৩০ জুলাইত ‘চিআইআই’-ৰ বাজেট-উত্তৰ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

July 29th, 12:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাই, ২০২৪ তাৰিখে দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত 'জাৰ্ণী টুৱাৰ্ডছ বিকশিত ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ কনফাৰেন্স'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব।

Today's budget has brought new opportunities, new energy: PM Modi

July 23rd, 02:57 pm

Prime Minister Narendra Modi praised the Budget 2024-25 as a forward-looking document that aims to enhance economic growth and social welfare. He highlighted the budget’s focus on infrastructure development, investment in education and healthcare, and support for small businesses. The PM emphasized that the budget reflects the government's commitment to inclusive growth and innovation, positioning India for a stronger economic future.

২০২৪-২৫ চনৰ বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

July 23rd, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰশংসা কৰে।

When it comes to disruption, development & diversification everybody can agree that this is India's time: PM Modi

February 09th, 08:30 pm

Prime Minister Narendra Modi addressed the ET Now Global Business Summit 2024 at Hotel Taj Palace in New Delhi. The Prime Minister highlighted the significance of the theme of ‘Disruption, Development and Diversification chosen by the Global Business Summit 2024. “When it comes to disruption, development and persification, everybody can agree that this is India’s time”, the PM remarked noting the growing trust towards India in the world.

PM Modi addresses The Times Group Global Business Summit 2024

February 09th, 08:12 pm

Prime Minister Narendra Modi addressed the ET Now Global Business Summit 2024 at Hotel Taj Palace in New Delhi. The Prime Minister highlighted the significance of the theme of ‘Disruption, Development and Diversification chosen by the Global Business Summit 2024. “When it comes to disruption, development and persification, everybody can agree that this is India’s time”, the PM remarked noting the growing trust towards India in the world.

গুৱাহাটীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা তথা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 04th, 12:00 pm

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া জী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাজী, মন্ত্ৰীসভাত থকা মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী, ৰামেশ্বৰ তেলী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, বিভিন্ন পৰিষদৰ মুৰব্বী আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

অসমৰ গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 04th, 11:30 am

এইউপলক্ষেসভাত আগবঢ়োৱাভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈপাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰুৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণকৰিববুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়েজনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

পালি সাংসদ খেল মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

February 03rd, 12:00 pm

পালিত নিজৰ ক্ৰীড়া প্ৰতিভাক উজ্জ্বলভাৱে প্ৰদৰ্শন কৰা সকলো খেলুৱৈলৈ অশেষ অভিনন্দন জনালোঁ। ক্ৰীড়াত কেতিয়াও কোনো পৰাজয় নহয়। ক্ৰীড়াত হয় জয়ী হয় নহয় শিকে। সেয়েহে তাত উপস্থিত থকা সকলো খেলুৱৈৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে পালী সাংসদ খেল মহাকুম্ভৰ কাৰ্য্যসূচী সম্বোধন কৰে

February 03rd, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে পালী সাংসদ খেল মহাকুম্ভৰ কাৰ্য্যসূচী সম্বোধন কৰে। সকলো অংশগ্ৰহণকাৰীকে তেওঁলোকৰ উল্লেখযোগ্য ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ক্ৰীড়াত কেতিয়াও পৰাজয় নাথাকে; হয় আপোনালোক জয়ী হয় নহয় শিকে। সেয়ে কেৱল সকলো খেলুৱৈকে নহয়, তাত উপস্থিত থকা আপোনালোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যসকললৈয়ো মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 02nd, 04:31 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

February 02nd, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।

অন্তৱৰ্তীকালীন বাজেট ২০২৪ সন্দৰ্ভত ওপৰত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া ৰূপান্তৰ

