ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ‘গ্ৰেণ্ড-কলাৰ অব দ্যা অৰ্ডাৰ অব তিমুৰ-লেষ্টে’-ৰে সন্মানিত হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 11th, 11:07 am
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড-কলাৰ অব দ্যা অৰ্ডাৰ অব তিমুৰ-লেষ্টে’-ৰে সন্মানিত কৰা প্ৰসংগত কৰা এক ‘টুইট’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অপৰিসীম গৌৰৱ প্ৰকাশ কৰিছে। এই সন্মানীয় বঁটাই ভাৰত আৰু তিমুৰ-লেষ্টেৰ মাজত থকা গভীৰ সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানকে আলোকপাত কৰে।টিমৰ-লেষ্টৰ ৰাষ্টপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
January 09th, 11:16 am
গান্ধীনগৰত অনুষ্ঠিত হ’বলগীয়া দশম ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত অংশগ্ৰহণৰ বাবে ৮ৰ পৰা ১০ জানুৱাৰী, ২০২৪লৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে টিমৰ-লেষ্টেৰ ৰাষ্ট্ৰপতি ড০ যোশ ৰামোছ হৰ্তা৷