Our government has taken unprecedented steps for women empowerment in the last 10 years: PM in Panipat, Haryana
December 09th, 05:54 pm
PM Modi launched the ‘Bima Sakhi Yojana’ of Life Insurance Corporation, in line with his commitment to women empowerment and financial inclusion, in Panipat, Haryana. The Prime Minister stressed that it was imperative to ensure ample opportunities and remove every obstacle in their way to empower women. He added that when women were empowered, new doors of opportunities opened for the country.Prime Minister Shri Narendra Modi launches LIC’s Bima Sakhi Yojana
December 09th, 04:30 pm
PM Modi launched the ‘Bima Sakhi Yojana’ of Life Insurance Corporation, in line with his commitment to women empowerment and financial inclusion, in Panipat, Haryana. The Prime Minister stressed that it was imperative to ensure ample opportunities and remove every obstacle in their way to empower women. He added that when women were empowered, new doors of opportunities opened for the country.We have begun a new journey of Amrit Kaal with firm resolve of Viksit Bharat: PM Modi
December 09th, 01:30 pm
PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.PM Modi addresses the programme organised by Ramakrishna Math in Gujarat
December 09th, 01:00 pm
PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.মহাৰাষ্ট্ৰত ৫১১ টা প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 19th, 05:00 pm
পৱিত্ৰ নৱৰাত্ৰি চলি আছে। আজি মাৰ পঞ্চম ৰূপ, স্কন্দমাতাৰ উপাসনাৰ দিন। প্ৰতিগৰাকী মাতৃয়ে ইচ্ছা কৰে যে তেওঁৰ সন্তানে সুখ আৰু সফলতা লাভ কৰক। সুখ আৰু সফলতাৰ এই প্ৰাপ্তি কেৱল শিক্ষা আৰু দক্ষতাৰ জৰিয়তেহে সম্ভৱ। এনে এক পৱিত্ৰ সময়ত, মহাৰাষ্ট্ৰৰ আমাৰ পুত্ৰ আৰু কন্যাসকলৰ দক্ষতা বিকাশৰ বাবে ইমান ডাঙৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু মোৰ সন্মুখত বহি থকা লাখ লাখ যুৱক-যুৱতী, আৰু যিসকলে এই দক্ষতা বিকাশৰ পথত আগবাঢ়ি যাবলৈ দৃঢ় সংকল্প লৈছে, মই নিশ্চয় ক'ব লাগিব যে আজিৰ এই ৰাতিপুৱা তেওঁলোকৰ জীৱনত মংগল প্ৰভাত হৈ পৰিছে। মহাৰাষ্ট্ৰত ৫১১ টা গ্ৰাম্য কৌশল্য বিকাশ কেন্দ্ৰ স্থাপন হবলৈ গৈ আছে।মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে
October 19th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে। মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপিত এই কেন্দ্ৰসমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব।আমেঠী সাংসদ খেল প্ৰতিযোগিতা ২০২৩ৰ সামৰণি সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পাঠ
October 13th, 01:00 pm
আমেঠীৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মাজত থাকি আমেঠী সাংসদ খেল প্ৰতিযোগিতাৰ সামৰণি সমাৰোহত যোগদান কৰাটো মোৰ বাবে অতি বিশেষ। দেশৰ ক্ৰীড়াৰ বাবে এই মাহটো অতি শুভ। আমাৰ খেলুৱৈসকলে এছিয়ান গেমছত পদকৰ শতক অৰ্জন কৰিছে। এই অনুষ্ঠানসমূহৰ মাজতে আমেঠীৰ খেলুৱৈসকলেও ক্ৰীড়াৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অভিনন্দন জনাইছোঁ। আপোনালোকেও নিশ্চয় এই প্ৰতিযোগিতাৰ পৰা যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সমগ্ৰ অঞ্চলটোৰ মানুহে নিশ্চয় অনুভৱ কৰিছে, আৰু মই কেৱল শুনিলেই অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। আমি এই উৎসাহ আৰু আত্মবিশ্বাস চম্ভালিব লাগিব, ইয়াক গ্ৰুম কৰিব লাগিব, ইয়াক ৰোপণ কৰিব লাগিব, সাৰ আৰু পানী যোগান ধৰিব লাগিব। যোৱা ২৫ দিনত যি অভিজ্ঞতা লাভ কৰিছে সেয়া আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ। আজি মই শিক্ষক, পৰিদৰ্শক, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ ভূমিকাত এই মহান অভিযানত যোগদান কৰি এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰা প্ৰতিজন ব্যক্তিক অভিনন্দন জনাইছোঁ। এক লাখৰো অধিক খেলুৱৈৰ গোট খোৱাটো, সেইটোও ইমান সৰু এলেকাত, নিজৰ বাবেই এটা ডাঙৰ কথা। বিশেষকৈ এই অনুষ্ঠানটো ইমান সফল কৰি তোলা আমেঠীৰ সাংসদ ভগ্নী স্মৃতি ইৰাণী জীক অভিনন্দন জনাইছোঁ, যি এই আয়োজনক ইমান সফল কৰি তুলিলে।আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধন
