মৰবি গুজৰাটত হনুমানজীৰ ১০৮ ফুট ওখ মূৰ্তি উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 16th, 04:57 pm

মহামণ্ডলেশ্বৰ কংকেশ্বৰী দেৱীজী আৰু ৰাম কথা অনুষ্ঠানৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তি, গুজৰাটৰ এই মন্দিৰত উপস্থিত সকলো সাধু আৰু বিজ্ঞজন, মহামণ্ডলেশ্বৰ, এইচ.চি নন্দ ট্ৰাষ্টৰ সদস্যবৃন্দ, অন্যান্য পণ্ডিত আৰু ভক্তগণ! হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিন উপলক্ষে আপোনালোক সকলোকে, লগতে সকলো দেশবাসীলৈ শুভেচ্ছা! এই পৱিত্ৰ দিন উপলক্ষে আজি মৰবিত হনুমানজীৰ এই বিশাল মূৰ্তি উন্মোচন কৰা হৈছে। ই সমগ্ৰ দেশ আৰু বিশ্বৰ হনুমান ভক্ত, ৰাম ভক্তসকলৰ বাবে অতি আনন্দদায়ক। আপোনালোক সকলোকে বহুত অভিনন্দন!

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মৰবিত হনুমানজীৰ ১০৮ ফুট ওখ মূৰ্তি উন্মোচন কৰে

April 16th, 11:18 am

পৱিত্ৰ হনুমান জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ মৰবিত হনুমানজীৰ ১০৮ ফুটৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মহামণ্ডলেশ্বৰ মা কংকেশ্বৰী দেৱীজীও অনুষ্ঠানটোত উপস্থিত আছিল।

Centres of faith play a major role in spreading social consciousness: PM Modi

April 10th, 01:01 pm

On the occasion of Ram Navami, PM Modi addressed the 14th Foundation Day celebration at Umiya Mata Temple at Gathila, Junagadh in Gujarat. He expressed happiness that apart from being important place of spiritual and pine importance, Umiya Mata Temple at Gathila has become a place of social consciousness and tourism.

PM addresses 14th Foundation Day celebration of Umiya Mata Temple at Gathila, Junagadh on the occasion of Ram Navami

April 10th, 01:00 pm

On the occasion of Ram Navami, PM Modi addressed the 14th Foundation Day celebration at Umiya Mata Temple at Gathila, Junagadh in Gujarat. He expressed happiness that apart from being important place of spiritual and pine importance, Umiya Mata Temple at Gathila has become a place of social consciousness and tourism.

PM Modi inaugurates Umiya Dham Ashram at Haridwar via video conferencing

October 05th, 10:01 am

PM Modi, while inaugurating the Umiya Dham Ashram said that it would benefit several pilgrims visiting Haridwar. He lauded the work being carried out by the devotees of Maa Umiya and said that it has touched the lives of several people. The PM also appealed to all devotees of Maa Umiya to become Swachhagrahis and add strength to the Swachh Bharat Mission.