বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।স্মাৰকৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নাগৰিকলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
September 19th, 11:13 am
উপহাৰ আৰু স্মাৰকসমূহৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেশৰ নাগৰিকসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পৰা সংগৃহীত পুঁজি ‘নমামী গংগে’ কাৰ্যক্ৰমত ব্যৱাহাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে।শিক্ষক পৰ্বৰ অধিবেশনত উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
September 07th, 10:31 am
শিক্ষক পৰ্বৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা কেবিনেটত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, ডঃ সুভাষ চৰকাৰৰ জী, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং জী, দেশৰ বেলেগ-বেলেগ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ৰূপ প্ৰস্তুতকৰ্তা সমিতিৰ অধ্যক্ষ ডঃ কস্তুৰী ৰঞ্জন জী, তেওঁৰ টিমৰ সকলো মাননীয় সদস্যসকল, আমাৰ সৈতে জড়িত সমগ্ৰ দেশৰ সকলো বিদ্বান অধ্যক্ষ, শিক্ষক, আৰু মৰমৰ বিদ্যাৰ্থীসকল!শিক্ষক পৰ্বৰ উদ্বোধনী সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আজি শিক্ষক পৰ্বৰ উদ্বোনী সমাৰোহৰত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ ভাৰতীয় সাংকেতিক ভাষা অভিধান(শ্ৰৱন শক্তিহীন দিব্যাংগসকলৰ সাৰ্বজনীন শিক্ষণ ডিজাইনৰ অনুৰূপ শ্ৰাব্য আৰু লিখিত সাংকেতিক ভাষা), টকিং বুক (দৃষ্টিহীনসকলৰ বাবে শ্ৰাব্য গ্ৰন্থ), চিবিএছইৰ বাবে স্কুল কোৱালিটী এছ্যুৰেন্স আৰু এছেচমেণ্ট ফ্ৰেমৱৰ্ক, নিপুন ভাৰতৰ বাবে নিষ্ঠা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিদ্যাঞ্জলি প’ৰ্টেল (শিক্ষা স্বেচ্ছাসেৱকসকল/দাতব্য/বিদ্যালয়ৰ উন্নয়নৰ বাবে চিএছআৰ বৰঙণিদাতাসকলৰ)ৰ শুভাৰম্ভ কৰে৷ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।পেৰালিম্পিকত দেখুওৱা প্ৰদৰ্শনৰ বাবে ভৱিনা পেটেলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 28th, 01:18 pm
পেৰালিম্পিকত দেখুওৱা প্ৰদৰ্শনৰ বাবে ভৱিনা পেটেলক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কাইলৈ যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবে তেওঁ দেশৰ হৈ সমৰ্থনো আগবঢ়ায়।PM extends best wishes to Indian contingent on beginning of Paralympics Games
August 24th, 04:15 pm
The Prime Minister, Shri Narendra Modi has extended his best wishes to the Indian contingent at the beginning of Paralympics Games in Tokyo.‘টকিঅ’ ২০২০ পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’লৈ যাবলগীয়া ভাৰতীয় ‘পেৰা-এথলিট’সকলৰে বাৰ্তালাপত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 17th, 11:01 am
কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে
August 17th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীট দল আৰু পেৰা এথলীটসকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত আছিল।Exclusive Pictures! PM Modi meets Olympians who made India proud!
August 16th, 10:56 am
A day after praising them from the ramparts of the Red Fort and getting the whole nation to applaud them, Prime Minister Narendra Modi met the Indian athletes who participated in the Olympics and made India proud.Here are some exclusive pictures from the event!টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 08th, 06:24 pm
টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিকৰ সামৰণি মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই চেম্পিয়ণ।টকিঅ’ অলিম্পিক ২০২০ৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 07th, 06:12 pm
টকিঅ’ অলিম্পিক, ২০২০ত জেভেলিন থ্ৰ’ত স্বর্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অভিনন্দন জনায়৷ প্রধানমন্ত্রীয়ে লগতে কয় যে যে নীৰজে এক অনবদ্য আবেগ লৈ খেলিলে আৰু তেওঁ অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে।টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বজৰং পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 07th, 05:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বজৰং পুনিয়াক অভিনন্দন জ্ঞাপন কৰিছে।প্রধানমন্ত্রীয়ে গল্ফ খেলুৱৈ অদিতি অশোকৰ ক্রীড়া নৈপুণ্য আৰু দৃঢ়তাৰ প্রশংসা কৰে
August 07th, 11:22 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অলিম্পিকত অসাধাৰণ ক্রীড়া নৈপুণ্য প্রদর্শন আৰু মানসিক দৃঢ়তাৰ বাবে গল্ফ খেলুৱৈ অদিতি অশোকৰ প্রশংসা কৰিছে।খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা হিচাপে জনা যাবঃ প্ৰধানমন্ত্ৰী
August 06th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে খেল ৰত্ন বঁটাৰ নাম মেজৰ ধ্যান চাঁদৰ নামেৰে ৰখাৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা বহু অনুৰোধ লাভ কৰি আহিছে। তেওঁ কয় যে তেওঁলোকৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বুলি জনা যাব।