বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকাৰসকলৰ বাবে ‘পিএম বিশ্বকৰ্মা’ মুকলি কৰিব
September 15th, 12:36 pm
বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত “পি এম বিশ্বকৰ্মা” নামেৰে এখন নতুন আঁচনি মুকলি কৰিব।59 minute loan portal to enable easy access to credit for MSMEs: PM Modi
November 02nd, 05:51 pm
Prime Minister Narendra Modi today launched the ‘Support and Outreach Programme’ for Micro, Small and Medium Enterprise (MSME) sector of the country. At this event, PM Modi also announced twelve major decisions to accelerate growth in the MSMEs of India. PM Modi called these decisions as ‘Diwali Gifts’ from the government to the MSMEs of India.প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি
November 02nd, 05:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (এমএছএমই)খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে এক ঐতিহাসিক পদক্ষেপ মুকলি কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এমএছএমইৰ বিকাশ, প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ অৰ্থে ১২টা প্ৰধান বিষয়ৰ কথা ঘোষণা কৰে৷Varanasi soon be the gateway to the east, says PM Modi
September 18th, 12:31 pm
PM Narendra Modi laid foundation stone as well as inaugurated various development projects in Varanasi. Addressing a public meeting, PM Modi stated that in the last four years, Varanasi witnessed unparalled progress. The PM spoke at length about the initiatives being launched and said the steps would further enhance the lives of people in Kashi. He urged the people to join the movement in creating a New Kashi and a New India.প্ৰধানমন্ত্ৰীৰ বাৰাণসীত গুৰুত্বপূৰ্ণ বিকাশমূলক প্ৰকল্প মুকলি
September 18th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উপস্থিত সুধী সমাজৰ সন্মুখত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷আজমগড়ত পূর্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
July 14th, 04:14 pm
উত্তৰ প্রদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক ডাঙৰীয়া, যশস্বী, তেজস্বী, পৰিশ্রমী মুখ্যমন্ত্রী যোগী আদিত্যনাথ, সদা হাস্যময় উপ-মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্য, কেন্দ্রীয় উদ্যোগ বিকাশ বিভাগত ৰাজ্যিক মন্ত্রী সতীশ মহানা, ৰাজ্য চৰকাৰৰ মন্ত্রী ভাই দাৰাসিং, সাংসদসকল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি মহেন্দ্রনাথ পাণ্ডে, মোৰ সতীৰ্থ সাংসদ ভগ্নী নিলম সোনকৰ, স্থানীয় বিধায়ক অৰুণ ডাঙৰীয়া আৰু বিপুল পৰিমাণে সমবেত মোৰ ভাই-ভনীসকল।আজমগড়ত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
July 14th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ আজমগড়ত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰে৷.PM Modi launched various projects at DLW Grounds in Varanasi, Uttar Pradesh
December 22nd, 12:34 pm
PM Narendra Modi laid foundation stone of the ESIC Super Speciality Hospital in Varanasi. He also inaugurated the new Trade Facilitation Centre and Crafts Museum. Speaking at the event, the PM said that land of Kashi is of spiritual importance and has tremendous tourism potential. He also urged that sports must be made an essential part of our lives.