প্ৰধানমন্ত্ৰীয়ে ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰশংসা কৰে

November 01st, 04:56 pm

ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিনেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই উল্লেখযোগ্য সাফল্যৰ বাবে কোজিকোড আৰু গোৱালিয়ৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 08th, 10:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তকলা আৰু লোক শিল্পৰ দিশত ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰে৷