Thanjavur is beautiful indeed: PM
December 08th, 09:40 pm
The Prime Minister, Shri Narendra Modi has replied to a social media post by Hollywood actor Michael Douglas on his visit to Thanjavur.চেন্নাইত বিভিন্ন প্ৰকল্পৰ উদঘাটন/হস্তান্তৰকৰণ/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 14th, 11:31 am
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”তামিলনাডুত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু শিলান্য়াস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 14th, 11:30 am
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।লোকেল খেলনাৰ বাবে ভকেল হোৱাৰ সময় সমাগত, মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়
August 30th, 03:43 pm
শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ বাবে নতুন খেলনা কিদৰে উপলব্ধ কৰিব পৰা যায় আৰু খেলনা সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত কিদৰে এটা বৃহৎ কেন্দ্ৰ হৈ উঠিব পাৰিব, সেই সন্দৰ্ভত গান্ধীনগৰস্থিত শিশু বিশ্ববিদ্যালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয় আৰু ক্ষুদ্ৰ-সৰু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰণালয়ৰে তেওঁ আলোচনা কৰাৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰে যে খেলনা সামগ্ৰীসমূহ মাথো ডাঙৰ-দীঘল হোৱাতেই সহায়ক নহয়, বৰঞ্চ এইসমূহে আমাৰ আকাংক্ষাক গতি প্ৰদান কৰে। খেলনা সামগ্ৰী কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবেই নহয়, ই মগজুৰ ক্ৰিয়া আৰু ইচ্ছাও জগাই তোলে, তেওঁ কয়।