পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

April 04th, 02:32 pm

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়ন

ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 17th, 01:05 pm

মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।

সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে

সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে

March 06th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘৭ লোক কল্যাণ মাৰ্গ’ত সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। খণ্ডটোত প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে পৰিৱৰ্তন অনা সহকাৰ চে’ সম্ৰুদ্ধি, সমবায়সমূহত যুৱ আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ পৰিকল্পনা আৰু সমবায় মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।

চাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে'লৰ যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু ট্ৰেইন লোকো পাইলটৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ

January 05th, 08:50 pm

এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্য

Double-engine Governments at the Centre and state are becoming a symbol of good governance: PM in Jaipur

December 17th, 12:05 pm

PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.

PM Modi participates in ‘Ek Varsh-Parinaam Utkarsh’ Completion of one year of State Government Programme in Jaipur, Rajasthan

December 17th, 12:00 pm

PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.

India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future

December 16th, 03:26 pm

Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.

হাৰিয়ানাৰ পানীপটত উন্নয়নমূলক কাম মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 09th, 05:54 pm

হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয় জী, এই ৰাজ্যৰ কৰ্মপৰায়ণ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত নয়াব সিং জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সন্মানীয় সহকৰ্মী নিৰ্মলা সীতাৰমণ জী, আৰু ভূমিপুত্ৰ, সংসদৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰত মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী; হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণ পাল জী; শ্ৰুতি জী, আৰতি জী, সাংসদ, বিধায়ক, আৰু সমগ্ৰ দেশৰ বিভিন্ন এল আই চি কেন্দ্ৰৰ সৈতে জড়িত সকলো সহকৰ্মী, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল আই চিৰ বীমা সখী যোজনাৰ শুভাৰম্ভ কৰে

December 09th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত নাৰী সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি জীৱন বীমা নিগমৰ ‘বিমা সখী যোজনা’ মুকলি কৰে।এই উপলক্ষে তেওঁ কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতে নাৰী সবলীকৰণৰ দিশত আন এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি মাহৰ ৯ তাৰিখ হোৱাটো বিশেষ কাৰণ আমাৰ শাস্ত্ৰত ৯ নম্বৰটো শুভ বুলি গণ্য কৰা হয় আৰু ই নৱৰাত্ৰিৰ সময়ত পূজা কৰা নৱ দুৰ্গাৰ নটা ৰূপৰ সৈতে জড়িত হৈ আছে। তেওঁ মন্তব্য কৰে যে আজি নাৰী শক্তিৰো পূজাৰ দিৱস।

We have begun a new journey of Amrit Kaal with firm resolve of Viksit Bharat: PM Modi

December 09th, 01:30 pm

PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.

গুজৰাটত ৰামকৃষ্ণ মঠে আয়োজন কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

December 09th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰামকৃষ্ণ মঠত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত শ্ৰীযুত মোদীয়ে ভাৰত আৰু বিদেশৰ পৰা অহা ৰামকৃষ্ণ মঠ আৰু মিছনৰ শ্ৰদ্ধাৰ সন্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিশিষ্ট অতিথিসকলক সন্মানীয় শ্ৰীমৎ স্বামী গৌতমানন্দ জী মহাৰাজক শুভেচ্ছা জ্ঞাপন কৰে। লগতে দেৱী শাৰদা, গুৰুদেৱ ৰামকৃষ্ণ পৰমহন, স্বামী বিবেকানন্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰীমত স্বামী প্ৰেমানন্দ মহাৰাজৰ জন্ম জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ ওপৰত আলোকপাত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।

মহাৰাষ্ট্ৰত ৫১১ টা প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 19th, 05:00 pm

পৱিত্ৰ নৱৰাত্ৰি চলি আছে। আজি মাৰ পঞ্চম ৰূপ, স্কন্দমাতাৰ উপাসনাৰ দিন। প্ৰতিগৰাকী মাতৃয়ে ইচ্ছা কৰে যে তেওঁৰ সন্তানে সুখ আৰু সফলতা লাভ কৰক। সুখ আৰু সফলতাৰ এই প্ৰাপ্তি কেৱল শিক্ষা আৰু দক্ষতাৰ জৰিয়তেহে সম্ভৱ। এনে এক পৱিত্ৰ সময়ত, মহাৰাষ্ট্ৰৰ আমাৰ পুত্ৰ আৰু কন্যাসকলৰ দক্ষতা বিকাশৰ বাবে ইমান ডাঙৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু মোৰ সন্মুখত বহি থকা লাখ লাখ যুৱক-যুৱতী, আৰু যিসকলে এই দক্ষতা বিকাশৰ পথত আগবাঢ়ি যাবলৈ দৃঢ় সংকল্প লৈছে, মই নিশ্চয় ক'ব লাগিব যে আজিৰ এই ৰাতিপুৱা তেওঁলোকৰ জীৱনত মংগল প্ৰভাত হৈ পৰিছে। মহাৰাষ্ট্ৰত ৫১১ টা গ্ৰাম্য কৌশল্য বিকাশ কেন্দ্ৰ স্থাপন হবলৈ গৈ আছে।

মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে

October 19th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে। মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপিত এই কেন্দ্ৰসমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব।

আমেঠী সাংসদ খেল প্ৰতিযোগিতা ২০২৩ৰ সামৰণি সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পাঠ

