থমাছ আৰু উবেৰ কাপৰ ভাৰতীয় বেডমিণ্টন দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠ

May 22nd, 11:28 am

প্ৰধানমন্ত্ৰীয়ে ‘থমাছ কাপ’ আৰু ‘উবেৰ কাপ’ৰ বেডমিণ্টন চেম্পিয়ন টীম দুটাৰে বৰ্তালাপত মিলিত হয় আৰু দল দুটাৰ সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে। খেলুৱৈসকলে নিজ নিজ খেলৰ বিভিন্ন দিশ, বেডমিণ্টনৰ পৰা পৃথকে তেওঁলোকৰ নিজা জীৱন আৰু অন্য বিষয় সন্দৰ্ভতো কথা-বতৰা পাতে।

‘থমাছ কাপ’ আৰু ‘উবেৰ কাপ’ৰ দল দুটিৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে

May 22nd, 11:27 am