ভাৰতীয় ৰে’লৱেত তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন কেবিনেটৰঃ সংযোগ, ভ্ৰমণৰ সুবিধা প্ৰদান, লজিষ্টিক ব্যয় হ্ৰাস, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাসৰ লক্ষ্য
November 25th, 08:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহত আনুমানিক ৭,৯২৭ কোটি টকা ব্যয় হ’ব।Our Jawans have proved their mettle on every challenging occasion: PM Modi in Kutch
October 31st, 07:05 pm
PM Modi celebrated Diwali with the personnel of the BSF, Army, Navy and Air Force near the Indo-Pak border, at Lakki Nala in Sir Creek area in Gujarat's Kutch. The Prime Minister conveyed his deep appreciation for the soldiers' service to the nation, acknowledging the sacrifices they make in challenging environments.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰে
October 31st, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কচ্ছৰ ছাৰ ক্ৰিক অঞ্চলৰ লক্কি নালাত ভাৰত-পাক সীমান্তৰ সমীপস্থ সীমান্ত সুৰক্ষা বাহিনী (BSF), সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলৰ সৈতে দীপান্বিতা উদযাপন কৰে। এইদৰে ভাৰতৰ সশস্ত্ৰ বাহিনীসমূহৰ সৈতে পোহৰৰ উৎসৱটি উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰিক অঞ্চলৰ এটা বিঅ’পিও পৰিদৰ্শনেৰে সাহসী নিৰাপত্তাৰক্ষীসকলৰ মাজত মিঠাই বিতৰণ কৰে।Prime Minister Narendra Modi meets with Prime Minister of Lao PDR
October 11th, 12:32 pm
Prime Minister Narendra Modi held bilateral talks with Prime Minister of Lao PDR H.E. Mr. Sonexay Siphandone in Vientiane. They discussed various areas of bilateral cooperation such as development partnership, capacity building, disaster management, renewable energy, heritage restoration, economic ties, defence collaboration, and people-to-people ties.ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।অসমৰ চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে
July 26th, 02:50 pm
অসমৰ চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়।India's heritage is not just a history. India's heritage is also a science: PM Modi
July 21st, 07:45 pm
PM Modi inaugurated the 46th session of the World Heritage Committee at Bharat Mandapam in New Delhi. On this occasion, he remarked that India's history and civilization are far more ancient and expansive than commonly perceived. The Prime Minister emphasized that Development along with Heritage is India's vision, and over the past decade, the government has taken unprecedented steps for the preservation of heritage.প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক অধিৱেশন উদ্বোধন কৰে
July 21st, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক অধিৱেশন উদ্বোধন কৰে। বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক বছৰি অনুষ্ঠিত হয় আৰু কমিটিখনৰ ওপৰত বিশ্ব ঐতিহ্যৰ সকলো বিষয় পৰিচালনা তথা বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া স্থানসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব ন্যস্ত কৰা হৈছে। ভাৰতত পোন-প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজিত ভিন্ন প্ৰদৰ্শনীওদৰ্শন কৰে।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।অসমৰ যোৰহাটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 09th, 01:50 pm
অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তিসকল আৰু অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল।অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 09th, 01:14 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে'ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
March 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷ শ্ৰী মোদীয়ে লগতে সকলো নাগৰিককে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আৰু ইয়াৰ অতুলনীয় নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনায়৷ তেওঁ সংৰক্ষণ প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰা মহিলা বনৰক্ষীৰ দল, বন দুৰ্গাৰ সৈতে মত বিনিময় কৰে আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু সাহসৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই নামৰ হাতী কেইটাক কুঁহিয়াৰ খুৱাই থকা কেইখনমান ফটোও শ্বেয়াৰ কৰে৷প্ৰধানমন্ত্ৰীয়ে ৮-১০ মাৰ্চত অসম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব
March 08th, 04:12 pm
৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৯ মাৰ্চৰ পুৱা প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। পুৱা ১০:৩০ বজাত তেখেতে ইটানগৰত ‘বিকশিত ভাৰত, বিকশিত উত্তৰ-পূব’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াতে তেখেতে ছেলা টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু প্ৰায় ১০,০০০ কোটি টকা মূল্যৰ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীতে তেখেতে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১২:১৫ বজাত যোৰহাটত উপস্থিত হৈ প্ৰখ্যাত আহোম সেনাপতি লাচিত বৰফুকনৰ সু-উচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিব। লগতে যোৰহাটত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে অসমত ১৭,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰীয়ে ইউনেস্কোৰ ‘অমূৰ্ত ঐতিহ্য তালিকা’ত গৰ্বাৰ অন্তৰ্ভুক্তিত আনন্দ প্ৰকাশ কৰে
December 06th, 08:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ইউনেস্কো’ৰ ‘অমূৰ্ত ঐতিহ্য তালিকা’ত গুজৰাটৰ গৰ্বাৰ অন্তৰ্ভুক্তিত আনন্দ প্ৰকাশ কৰে।হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 03:00 pm
ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ
November 12th, 02:31 pm
জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 14th, 10:34 pm
‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai
October 14th, 06:35 pm
PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।হয়ছালাৰ পবিত্ৰ স্থাপত্যসমূহক ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
September 18th, 09:54 pm
ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত হয়ছালাৰ পবিত্ৰ স্থাপত্যসমূহক অন্তৰ্ভুক্ত কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে।