Prime Minister meets with Crown Prince of Kuwait
December 22nd, 05:32 pm
PM Modi met with His Highness Sheikh Sabah Al-Khaled Al-Hamad Al-Mubarak Al-Sabah, Crown Prince of the State of Kuwait. He conveyed that India attaches utmost importance to its bilateral relations with Kuwait. His Highness the Crown Prince of Kuwait hosted a banquet in honour of PM Modi.When India grows, the world grows, when India reforms, the world transforms: PM Modi
September 25th, 06:31 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.PM Modi's address to the United Nations General Assembly
September 25th, 06:30 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.বিজ্ঞান-নিৰ্ভৰ, যুক্তিসংগত আৰু প্ৰগতিশীল চিন্তা হৈছে উন্নয়নৰ আধাৰঃ ইউএনজিএত প্ৰধানমন্ত্ৰী মোদী
September 25th, 06:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদৰ ৭৬ সংখ্যক অধিবেশন সম্বোধন কৰে। অভিমত আগবঢ়াই, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি বিশ্বখনে প্ৰতিগামী চিন্তা আৰু চৰমপন্থাৰ বৰ্ধিত ভীতিৰ মুখামুখি হৈছে। এনে পৰিস্থিতিত, সমগ্ৰ বিশ্বই বিজ্ঞান-নিৰ্ভৰ, যুক্তিসংগত আৰু প্ৰগতিশীল চিন্তাক উন্নয়নৰ আধাৰ অৱশ্যেই কৰিব লাগে। এটি বিজ্ঞান-আধাৰিত পন্থাক সুদৃঢ়কৰণৰ অৰ্থে, ভাৰতে অভিজ্ঞতা-আধাৰিত শিক্ষাক প্ৰোৎসাহিত কৰি আছে।”আহক, ভাৰতত ভেকচিন প্ৰস্তুত কৰকঃ ইউএনজিএত প্ৰধানমন্ত্ৰী মোদী
September 25th, 06:02 pm
ইউএনজিএক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সেৱা পৰম ধৰ্ম’ নীতিক ধাৰণ কৰা ভাৰতে সম্পদৰ সীমাবদ্ধতা সত্বেও টিকাকৰণৰ বিকাশ সাধন আৰু প্ৰস্তুতৰ অৰ্থে অংগীকাৰবদ্ধ।ভাৰতৰ সংস্কাৰ সাধন মানেই বিশ্বখন ৰূপান্তৰিত হোৱা, প্ৰধানমন্ত্ৰী মোদীয়ে কয়
September 25th, 05:50 pm
ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কিদৰে ভাৰতীয়সকলে সমগ্ৰ বিশ্বখনৰ প্ৰগতি আৰু উন্নয়নলৈ বৰঙণি যোগাই আহিছে, সেই সন্দৰ্ভত সবিস্তাৰে কয়। তেখেতে কয়, “আজি, বিশ্বখনৰ প্ৰতি ছজন লোকৰ এজন হৈছে ভাৰতীয়। যেতিয়া ভাৰতীয়ৰ প্ৰগতি হ’ব, তেতিয়া বিশ্বখনৰ উন্নয়নতো উদ্দীপনাৰ সঞ্চাৰ হ’ব। ভাৰতৰ বিকাশ মানে বিশ্বখনৰ বিকাশ। ভাৰতৰ সংস্কাৰ সাধন মানেই বিশ্বখন ৰূপান্তৰিত হোৱা।”“হয়, গণতন্ত্ৰই প্ৰদান কৰিব পাৰে। হয়, গণতন্ত্ৰই প্ৰদান কৰিছে।”
September 25th, 05:22 pm
ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গণতন্ত্ৰৰ শক্তি সন্দৰ্ভত উল্লেখ কৰে। তেখেতে কয় যে ভাৰতে ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে গৌৰৱ অৰ্জন কৰিছে।ৱাশ্বিংটন ডি.চি.ত উপস্থিত হোৱাৰ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্ত
September 23rd, 05:44 am
মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ আমন্ত্ৰণক্ৰমে ২২ ছেপ্টেম্বৰ, ২০২১ত ৱাশ্বিংটন ডি.চি.ত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ নিৰ্বাচিত অধ্যক্ষ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা শাহিদে ২৩ জুলাই, ২০২১ত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
July 23rd, 06:37 pm
সংযুক্ত ৰাষ্ট্ৰ মহাসভা (ইউএনজিএ)ৰ ৭৬তম সত্ৰৰ বাবে নিৰ্বাচিত অধ্যক্ষ তথা মালদ্বীপৰ বিদেশ মন্ত্ৰী মাননীয় আব্দুল্লা শাহিদে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।মৰুভূমিত পৰিণত, ভূমিৰ অনুর্বৰতা আৰু খৰাং পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্রসংঘৰ উচ্চপর্যায়ৰ আলোচনাত প্রধানমন্ত্রীৰ মূল ভাষণ
