মোদী চৰকাৰে কিদৰে নাগৰিককেন্দ্ৰিক কৰ প্ৰণালী সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে….পঢ়ক!

February 13th, 04:04 pm

টাইমছ নাউ সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে কৰদাতাসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাটো নিবিচাৰে৷ তেওঁ কয় যে পূৰ্বে ভাৰতৰ দমনশীল প্ৰক্ৰিয়াচালিত কৰ ব্যৱস্থা এতিয়া নাগৰিক অনুকূল হিচাপে বিবেচিত হৈছে৷

টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহ কিদৰে অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰিছে? বিশদভাৱে ইয়াত পঢ়ক!

February 13th, 04:04 pm

টাইমছ নাউ সন্মিলনত টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহৰ বিকাশৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই চহৰসমূহ ডিজিটেল লেনদেন আৰু বৰ্ধিত ষ্টাৰ্ট-আপ পঞ্জীয়নৰ জৰিয়তে অৰ্থনৈতিক কাৰ্যকলাপৰ নতুন কেন্দ্ৰ হিচাপে বিবেচিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে৷

বিগত ৮ মাহত মোদী চৰকাৰে কি কি বৃহৎ সফলতা লাভ কৰিলে? বিশদভাৱে জানিবলৈ পঢ়ক!

February 13th, 04:04 pm

টাইমছ নাউ সন্মিলনত বক্তৃতা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত আঠ মাহত চৰকাৰে গ্ৰহণ কৰা বৃহৎ সিদ্ধান্তসমূহৰ তালিকাৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে দ্ৰুত গতিত উন্নত প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷

‘টাইমছ নাও’-ৰ শীৰ্ষ সন্মিলনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ

February 12th, 07:32 pm

মই ‘টাইমছ নাও’ গোষ্ঠীৰ সকলো দৰ্শক, কৰ্মচাৰী, ফিল্ড আৰু ডেস্কত কাম কৰা সকলো সংবাদসেৱী, কেমেৰা আৰু লজিষ্টিক্সৰে জড়িত সকলো সতীৰ্থক এই শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনাইছো।

ভাৰতৰ কর্ম পৰিকল্পনা ২০২০ত প্ৰধানমন্ত্ৰীৰ মুল বক্তব্য

February 12th, 07:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাইমছ নাও টিভি চেনেলৰ দ্বাৰা আয়োজিত ভাৰতৰ কৰ্ম পৰিকল্পনা ২০২০ শীৰ্ষক সন্মিলনত মুল বক্তব্য আগবঢ়ায়৷