ব্যক্তিগতকৰণ আৰু সম্পদৰ মুদ্ৰাকৰণৰ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 24th, 05:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।কটকত আয়কৰ আপীল ন্যায়াধীকৰণ(আইটিএটি)ৰ অত্যাধুনিক আৱাসিক কাৰ্যালয়ৰ চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
November 11th, 05:01 pm
ওড়িশাৰ মুখ্যমন্ত্ৰী তথা মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰবিশংকৰ প্ৰসাদ জী, ওড়িশাৰ সু-সন্তান তথা মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী শ্ৰীমান ধৰ্মেন্দ্ৰ প্ৰধান জী, আয়কৰ আপীল ন্যায়াধীকৰণৰ অধ্যক্ষ সন্মানীয় ন্যায়াধীশ পি পি ভট্ট জী, ওড়িশাৰ সাংসদ, বিধায়কসকলৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো বিশিষ্ট ব্যক্তি আৰু বন্ধুসকল,India has Moved from Tax-Terrorism to Tax-Transparency: Prime Minister
November 11th, 05:00 pm
Prime Minister Shri Narendra Modi inaugurated Office-cum-Residential Complex of Cuttack Bench of Income Tax Appellate Tribunal through video conference today. Speaking on the occasion, the Prime Minister said this bench would now provide modern facilities not only to Odisha, but to millions of taxpayers of Eastern and North Eastern India and help in disposing off all the pending cases in this region.১৩ আগষ্ট, ২০২০ত “স্বচ্ছ কৰ ব্যৱস্থা-দায়বদ্ধ কৰদাতাক সন্মান” শীৰ্ষক মঞ্চ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 12th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৩ আগষ্ট, ২০২০ত ভিডিঅ’ কনফাৰেন্সিংযোগে “স্বচ্ছ কৰ ব্যৱস্থা-দায়বদ্ধ কৰদাতাক সন্মান” শীৰ্ষক এক মঞ্চ শুভাৰম্ভ কৰিব৷