October 13th, 01:00 pm

আমেঠীৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মাজত থাকি আমেঠী সাংসদ খেল প্ৰতিযোগিতাৰ সামৰণি সমাৰোহত যোগদান কৰাটো মোৰ বাবে অতি বিশেষ। দেশৰ ক্ৰীড়াৰ বাবে এই মাহটো অতি শুভ। আমাৰ খেলুৱৈসকলে এছিয়ান গেমছত পদকৰ শতক অৰ্জন কৰিছে। এই অনুষ্ঠানসমূহৰ মাজতে আমেঠীৰ খেলুৱৈসকলেও ক্ৰীড়াৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অভিনন্দন জনাইছোঁ। আপোনালোকেও নিশ্চয় এই প্ৰতিযোগিতাৰ পৰা যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সমগ্ৰ অঞ্চলটোৰ মানুহে নিশ্চয় অনুভৱ কৰিছে, আৰু মই কেৱল শুনিলেই অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। আমি এই উৎসাহ আৰু আত্মবিশ্বাস চম্ভালিব লাগিব, ইয়াক গ্ৰুম কৰিব লাগিব, ইয়াক ৰোপণ কৰিব লাগিব, সাৰ আৰু পানী যোগান ধৰিব লাগিব। যোৱা ২৫ দিনত যি অভিজ্ঞতা লাভ কৰিছে সেয়া আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ। আজি মই শিক্ষক, পৰিদৰ্শক, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ ভূমিকাত এই মহান অভিযানত যোগদান কৰি এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰা প্ৰতিজন ব্যক্তিক অভিনন্দন জনাইছোঁ। এক লাখৰো অধিক খেলুৱৈৰ গোট খোৱাটো, সেইটোও ইমান সৰু এলেকাত, নিজৰ বাবেই এটা ডাঙৰ কথা। বিশেষকৈ এই অনুষ্ঠানটো ইমান সফল কৰি তোলা আমেঠীৰ সাংসদ ভগ্নী স্মৃতি ইৰাণী জীক অভিনন্দন জনাইছোঁ, যি এই আয়োজনক ইমান সফল কৰি তুলিলে।

আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধন

October 13th, 12:40 pm

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ত অংশগ্ৰহণ কৰাসকলক লগ পাই সন্তোষ লভিছোঁ। এই মাহটো দেশখনৰ ক্ৰীড়াৰ বাবে শুভ সময় বুলি উল্লেখেৰে তেখেতে কয় যে ভাৰতীয় খেলুৱৈসকলে এছিয়ান গেমছত শতকৰো অধিক পদক অৰ্জন কৰিছে। তেখেতে উল্লেখ কৰে যে আমেথিৰ বহু খেলুৱৈয়ে আমেথি সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণেৰে স্বকীয় ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিছে। তেখেত কয় যে এই প্ৰতিযোগিতাৰপৰা খেলুৱৈসকলে যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সেয়া অনুভৱ কৰিব পাৰি আৰু এতিয়া এই উৎসাহেৰে উত্তম ফলাফলৰ বাবে ইয়াক প্ৰয়োগৰ সময় আহি পৰিছে। “আপোনালোকে যোৱা ২৫ দিনত লাভ কৰা অভিজ্ঞতা আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে এই সুযোগতে যিসকল শিক্ষক, প্ৰশিক্ষক, বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে এই মহান অভিযানত যোগদানেৰে এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰিলে, তেওঁলোকক অভিনন্দন জনায়। এক লাখৰো অধিক খেলুৱৈ সমাগম হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা বুলি আলোকপাতেৰে বিশেষকৈ এই অনুষ্ঠানটোক ইমান সফল কৰি তোলা আমেথিৰ সাংসদ স্মৃতি ইৰানীক অভিনন্দন জনায়।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানসমূহত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় ৭১,০০০ লোকক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰী আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ

January 20th, 10:45 am

এয়া ২০২৩ বৰ্ষৰ প্ৰথম নিয়োগ মেলা। ২০২৩ৰ শুভাৰম্ভণি এক উজ্জ্বল ভৱিষ্যতৰ নতুন আশাৰে হৈছে। ই ৭১হাজাৰ পৰিয়ালৰ বাবে সুখৰ এক নতুন লৈ উপহাৰ আহিছে, যাৰ সদস্যসকলে চৰকাৰী সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। মই সকলো যুৱক আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছোঁ।

প্রধানমন্ত্রীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে

January 20th, 10:30 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী দপ্তৰত আৰু সংস্থাত কর্মী নিয়োগৰ বাবে ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে। কর্মসংস্থান সৃষ্টিক প্রধানমন্ত্রীয়ে অগ্রাধিকাৰ দি আহিছে। তেওঁৰ সেই অঙ্গীকাৰ পূৰণৰ বাবে ৰোজগাৰ মেলা এটা গৰুত্বপূৰ্ণ পদক্ষেপ। অধিক কর্মসংস্থান সৃষ্টি তথা যুৱ সম্প্রদায়ৰ ক্ষমতায়ন আৰু দেশৰ উন্নয়নত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰিবলৈ ৰোজগাৰ মেলাই অনুঘটকৰ কাম কৰিব।

গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 12th, 06:40 pm

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!

প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে

March 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

IPS Probationers interact with PM Modi

July 31st, 11:02 am

PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.