Prime Minister’s participation in the BRICS-Africa Outreach and BRICS Plus Dialogue

August 25th, 12:12 am

PM Modi participated in the BRICS-Africa Outreach and BRICS Plus Dialogue, on 24 August, 2023 in Johannesburg. During his intervention, PM Modi called for the BRICS to be the voice of the Global South. He called for further cooperation to strengthen multi-polar world and emphasised the need to reform the global institutions to keep them representative and relevant. He urged the leaders for cooperation in the domains of counter-terrorism, environment conservation, climate action, cybersecurity, food & health security and resilient supply chains.

ব্ৰিকছ-আফ্ৰিকা আউটৰিচ আৰু ব্ৰিকছ প্লাছ আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 02:38 pm

আফ্ৰিকা ভূমিত থকা মোৰ সকলো বন্ধুৰ মাজত উপস্থিত হৈ মই আনন্দিত।

উগাণ্ডাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধিত প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

April 12th, 07:27 pm

উগাণ্ডাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি পোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।

Telephone Conversation between PM and President of the Republic of Uganda

April 09th, 06:30 pm

Prime Minister Shri Narendra Modi had a telephone conversation today with H.E. President Yoweri Kaguta Museveni of the Republic of Uganda.

দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত ব্ৰিকছৰ আউটৰিচ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 27th, 02:35 pm

সৰ্বপ্ৰথমে মই ব্ৰিকছত আউটৰিচ্চ প্ৰক্ৰিয়াক সৱলীকৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফ’ছা মহোদয়ক অভিনন্দন জনাইছোঁ৷ ব্ৰিকছ আৰু অন্য উদ্ভাসিত অৰ্থব্যৱস্থাসমূহৰ মাজত এই সংবাদ বিকাশৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তাধাৰাৰ আদান-প্ৰদানৰ এক উল্লেখযোগ্য অৱকাশ হিচাপে বিবেচিত হৈছে৷ ইয়াত আফ্ৰিকান দেশৰ বৃহৎ সংখ্যাত হোৱা উপস্থিতি স্বাভাৱিক তথা প্ৰসন্নতাৰ বিষয়৷ আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্বন্ধ ঐতিহাসিক আৰু দৃঢ়৷ আফ্ৰিকাত স্বতন্ত্ৰতা, বিকাশ আৰু শান্তিৰ বাবে ভাৰতৰ ঐতিহাসিক প্ৰয়াসৰ ব্যাপ্তি সন্দৰ্ভত মোৰ চৰকাৰে সকলোতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে উগাণ্ডাৰ ৰাজ্য ভ্ৰমণৰ সময়ত প্ৰদান কৰা ভাৰত-উগাণ্ডা যৌথ বিবৃতি

July 25th, 06:54 pm

উগাণ্ডা গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি য়ুৱেৰি কাগুটা মুছেভেনিৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ২৪–২৫ জুলাইত উগাণ্ডাৰ ৰাজ্য ভ্ৰমণ কৰে৷ তেওঁক সংগ প্ৰদান কৰিছিল ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ এক প্ৰতিনিধিৰ দল তথা বৃহৎ ব্যৱসায়ৰ এক প্ৰতিনিধি দলে৷ ২১ বছৰৰ মূৰত এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ আছিল৷

Key takeaways from PM Modi’s address to the Parliament of Uganda

July 25th, 01:00 pm

PM Modi addressed the Parliament of Uganda. This was the first address by an Indian Prime Minister. In his address the PM listed out India’s deep rooted ties with Africa adding that Uganda was central to India’s commitment to the continent. He said, “For India, the moral principles of independence movement were not just confined to the boundaries of India. It was a universal quest for liberty, dignity, equality and opportunity for every human being. Nowhere did it apply more than in Africa.”

PM Modi addresses India-Uganda Business Forum

July 25th, 12:41 pm

Addressing the India-Uganda Business Forum, PM Modi said that India was ready to work with Uganda in the fields of capacity building, HRD, skill development, innovation and also in adding value to the abundant natural resources available in this country. The PM also highlighted India’s growth trajectory and the transformative changes taking place in the country.

India has always been a partner in Africa's development journey and will remain so: PM Modi

July 24th, 08:58 pm

At the interaction with Indian community in Uganda, Prime Minister Narendra Modi highlighted the strong ties between both the countries as well as India and Africa. The PM spoke at length about India's growth trajectory and cited that the country was now the fastest growing major economy in the world.

উগাণ্ডাত ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধন

July 24th, 08:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উগাণ্ডাত ভাৰতীয় সমাজক সম্বোধন কৰে৷ কাম্পালাত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানটোত উগাণ্ডাৰ ৰাষ্ট্ৰপতি মিউছেভিনিয়েও অংশগ্ৰহণ কৰে৷

PM Modi holds talks with President Kaguta Museveni of Uganda

July 24th, 08:36 pm

Prime Minister Narendra Modi today held fruitful talks with President Kaguta Museveni of Uganda. The leaders co-chaired the delegation level talks and comprehensively reviewed all aspects of bilateral relations.

প্ৰধানমন্ত্ৰীয়ে উগাণ্ডা ভ্ৰমণৰ সময়ত ভাৰত আৰু উগাণ্ডাৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিপত্ৰৰ তালিকা

July 24th, 05:52 pm

প্ৰধানমন্ত্ৰীয়ে উগাণ্ডা ভ্ৰমণৰ সময়ত ভাৰত আৰু উগাণ্ডাৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিপত্ৰৰ তালিকা

উগাণ্ডা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি

July 24th, 05:49 pm

এয়া মোৰ সৌভাগ্য যে দুটা দশকৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম দ্বিপাক্ষিক যাত্ৰাৰ বাবে মই উগাণ্ডালৈ আহিছোঁ৷ ৰাষ্ট্ৰপতি মিউছেভিনি ভাৰতৰ বহু পুৰণি মিত্ৰ৷ মোৰো তেওঁৰ সৈতে পুৰণি পৰিচয় আছে৷ ২০০৭ চনত যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ইয়ালৈ আহিছিলো, সেই যাত্ৰাৰ সুখদ স্মৃতি এতিয়াও মোৰ সৈতে আছে৷ আৰু আজি ৰাষ্ট্ৰপতি মহোদয়ৰ উদাৰ শব্দ তথা মোৰ উষ্ম আদৰণিৰ বাবে মই তেওঁক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

PM Modi arrives in Uganda

July 24th, 05:12 pm

Prime Minister Narendra Modi arrived at Entebbe, Uganda marking the start of second leg of his three-nation tour. During his visit, PM Modi would hold talks with President of Uganda, address a community event and also deliver a Keynote address at the Parliament of Uganda.

PM's meetings on the sidelines of CHOGM18 in London

April 19th, 08:45 pm

Prime Minister Narendra Modi held bilateral level talks with leaders of several nations in the sidelines of Commonwealth Heads of Government Meeting 2018 in London.

India-Africa Summit: PM meets African leaders

October 28th, 11:24 am



High-level Delegation under the leadership of Hon. Vice President of Uganda meets Hon. CM

March 19th, 05:46 pm

High-level Delegation under the leadership of Hon. Vice President of Uganda meets Hon. CM

“Gujarat Delegation” under the Leadership of Shri Narendrabhai Modi in Uganda

November 20th, 08:11 am

“Gujarat Delegation” under the Leadership of Shri Narendrabhai Modi in Uganda