Progress of the people,Progress by the people,Progress for the people is our Mantra for a Viksit Bharat: PM Modi
November 16th, 10:15 am
PM Modi addressed the Hindustan Times Leadership Summit 2024. The Prime Minister remarked that his Government had won back the trust of the people by ensuring the Mantra of Progress of the people, Progress by the people and Progress for the people. He added that the Government's aim was to build a new and developed India and the people of India had entrusted them with the capital of their trust.PM Modi addresses Hindustan Times Leadership Summit 2024 in New Delhi
November 16th, 10:00 am
PM Modi addressed the Hindustan Times Leadership Summit 2024. The Prime Minister remarked that his Government had won back the trust of the people by ensuring the Mantra of Progress of the people, Progress by the people and Progress for the people. He added that the Government's aim was to build a new and developed India and the people of India had entrusted them with the capital of their trust.স্বচ্ছতাই সেৱা, ২০২৪ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 02nd, 10:15 am
আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে
October 02nd, 10:10 am
‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।তথ্যপটঃ কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দৰ শীর্ষ বৈঠক
September 25th, 11:53 am
ৰাষ্ট্রপতি বাইডেনে ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত অস্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী যোশিহিদে সুগাক লৈ গঠিত কোৱাড বা চতুর্দেশীয় অক্ষ গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দক মুখামুখি বৈঠকলৈ আমন্ত্রণ জনায়। এইখনেই আছিল কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দৰ ব্যক্তিগত উপস্থিতিত প্রথম বৈঠক। কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দই উচ্চাকাঙ্ক্ষী উদ্যোগত অগ্রাধিকাৰ দিয়ে যাৰ ফলত একৈশ শতাব্দীৰ চ্যালেঞ্জবিলাকৰ মোকাবিলাত বাস্তবিক সহযোগিতা আৰু পাৰস্পৰিক সম্পর্ক অধিক নিবিড় হয়। এই বৈঠকত কোভিড-১৯ মহামাৰীৰ অবসান সহ নিৰাপদ আৰু কার্যকৰী টীকাৰ উৎপাদন বৃদ্ধি তথা সকলোৰে বাবে উপলব্ধ কৰোৱা; উন্নতমানৰ পৰিকাঠামো নির্মাণ; জলবায়ুজনিত সঙ্কটৰ মোকাবিলা; উদীয়মান প্রযুক্তিৰ ক্ষেত্রত অংশীদাৰিত্ব, মহাকাশ আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত সমন্বয় অধিক বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। গোষ্ঠীভুক্ত দেশবিলাকত অহা প্রজন্মৰ মেধাৰ অধিক বিকাশৰ বিষয়টোক অগ্রাধিকাৰ দিয়া হয়।Swachh Bharat mission has benefited the poor and the women most: PM Modi
September 25th, 06:31 am
PM Modi received 'Global Goalkeeper Award for the Swachh Bharat Abhiyan, from the Bill and Melinda Gates Foundation. Award presented by Mr. Bill Gates. In last five years a record more than 11 crore toilets were constructed. If Swachh Bharat mission has benefited someone the most, it is the poor of this country and the women, said the PM.প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে স্বচ্ছ ভাৰত অভিযানৰ বাবে ‘গ্ল’বেল গ’লকীপাৰ’ বঁটা
September 25th, 06:30 am
২৪ ছেপ্টেম্বৰ ২০১৯ তাৰিখে বিল আৰু মেলিণ্ডা গেটছ্ ফাউণ্ডেচনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক স্বচ্ছ ভাৰত অভিযানৰ বাবে ‘গ্ল’বেল গ’লকীপাৰ’ বঁটাৰে সন্মানিত কৰে৷ এই বঁটা প্ৰদান অনুষ্ঠান নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (ইউ এন জি এ)ৰ পাৰ্শ্বৱৰ্তী সময়ত অনুষ্ঠিত কৰা হয়৷PM Modi's bilateral meetings on the sidelines of UNGA
September 24th, 02:47 am
On the sidelines of the UNGA, PM Modi held bookstall meetings with several world leaders in New York.নতুন দিল্লীত অনুষ্ঠিত পিএমএনচিএইচ পাৰ্টনাৰ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
December 12th, 08:46 am
কেৱল সহযোগিতাৰ দ্বাৰাহে আমি লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ৷ নাগৰিকৰ মাজত সহযোগিতা, সম্প্ৰদায়ৰ মাজত সহযোগিতা, দেশৰ মাজত সহযোগিতা৷ বহনক্ষম বিকাশ এজেণ্ডা ইয়াৰেই প্ৰতিফলন৷প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব পাৰ্টনাৰ্ছ ফ’ৰাম ২০১৮