June 14th, 07:36 pm
সকলো জীৱন আৰু জীৱিকাক ভূমি মৌলিক সহায় আগবঢ়োৱা, জীৱনৰ প্রতিটো ক্ষেত্রত যি এজনে আনজনৰ সৈতে সম্পর্ক ৰাখো, সেই কথা আমি সকলোৱেই অনুভৱ কৰো৷ দুর্ভাগ্যজনকভাৱে আজি সমগ্ৰ বিশ্বৰ দুই-তৃতীয়াংশ অঞ্চলৰ ভূমিত অনুর্বৰতাই প্রভাৱ বিস্তাৰ কৰিছে। ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, এই সমস্যাই আমাৰ সমাজ, অর্থনীতি, খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু জীৱনৰ মান আৰু নিৰাপত্তাৰ বুনিয়াদক ক্ষতি কৰিব৷ সেয়েহে, ভূমি আৰু সম্পদৰ ওপৰত যি বিপুল চাপ আছে, আমি সেয়া কমাব লাগিব৷ স্পষ্টভাৱে আমি বহু কাম কৰিব লাগিব৷ কিন্তু আমি সেইটো কৰিব পাৰো। আমি একেলগে এইটো কৰিম৷ৰাষ্ট্ৰ সংঘৰ ‘মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা’ ত প্ৰধানমন্ত্ৰীৰ মূল ভাষণ প্ৰদান
June 14th, 07:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰ সংঘৰ “মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা” ত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কনফাৰেন্স অৱ পাৰ্টিজ অৱ ইউনাইটেড নেশ্যনছ কনভেনশ্যন টু কম্বাট ডিজাৰ্টিফিকেশ্যন (UNCCD) ৰ ১৪ সংখ্যক সত্ৰৰ অধ্যক্ষ হিচাপে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।৭৫ সংখ্যক ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদ (UNGA) সত্ৰ, ২০২০ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পা
September 26th, 06:47 pm
সাধাৰণ পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয়। ভাৰতৰ ১.৩ বিলিয়ন নাগৰিকৰ হৈ, ৰাষ্ট্ৰ সংঘৰ ৭৫ সংখ্যক বাৰ্ষিকীত মই প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰিছো। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰত গৌৰৱান্বিত। এই ঐতিহাসিক কাৰ্যক্ৰমত, মই ভাৰতৰ ১.৩ কোটি লোকৰ অনুভূতি বেকত কৰিবলৈ এই গ্ল’ৱেল প্লেটফৰ্মলৈ আহিছো।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে
September 26th, 06:40 pm
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘সংস্কাৰ’ আৰু ‘প্ৰতিক্ৰিয়া প্ৰকাশৰ ধৰণ সলনি কৰা’ৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “যদি আমি বিগত ৭৫ বছৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰো, আমি কেতবোৰ বৃহৎ সাফল্য দেখিবলৈ পাও৷ কিন্তু একে সময়তে এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷”ইউৰোপিয়ান পৰিষদৰ অধ্যক্ষ এইচ.ই. চাৰ্লছ মাইকেলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তা
December 20th, 09:36 pm
প্ৰধানমন্ত্ৰীয়ে আজি ইউৰোপিয়ান পৰিষদৰ অধ্যক্ষ এইচ.ই.চাৰ্লছ মাইকেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷EAM Sushma Swaraj's strong pitch for the world to unite against terror
September 26th, 11:59 pm
EAM Sushma Swaraj delivered a strong and articulate address at the United Nations General Assembly. She spoke about several global issues ranging from world peace, prosperity, SDGs among others. She made a strong pitch for the world to unite against terror and isolate those nations supporting terrorism. She also spoke about the human rights violations in Baluchistan. The Prime Minister applauded her speech.