিগত স্বভাৱ কৰি তোলক: আচৰণগত পৰিৱৰ্তনে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিব পাৰে’
April 15th, 09:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে 'মেকিং ইট পাৰ্চনেল: হাউ বিহেভিয়েৰেল চেঞ্জ কেন টেকল ক্লাইমেট চেঞ্জ' শীৰ্ষক বিশ্ব বেংকৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিষয়বস্তুটোৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক স্বীকাৰ কৰে আৰু ই এক গোলকীয় আন্দোলনত পৰিণত হোৱাত সন্তোষ প্ৰকাশ কৰে।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ তম অধিৱেশনৰ সভাপতি সন্মানীয় শ্ৰীযুত চাবা কোৰোচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে
January 30th, 09:57 pm
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৭ সংখ্যক অধিৱেশনৰ সভাপতি এইচ.ই. আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে মিষ্টাৰ চিছাবা কোৰোছিয়ে।ৰাষ্ট্ৰসংঘৰ ‘সাধাৰণ পৰিষদ’ৰ অধ্যক্ষ ছাবা কোৰোছিক প্ৰধানমন্ত্ৰীৰ আদৰণি
January 30th, 09:49 pm
ৰাষ্ট্ৰসংঘৰ ‘সাধাৰণ পৰিষদ’ৰ ৭৭ সংখ্যক অধিৱেশনৰ অধ্যক্ষ মহামহিম ছাবা কোৰোছিক আজি আদৰণি জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।ঘৰুৱা ভেকছিন প্ৰস্তুতকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
October 23rd, 08:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত ঘৰুৱা ভেকছিন প্ৰস্তুতকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে।PM’s Departure Statement ahead of his visit to USA
September 22nd, 10:37 am
I will be visiting USA from 22-25 September, 2021 at the invitation of His Excellency President Joe Biden of the United States of AmericaPM to release commemorative coin of Rs 75 denomination to mark the 75th Anniversary of FAO
October 14th, 11:59 am
On the occasion of 75th Anniversary of Food and Agriculture Organization (FAO) on 16th October 2020, Prime Minister Shri Narendra Modi will release a commemorative coin of Rs 75 denomination to mark the long-standing relation of India with FAO. Prime Minister will also dedicate to the Nation 17 recently developed biofortified varieties of 8 crops.৭৫ সংখ্যক ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদ (UNGA) সত্ৰ, ২০২০ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পা
September 26th, 06:47 pm
সাধাৰণ পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয়। ভাৰতৰ ১.৩ বিলিয়ন নাগৰিকৰ হৈ, ৰাষ্ট্ৰ সংঘৰ ৭৫ সংখ্যক বাৰ্ষিকীত মই প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰিছো। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰত গৌৰৱান্বিত। এই ঐতিহাসিক কাৰ্যক্ৰমত, মই ভাৰতৰ ১.৩ কোটি লোকৰ অনুভূতি বেকত কৰিবলৈ এই গ্ল’ৱেল প্লেটফৰ্মলৈ আহিছো।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে
September 26th, 06:40 pm
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘সংস্কাৰ’ আৰু ‘প্ৰতিক্ৰিয়া প্ৰকাশৰ ধৰণ সলনি কৰা’ৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “যদি আমি বিগত ৭৫ বছৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰো, আমি কেতবোৰ বৃহৎ সাফল্য দেখিবলৈ পাও৷ কিন্তু একে সময়তে এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷”Strategic Partnership Council Agreement with Saudi Arabia would further strengthen the robust bilateral relations, says Prime Minister Narendra Modi
October 29th, 11:08 am
The signing of the agreement on the Strategic Partnership Council by India and Saudi Arabia would strengthen the already robust relations between the two countries, Prime Minister Narendra Modi said.পাৰমাণৱিক যুদ্ধৰ ভাবুকি কূটনীতিসুলভ নহয়, বৰঞ্চ আগ্রাসী মনোভাৱৰহে পৰিচয়
September 28th, 12:26 pm
পাকিস্তানৰ প্ৰধানমন্ত্রী যি বক্তব্য আগবঢ়াইছে তাৰ প্ৰত্যুত্তৰত মই এই সভাত ভাৰতৰ দৃষ্টিভংগী জনাব বিচাৰো৷ইউ এন জি এত কেৰিকম নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
September 26th, 04:21 pm
২৫ ছেপ্টেম্বৰ ২০১৯ তাৰিখে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পাৰ্শ্বৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেৰিকম দেশৰ ১৪ গৰাকী নেতাৰ সৈতে হোৱা সাক্ষাতত কেৰিবিয়ান দেশসমূহৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু উষ্ম সম্বন্ধৰ প্ৰতিচ্ছবি প্ৰতিফলন হোৱা দেখা গ’ল৷ এই অনুষ্ঠানত সভাপতিত্ব কৰে ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী তথা কেৰিকমৰ অধ্যক্ষ এলেন চেষ্টনেটে৷ অনুষ্ঠানটোত উপস্থিত আছিল এণ্টিগুৱা আৰু বাৰ্বুডা, বাৰ্বাড’ছ, ডমিনিকা, জামাইকা, ছেইণ্ট কিটিছ আৰু নেভিচ, ছেইণ্ট লুচিয়া, ছেইণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডিনছ, ত্ৰিনিডাড আৰু ট’বাগ’ চৰকাৰৰ মুৰব্বীসকল, ছুৰিনামৰ উপ-ৰাষ্ট্ৰপতি, আৰু বাহামা, বেলিজ, গ্ৰেনাডা, হাইটি আৰু গিয়েনাৰ বৈদেশিক মন্ত্ৰীসকল৷We in India are working towards eliminating TB by 2025: PM Modi
March 13th, 11:01 am
Prime Minister Narendra Modi inaugurated the Delhi End TB Summit at Vigyan Bhawan, New Delhi today. At the event, PM Modi announced that India has set the aim to eradicate TB from India by 2025.“END TB” সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী
March 13th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা “END TB” শীৰ্ষক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে৷Key points from EAM Sushma Swaraj's address to the United Nations
September 23rd, 08:34 pm
EAM Sushma Swaraj addressed the United Nations General Assembly today. The EAM spoke about several global challenges like terrorism, climate change, maritime security, unemployment, gender empowerment, nuclear proliferation and cyber security.India-Myanmar Joint Statement issued on the occasion of the State Visit of Prime Minister of India to Myanmar
September 06th, 10:26 pm
At the invitation of H.E. U Htin Kyaw, President of the Republic of the Union of Myanmar, Shri Narendra Modi, Prime Minister of the Republic of India, is paying his first bilateral State visit to the Republic of the Union of Myanmar from 5th to 7th September 2017. The visit is part of the continuing high level interaction between the leaders of the two countries and follows successive State visits to India last year by H.E. President U Htin Kyaw and H.E. State Counsellor Daw Aung San Suu Kyi.President-elect of the United Nations General Assembly calls on Prime Minister
August 28th, 04:05 pm
Mr. Miroslav Lajcak, President-elect of the United Nations General Assembly and Minister of Foreign & European Affairs of Slovak Republic called on Prime Minister Shri Narendra Modi today.Foreign Minister of Mexico calls on the Prime Minister
March 11th, 08:00 pm