December 11th, 12:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত চতুৰ্থতম পাৰ্টনাৰ্ছ ফ’ৰাম মুকলি কৰিব৷ মাতৃত্ব, নৱজাত আৰু শিশু স্বাস্থ্যৰ বাবে সহযোগিতা (পিএমএনচিএইচ)ৰ সৈতে ভাৰত চৰকাৰে ১২ আৰু ১৩ ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ আন্তৰ্জাতিক সন্মিলনৰ আয়োজন কৰিছে য’ত ৮৫খন দেশৰ পৰা ১৫০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰি মহিলাৰ স্বাস্থ্য আৰু কল্যাণ, শিশু আৰু কিশোৰ–কিশোৰীসকলৰ বিকাশৰ বাবে আলোচনাত মিলিত হ’ব৷ নিমন্ত্ৰিত দেশসমূহ সকলো অঞ্চল আৰু উপাৰ্জন পৰ্যায় তথা শেহতীয়াকৈ প্ৰধান বিশ্বজনীন আৰু আঞ্চলিক পৰ্যায়ত কাম কৰি থকা দেশসমূহৰ পৰা নিৰ্বাচন কৰা হৈছে৷ (যেনেঃ জি৭, জি২০, ব্ৰিকছ ইত্যাদি)৷প্রধানমন্ত্রীক সাক্ষাৎ পিএমএনচিএইচৰ প্ৰতিনিধি দলৰ, মঞ্চৰ ল’গ’ উপহাৰ
April 11th, 08:21 pm
প্রসূতি, নবজাতক এবং শিশুৰ স্বাস্থ্য সম্পর্কীয় সহযোগিতা মঞ্চৰ (পিএমএনচিএইচ) এটি প্ৰতিনিধি দলে আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। প্রতিনিধি দলত সদস্যসকলৰ হ’ল ক্ৰমে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী শ্ৰী জে পি নড্ডা, চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পিএমএনচিএইচ পৰিষদৰ হ’বলীয়া সভাপতি ড০ মিচেল বেকলেট আৰু ইউনিচেফৰ শুভ বাৰ্তাবাহক দূত তথা বিশিষ্ট অভিনেত্রী শ্রীমতী প্রিয়ংকা ছোপ্ৰা আৰু পিএমএনচিএইচ মঞ্চৰ তিনি বিশিষ্ট কর্মকর্তা শ্রী এ কে চৌবে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রীৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব শ্রীমতী প্রীতি ছুদান। ২০১৮ৰ ১২ আৰু ১৩ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া মঞ্চৰ চলিত বৰ্ষৰ সন্মিলনলৈ আমন্ত্রণ জনোৱাৰ উদ্দেশ্যেই তেওঁলোকে আজি প্রধানমন্ত্রীক সাক্ষাৎ কৰে। সন্মিলনত বিভিন্ন দেশৰ ৰাষ্ট্রপ্রধান তথা স্বাস্থ্যমন্ত্রীৰ লগতে দেশ-বিদেশৰ ১,২০০জন প্রতিনিধিও উপস্থিত থাকিব। বিশ্বৰ ৯২খন দেশ তথা ১ হাজাৰতকৈও অধিক সংস্থা তথা প্রতিষ্ঠানক পিএমএনচিএইচ নামৰ এই বিশ্ব পৰ্যায়ৰ মঞ্চটি গঠিত হৈছে। প্ৰধানমন্ত্ৰী মোদী এই মঞ্চৰ পৃষ্ঠপোষক হিচাপে লাভ কৰা আমন্ত্রণ অতি আনন্দৰে গ্রহণ কৰে। মঞ্চৰ এটি ল’গ’ও প্রতিনিধিসকলৰ ফালৰ পৰা প্রধানমন্ত্রীক উপহাৰ দিয়া হয়।Jan Seva is Prabhu Seva: PM Narendra Modi
October 20th, 01:44 pm
PM Modi, while addressing a public meeting in Kedarnath today said, “Jan Seva is Prabhu Seva. From this holy land of Kedarnath, I seek the blessings of Bhole Baba and pledge to devote myself fully to realising the dream of a developed India by the time we mark 75 years of freedom in 2022.”PM Modi addresses a public meeting in Kedarnath, Uttarakhand
October 20th, 12:00 pm
PM Modi, while addressing a public meeting in Kedarnath today said, “Jan Seva is Prabhu Seva. From this holy land of Kedarnath, I seek the blessings of Bhole Baba and pledge to devote myself fully to realising the dream of a developed India by the time we mark 75 years of freedom in 2022.”A country can’t move forward if it forgets its heritage: PM Modi
October 17th, 11:05 am
PM Modi inaugurated the All India Institute of Ayurveda in New Delhi. The Prime Minister said that the Government is focused on providing affordable healthcare for the poor. He said the stress has been on preventive healthcare, and improving affordability and access to treatment.PM Modi inaugurates first All India Institute of Ayurveda (AIIA) in New Delhi
October 17th, 11:04 am
PM Modi inaugurated the All India Institute of Ayurveda in New Delhi. The Prime Minister said that the Government is focused on providing affordable healthcare for the poor. He said the stress has been on preventive healthcare, and improving affordability and access to treatment.Swachhata is a way to serve the poor of India: PM Modi
September 23rd, 10:24 am
PM Modi today attended Pashudhan Arogya Mela in Varanasi and distributed certificates PMAY beneficiaries. He also attended a Swachhata programme in Shahanshapur village.PM performs Swachhta Shramdaan, visits Pashudhan Arogya Mela, addresses gathering at Shahanshahpur, Varanasi
September 23rd, 10:23 am
PM Modi today attended Pashudhan Arogya Mela in Varanasi and distributed certificates PMAY beneficiaries. He also attended a Swachhata programme in Shahanshapur village.Social Media Corner - 20th November 2016
November 20th, 07:44 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!The United States and India: Enduring Global Partners in the 21st Century'...the India-US Joint Statement
June 08th, 02:26 am