October 13th, 12:40 pm
সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ত অংশগ্ৰহণ কৰাসকলক লগ পাই সন্তোষ লভিছোঁ। এই মাহটো দেশখনৰ ক্ৰীড়াৰ বাবে শুভ সময় বুলি উল্লেখেৰে তেখেতে কয় যে ভাৰতীয় খেলুৱৈসকলে এছিয়ান গেমছত শতকৰো অধিক পদক অৰ্জন কৰিছে। তেখেতে উল্লেখ কৰে যে আমেথিৰ বহু খেলুৱৈয়ে আমেথি সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণেৰে স্বকীয় ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিছে। তেখেত কয় যে এই প্ৰতিযোগিতাৰপৰা খেলুৱৈসকলে যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সেয়া অনুভৱ কৰিব পাৰি আৰু এতিয়া এই উৎসাহেৰে উত্তম ফলাফলৰ বাবে ইয়াক প্ৰয়োগৰ সময় আহি পৰিছে। “আপোনালোকে যোৱা ২৫ দিনত লাভ কৰা অভিজ্ঞতা আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে এই সুযোগতে যিসকল শিক্ষক, প্ৰশিক্ষক, বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে এই মহান অভিযানত যোগদানেৰে এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰিলে, তেওঁলোকক অভিনন্দন জনায়। এক লাখৰো অধিক খেলুৱৈ সমাগম হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা বুলি আলোকপাতেৰে বিশেষকৈ এই অনুষ্ঠানটোক ইমান সফল কৰি তোলা আমেথিৰ সাংসদ স্মৃতি ইৰানীক অভিনন্দন জনায়।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানসমূহত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় ৭১,০০০ লোকক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰী আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ
January 20th, 10:45 am
এয়া ২০২৩ বৰ্ষৰ প্ৰথম নিয়োগ মেলা। ২০২৩ৰ শুভাৰম্ভণি এক উজ্জ্বল ভৱিষ্যতৰ নতুন আশাৰে হৈছে। ই ৭১হাজাৰ পৰিয়ালৰ বাবে সুখৰ এক নতুন লৈ উপহাৰ আহিছে, যাৰ সদস্যসকলে চৰকাৰী সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। মই সকলো যুৱক আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছোঁ।প্রধানমন্ত্রীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে
January 20th, 10:30 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী দপ্তৰত আৰু সংস্থাত কর্মী নিয়োগৰ বাবে ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে। কর্মসংস্থান সৃষ্টিক প্রধানমন্ত্রীয়ে অগ্রাধিকাৰ দি আহিছে। তেওঁৰ সেই অঙ্গীকাৰ পূৰণৰ বাবে ৰোজগাৰ মেলা এটা গৰুত্বপূৰ্ণ পদক্ষেপ। অধিক কর্মসংস্থান সৃষ্টি তথা যুৱ সম্প্রদায়ৰ ক্ষমতায়ন আৰু দেশৰ উন্নয়নত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰিবলৈ ৰোজগাৰ মেলাই অনুঘটকৰ কাম কৰিব।গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।IPS Probationers interact with PM Modi
July 31st, 11:02 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.Move forward for ‘Su-rajya’: PM Modi to IPS Probationers
July 31st, 11:01 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.PM interacts with IPS probationers at Sardar Vallabhbhai Patel National Police Academy
July 31st, 11:00 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।২৮.০২.২০২১ তাৰিখে ‘মন কী বাত ২.০’ৰ ২১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 28th, 11:00 am
During Mann Ki Baat, PM Modi, while highlighting the innovative spirit among the country's youth to become self-reliant, said, Aatmanirbhar Bharat has become a national spirit. PM Modi praised efforts of inpiduals from across the country for their innovations, plantation and biopersity conservation in Assam. He also shared a unique sports commentary in Sanskrit.আইপিএছ প্ৰৱেশ্যনাৰসকলৰ ‘দীক্ষান্ত পেৰেড’ত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
September 04th, 11:07 am
দীক্ষান্ত পেৰেড সমাৰোহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী অমিত শ্বাহ জী, ড০ জিতেন্দ্ৰ সিং জী, জি কিষাণ ৰেড্ডি জী, চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ বিষয়াসকলৰ লগতে যুৱ উৎসাহেৰে ভাৰতীয় আৰক্ষী সেৱাৰ নেতৃত্ব দিয়াৰ বাবে সাজু হোৱা ৭১ আৰআৰৰ মোৰ যুৱ সতীৰ্থসকল৷