This is the golden period of India: PM Modi in Ahmedabad, Gujarat
September 16th, 04:30 pm
PM Modi inaugurated and laid the foundation stone for multiple development projects of railways, road, power, housing and finance sectors worth more than Rs 8,000 crore in Ahmedabad, Gujarat. The PM also inaugurated Namo Bharat Rapid Rail between Ahmedabad and Bhuj. PM Modi said that it will prove to be a new milestone in India’s urban connectivity. He said that he dedicated the first 100 days towards formulating policies and taking decisions towards public welfare and national interest.গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 16th, 04:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল, পথ, বিদ্যুৎ, গৃহ আৰু বিত্তীয় খণ্ডৰ এলানি উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে আহমেদাবাদ আৰু ভুজৰ মাজত ভাৰতৰ প্ৰথমখন ‘নমো ভাৰত দ্ৰুত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। তেওঁ লগতে নাগপুৰৰ পৰা চেকেন্দ্ৰাবাদ, কোলহাপুৰৰ পৰা পুনে, আগ্ৰা কেণ্টৰ পৰা বেনাৰস, দূৰ্গৰ পৰা বিশাখাপত্তনম, পুনেৰ পৰা হুবলি, আৰু বাৰাণসীৰ পৰা দিল্লী পথত চলিব লগা কেইবাখনো প্ৰথম ‘২০-কোচ্চ বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ ‘আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ’ৰ ‘ছিংগল উইণ্ডো আইটি প্ৰণালী’ (এছডব্লিউআইটিএছ) মুকলি কৰে।Government has worked on the strategy of recognition, resolution, and recapitalization: PM Modi
April 01st, 11:30 am
PM Modi addressed the opening ceremony of RBI@90, a program marking 90 years of the Reserve Bank of India, in Mumbai, Maharashtra. The next decade is extremely important for the resolutions of a Viksit Bharat”, PM Modi said, highlighting the RBI’s priority towards fast-paced growth and focus on trust and stability. Speaking on the comprehensive nature of reforms, the Prime Minister stated that the government worked on the strategy of recognition, resolution and recapitalization.PM addresses RBI@90 opening ceremony
April 01st, 11:00 am
PM Modi addressed the opening ceremony of RBI@90, a program marking 90 years of the Reserve Bank of India, in Mumbai, Maharashtra. The next decade is extremely important for the resolutions of a Viksit Bharat”, PM Modi said, highlighting the RBI’s priority towards fast-paced growth and focus on trust and stability. Speaking on the comprehensive nature of reforms, the Prime Minister stated that the government worked on the strategy of recognition, resolution and recapitalization.India is poised to continue its trajectory of success: PM Modi
November 17th, 08:44 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.PM Modi addresses Diwali Milan programme at BJP HQ, New Delhi
November 17th, 04:42 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।এতিয়া টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
September 20th, 08:46 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।গুজৰাটত কাউন্সিল অৱ মেয়ৰ আৰু বিজেপিৰ ডেপুটি মেয়ৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
September 20th, 10:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।জুলাইত ৬ বিলিয়ন ইউপিআই লেনদেনৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 02nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ পৰা জুলাইত সৰ্বাধিক ৬ বিলিয়ন ইউপিআই লেনদেনৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰশংসা কৰে৷দেওঘৰ বিমান বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ
July 12th, 12:46 pm
বাবা ধামলৈ অহাৰ পিছত সকলোৰে মন প্ৰসন্ন হৈ পৰে। আজি আমি সকলোৱে দেওঘৰৰ পৰা ঝাৰখণ্ডৰ উন্নয়নত গতি প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। বাবা বৈদ্যনাথৰ আশীৰ্বাদত আজি ১৬,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে নাইবা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পবোৰে ঝাৰখণ্ডৰ আধুনিক সংযোগ, শক্তি, স্বাস্থ্য, বিশ্বাস আৰু পৰ্যটনক যথেষ্ট গতি প্ৰদান কৰিব। আমি দীৰ্ঘদিন ধৰি দেওঘৰ বিমান বন্দৰ আৰু দেওঘৰ এইমছৰ সপোন দেখিছিলোঁ। এই সপোনো এতিয়া বাস্তৱায়িত হৈছে।PM inaugurates and lays foundation stone of various development projects worth more than Rs 16,800 crores in Deoghar
July 12th, 12:45 pm
PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.Our policy-making is based on the pulse of the people: PM Modi
July 08th, 06:31 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi
July 08th, 06:30 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.প্ৰধানমন্ত্ৰীয়ে ১৬ আৰু ১৭ জুনত ধৰ্মশালাত মুখ্য সচিবৰ প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষতা কৰিব
June 14th, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৬ আৰু ১৭ জুনত হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামত মুখ্য সচিবসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।ব্যাপক সমৃদ্ধি আৰু উদ্যোগশীলতাক প্ৰোৎসাহিত কৰাৰ বাবে সংস্কাৰৰ ৮ বছৰ সম্পৰ্কীয় বিৱৰণ সকলোৰে সৈতে ভাগ বতৰা কৰে প্ৰধানমন্ত্ৰীয়ে
June 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ব্যৱসায় সহজ কৰি তোলা'ৰ ক্ষেত্ৰত বিগত ৮ বছৰত গৃহীত বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ বিৱৰণী আৰু ব্যাপক সমৃদ্ধি তথা উদ্যোগশীলতাক প্ৰোৎসাহিত কৰাৰ বাবে বিভিন্ন প্ৰয়াস সকলোৰে সৈতে ভাগ বতৰা কৰিছে। তেওঁ মাইগভৰ পৰা এটা টুইট থ্ৰেড আৰু তেওঁৰ ৱেবছাইট আৰু নমো এপৰ পৰা এই সম্পৰ্কীয় কেইবাটাও প্ৰবন্ধ সকলোৰে সৈতে ভাগ বতৰা কৰিছে।‘এলবিএছএনএএ’-ত ৯৬ সংখ্যক ‘উমৈহতীয়া বুনিয়াদী পাঠ্যক্ৰম’ৰ অন্তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 17th, 12:07 pm
আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।প্ৰধানমন্ত্ৰীয়ে এলবিএছএনএএত ৯৬তম উমৈহতীয়া মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়
March 17th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (এলবিএছএনএএ)ত ৯৬ সংখ্যক সাধাৰণ মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ নতুন ক্ৰীড়া কমপ্লেক্সটো উদ্বোধন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হেপ্পী ভেলী কমপ্লেক্স উৎসৰ্গা কৰে।For us, infrastructure is not about 'Rajniti', it is a part of 'Rashtra Niti': PM Modi
November 25th, 01:06 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.