February 01st, 02:07 pm

আজিৰ বাজেট যদিও অন্তৱৰ্তীকালীন বাজেট, তথাপি ই সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক। এই বাজেটে ধাৰাবাহিকতাৰ আস্থা কঢ়িয়াই আনিছে। এই বাজেটে ‘বিকশিত ভাৰত’ৰ চাৰিওটা স্তম্ভ ক্ৰমে যুৱক-যুৱতী, দৰিদ্ৰ, মহিলা, আৰু কৃষকক শক্তিশালী কৰিব।। নিৰ্মলা জীৰ বাজেট দেশৰ ভৱিষ্যত গঢ়াৰ বাজেট। এই বাজেটত ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ ভেটি সুদৃঢ় কৰাৰ নিশ্চয়তা আছে। নিৰ্মলা জী আৰু তেওঁৰ দলটোক মই আন্তৰিকতাৰে অভিনন্দন জনাইছো।

Budget is not merely an interim budget but an inclusive and innovative budget: PM

February 01st, 12:36 pm

PM Modi hailed the Budget presented as “not merely an interim budget but an inclusive and innovative budget. He said that this budget is a reflection of the aspirations of Young India. He highlighted two significant decisions taken in the budget, stating, A fund of Rs. 1 lakh crore has been announced for research and innovation. Additionally, he highlighted the extension of tax exemptions for startups in the budget.

‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ৯খন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ ‘ফ্লেগ অফ’ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 24th, 03:53 pm

অনুষ্ঠানটোত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যত উপস্থিত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থসকল, ৰাজ্যসমূহৰ মন্ত্ৰীমণ্ডলী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।

নখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ

September 24th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নখন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। এই নতুন বন্দে ভাৰত ৰে’লসমূহ হৈছে সমগ্ৰ দেশতে সংযোগ উন্নত কৰা আৰু ৰে’ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত এক পদক্ষেপ। ফ্লেগ অফ কৰা নতুন ৰে’লবোৰ হৈছে:

১৭ তম ভাৰতীয় সমবায় কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 01st, 11:05 am

মোৰ কেবিনেট সহযোগী শ্ৰীযুত অমিত শ্বাহ, ৰাষ্ট্ৰীয় সমবায় সংঘৰ সভাপতি শ্ৰীযুত দিলীপ সংঘানি, ড° চন্দ্ৰপাল সিং যাদৱ, দেশৰ প্ৰতিটো কোণৰ পৰা অহা সমবায় সংঘৰ সকলো সদস্য, আমাৰ কৃষক ভাই-ভনী, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল! সপ্তদশ ভাৰতীয় সমবায় সন্মিলনলৈ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন! এই সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আৰু অভিবাদন জনাইছো।

নতুন দিল্লীত সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 01st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস উপলক্ষে নতুন দিল্লীৰ প্ৰগতি ময়দানত সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছত ভাষণ আগবঢ়ায়। এই কংগ্ৰেছৰ বিষয়বস্তু হৈছে ‘অমৃতকাল: সমবায়ৰ জৰিয়তে সমৃদ্ধি এটা সজীৱ ভাৰতৰ বাবে’। শ্ৰী মোদীয়ে সমবায় বিপণনৰ বাবে ই-কমাৰ্চ ৱেবছাইটৰ ই-পৰ্টেল আৰু সমবায় সম্প্ৰসাৰণ আৰু পৰামৰ্শদাতা সেৱা পৰ্টেল মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় চাকৰি মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নৱনিযুক্ত কৰ্মচাৰীসকলক প্ৰায় ৭১,০০০ খন নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

May 16th, 11:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় চাকৰি মেলাত ভাষণ প্ৰদান কৰে আৰু বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নতুনকৈ নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে।

ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভাষণ

May 16th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ আগবঢ়োৱাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে।

ৰাজস্থানৰ নাথদ্বাৰাত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন/উৎসৰ্গাৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

May 10th, 12:01 pm

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, মোৰ বন্ধু আৰু মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী চি পি যোশী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী ভজন লাল জাটভ জী, সংসদত মোৰ সতীৰ্থ তথা ৰাজস্থান বিজেপিৰ সভাপতি শ্ৰী চন্দ্ৰ প্ৰকাশ যোশী জী, সংসদত মোৰ সতীৰ্থ ভগ্নী দীয়াকুমাৰী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী কনকমল কটাৰা জী, সাংসদ শ্ৰী অৰ্জুনলাল মীনা জী, এই অনুষ্ঠানত উপস্থিত আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল।