সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।

জয়পুৰত খেল মহাকুম্ভত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 05th, 05:13 pm

সৰ্বপ্ৰথমে জয়পুৰ মহাখেলত মেডেল জয় কৰা, এই প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেক খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ পৰিয়ালক বহুত-বহুত অভিনন্দন। আপোনালোক সকলোৱে জয়পুৰৰ খেলপথাৰত কেৱল খেলিবলৈ নমা নাই। আপোনালোকে জিকিবলৈও নামিল, আৰু শিকিবলৈও নামিল। আৰু য'ত শিকা হয়, তাত জয় নিজেনিজেই সুনিশ্চিত হৈ যায়। খেলপথাৰৰ পৰা কেতিয়াও কোনো খেলুৱৈ শুদা হাতে ঘূৰি নাযায়।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ প্ৰধানমন্ত্ৰীৰ

February 05th, 12:38 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ কাবাদী মেচো প্ৰত্যক্ষ কৰে৷ জয়পুৰ গ্ৰাম্যৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰে ২০১৭ চনৰ পৰা জয়পুৰ মহাখেলৰ আয়োজন কৰি আহিছে।

মিছা প্ৰতিশ্ৰুতি দিয়াটো কংগ্ৰেছৰ পুৰণি কৌশল হৈ পৰিছেঃ হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত প্ৰধানমন্ত্ৰী মোদী

November 05th, 05:00 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে মান্দিৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে যে প্ৰথম নিৰ্বাচনী সভাত মান্দিৰ পৰাই ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বতৰৰ বাবে তেওঁ মান্দিৰ জনসাধাৰণক পূৰ্বে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব নোৱাৰিলে।

হিমাচল প্ৰদেশৰ সুন্দৰ নগৰ আৰু সোলানত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে

November 05th, 04:57 pm

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ সুন্দৰ নগৰ আৰু সোলানত ৰাজহুৱা সভাত ভাষণ দিয়ে। ডাবল ইঞ্জিন চৰকাৰৰ অধীনত হিমাচল কেনেদৰে আগবাঢ়িছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

২০ জুলাইত কমনৱেলথ গেমছ ২০২২ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে

July 18th, 05:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুলাই, ২০২২ তাৰিখে পুৱা ১০ বজাত কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰিব। বাৰ্তালাপটোত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকো অন্তৰ্ভুক্ত থাকিব।

৪৪তম দবা অলিম্পিয়াডৰ বাবে টৰ্চ ৰীলে মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 19th, 05:01 pm

দবা অলিম্পিয়াডৰ এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত উপস্থিত আছে মোৰ কেবিনেট সহকৰ্মী, আন্তৰ্জাতিক দবা ফেডাৰেচনৰ সভাপতি আৰ্কাডি ডভোৰ্কভিচ, সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ সভাপতি, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, দবা আৰু অন্যান্য ক্ৰীড়া সংগঠনৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, প্ৰতিনিধি, আন সকলো গণ্যমান্য ব্যক্তি, দবা অলিম্পিয়াড দলৰ সদস্য আৰু অন্যান্য দবা খেলুৱৈসকল। ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

PM launches historic torch relay for 44th Chess Olympiad

June 19th, 05:00 pm

Prime Minister Modi launched the historic torch relay for the 44th Chess Olympiad at Indira Gandhi Stadium, New Delhi. PM Modi remarked, We are proud that a sport, starting from its birthplace and leaving its mark all over the world, has become a passion for many countries.”

খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

April 24th, 06:31 pm

বেংগালুৰু চহৰ নিজেই দেশৰ যুৱ উদ্দীপনাৰ পৰিচয়। বেংগালুৰু প্ৰফেচনেলসকলৰ মান সন্মান আৰু সমৃদ্ধি। ডিজিটেল ইণ্ডিয়াযুক্ত বেংগালুৰুত খেলো ইণ্ডিয়াৰ আহ্বান নিজস্বভাৱেই বিশেষ। ষ্টাৰ্ট-আপছৰ জগতত স্পৰ্টছৰ এই সংগম অদ্ভুত। বেংগালুৰুত খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছ হোৱাটোৱে, এই ধুনীয়া চহৰখনৰ শক্তি আৰু বঢ়াব আৰু দেশৰ নজোৱানেও ইয়াৰ পৰা নতুন শক্তি লৈ উভতিব। মই কৰ্ণাটকৰ চৰকাৰক এই খেলৰ আয়োজন কৰা বাবে অভিনন্দন জনাইছো। গ্লোবেল পেণ্ডেমিকৰ অত্যন্ত প্ৰত্যাহ্বানৰ মাজত এই খেল ভাৰতৰ যুৱক-যুৱতীসকলৰ দৃঢ় সংকল্প আৰু উৎসাহৰ উদাহৰণ। মই আপোনালোকৰ এই প্ৰয়াসক, এই উদ্যমক ছেলুট কৰিছো। এই যুৱ উদ্যমে আজি দেশক প্ৰতিটো ক্ষেত্ৰত নতুন গতিৰে আগবঢ়াই নিছে।

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

April 24th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া ৰ উদ্বোধনী অনুষ্ঠানত তেওঁৰ বাৰ্তা ভাগ বতৰা কৰে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি বাংগালুৰুত এই গেমছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰথম শ্ৰেণীৰ বেডমিন্টন খেলুৱৈ পিভি সিন্ধুৱে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাই তেওঁক কিদৰে অনুপ্ৰাণিত কৰিছে সেই সম্পৰ্কে ক’লে

March 29th, 01:51 pm

পিভি সিন্ধুৱে এটা ভিডিঅ'ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰন্তৰ সমৰ্থন আৰু প্ৰশংসাই দেশখনৰ বাবে অধিক কাম কৰিবলৈ তেওঁক কিদৰে অনুপ্ৰেৰণা যোগাইছে, সেই কথা স্মৰণ কৰে। তেওঁ ২০২১ ত টকিঅ' অলিম্পিকৰ পূৰ্বে আৰু পিছত তথা একেদৰে পদ্মভূষণ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ কথা স্মৰণ কৰে আৰু ইয়াক 'অতিশয় স্মৰণীয়' বুলি অভিহিত কৰে।

গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 12th, 06:40 pm

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!

প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে

March 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

January 02nd, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

January 02nd, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

স্মাৰকৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নাগৰিকলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

September 19th, 11:13 am

উপহাৰ আৰু স্মাৰকসমূহৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেশৰ নাগৰিকসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পৰা সংগৃহীত পুঁজি ‘নমামী গংগে’ কাৰ্যক্ৰমত ব্যৱাহাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে।

শিক্ষক পৰ্বৰ অধিবেশনত উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ

September 07th, 10:31 am

শিক্ষক পৰ্বৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা কেবিনেটত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, ডঃ সুভাষ চৰকাৰৰ জী, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং জী, দেশৰ বেলেগ-বেলেগ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ৰূপ প্ৰস্তুতকৰ্তা সমিতিৰ অধ্যক্ষ ডঃ কস্তুৰী ৰঞ্জন জী, তেওঁৰ টিমৰ সকলো মাননীয় সদস্যসকল, আমাৰ সৈতে জড়িত সমগ্ৰ দেশৰ সকলো বিদ্বান অধ্যক্ষ, শিক্ষক, আৰু মৰমৰ বিদ্যাৰ্থীসকল!

শিক্ষক পৰ্বৰ উদ্বোধনী সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ

September 07th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আজি শিক্ষক পৰ্বৰ উদ্বোনী সমাৰোহৰত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ ভাৰতীয় সাংকেতিক ভাষা অভিধান(শ্ৰৱন শক্তিহীন দিব্যাংগসকলৰ সাৰ্বজনীন শিক্ষণ ডিজাইনৰ অনুৰূপ শ্ৰাব্য আৰু লিখিত সাংকেতিক ভাষা), টকিং বুক (দৃষ্টিহীনসকলৰ বাবে শ্ৰাব্য গ্ৰন্থ), চিবিএছইৰ বাবে স্কুল কোৱালিটী এছ্যুৰেন্স আৰু এছেচমেণ্ট ফ্ৰেমৱৰ্ক, নিপুন ভাৰতৰ বাবে নিষ্ঠা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিদ্যাঞ্জলি প’ৰ্টেল (শিক্ষা স্বেচ্ছাসেৱকসকল/দাতব্য/বিদ্যালয়ৰ উন্নয়নৰ বাবে চিএছআৰ বৰঙণিদাতাসকলৰ)ৰ শুভাৰম্ভ কৰে৷

ভাৰতীয় ত্ৰীড়া ইতিহাসত টকিঅ’ পেৰালিম্পিকে সদায়ে এক বিশেষ স্থান লাভ কৰি থাকিব: প্ৰধানমন্ত্ৰী

September 05th, 04:21 pm

ভাৰতীয় ত্ৰীড়া ইতিহাসত টকিঅ’ পেৰালিম্পিকে সদায়ে এই বিশেষ স্থান লাভ কৰি থাকিব বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দেশৰ পৰা যোৱা খেলুৱৈ দলটোৰ প্ৰতিগৰাকী সদস্যকে চেম্পিয়ণ বুলি অভহিত কৰাৰ লগতে তেওঁলোক আটায়ে অনুপ্ৰেৰণাৰ উত্স বুলিও উল্লেখ কৰে।

PM congratulates shooter Singhraj Adhana for winning Silver Medal at Paralympics Games

September 04th, 10:54 am

The Prime Minister, Shri Narendra Modi has congratulated shooter Singhraj Adhana for winning Silver Medal at the Paralympics Games in Tokyo.